পৃষ্ঠা:New Testament in Assamese.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুজ। মাপ্তি। ১২ কিন্তু তেঁও উতৰ কৰি কলে, তোমোলকিত মই স্বৰুপকৈ কৈ5ে1, মই তো- মোলকিক নিচিনে। ১০ এই নিমিতে পৰ দি থকা; কিনে [ মানুহৰ পুত্ৰ আহিবৰ ] দিন বা ডাব, তাক তোমোলাকে নেজান॥ ১৪ অৰু দেশান্তৰে জোঅ এজন মানুহৰ নিচিনা হব। তেঁও অপো- নাৰ বন্দিবোৰক মাতি অনি, ১৫ সিহঁতৰ গাই পতি সক্তিৰ দৰে কোনো- টক ৰুপ পাঁচ গগিৰি, কোনোটক দুগগিৰি, কোনোটক এগিৰি, এই ক্ৰমে আপোনাৰ ধন বঁটি দি তেতিয়াই জাত্ৰা কৰিলে। ১৬ পাচে জি- টোএ পাচ গাগৰি পাইচিল, সি গৈ তাৰে সৈতে বেহ কৰি, অৰু পাঁচ গগিৰি লাভ উলিয়ালে। ১৭ আৰু জিটোএ দুই গগিৰি পাইচিল, সিও আৰু দুগগিৰি লাভ পালে। ১৮ কিন্তু জিটে এগাগৰি পাইচিল, দি গৈ মাটিত গতি খানি তাতে আপোনাৰ গৰাকিৰ ধন লুকাই থলে। ভালে দিনৰ পাচত সেই বন্দিবোৰৰ গৰাকিএ আহি সিহঁতে সৈতে লেখা কৰিলে। ২০ তেতিয়া জিটোএ পাঁচ গাগৰি ৰুপ পাইচিল, সি আৰু পাচ গাগৰি আনি কলে, হে প্ৰভু, আপুনি মোক পাঁচ গগিৰি ৰুপ দি গৈচিল; দেখোক, তাৰে সৈতে আৰু পাচ গাগৰি লাভ পালে। ২১ তাৰ গৰাকিয়ে তাক বুলিলে, চাবাইচ, উতম বিসি বন্দি! তুমি অলপ বস্তুতে বিশ্বাস ৰাখিলা, তোমাক অনেক বিসয়ৰ অধিকাৰ পাতিম; তুমি অপো- নাৰ গৰাকিৰ সুখৰ ভাগি হোআ। ২২ পাচে জিটোএ দুই গাগৰি পাই- চিল, সিও অহি কলে, হে প্ৰভু, আপুনি মোক দুগৗগৰি ৰুপ দি গৈচিল; দেখোক, তাৰে সৈতে অৰুি দুগাগৰি লাভ পালে॥ ২৩ তাতে তাৰু গৰা- কিয়ে তাক বুলিলে, চাবাইচ, উতম বিস্বাসি বন্দি! তুমি অলপ বস্তুতে বিসি ৰাখিলা, তোমাক অনেক বিসয়ৰ অধিকাৰ পাতিম; তুমি আপোনাৰ গৰাকিৰ সুখৰ ভাগি হোআ। ২৪ তাৰ পাচে জিটে এগাগৰি পাইচিল, সি আহি কলে, হে প্ৰভু, আপুনি কঠিন লোক, ইয়াক মই জানিলে; আ- পুনি জি ঠাইত বোঅ নাই, তাতে দাই; আৰু জি ঠাইত সিঁচা নাই, তাতে চপাই; ২৫ এই হেতুকে ভই লাগি মই গৈ আপোনাৰ ৰুপ গাগৰি মাটিত লুকাই থৈচিলোঁ; দেখোক, আপোনাৰ জি হই, তাক পাইচে। তিয়া তাৰ গৰাকিয়ে তাক বুলিলে, হেৰৈ দুষ্ট এলেহুঅ বন্দি, মই জি ঠাইত নও, তাতে দাও, আৰু জি ঠাইত নিসিটে, তাতে চাও, ইয়াকে তই জা. নিলি; ২৭ তেলে হলে মুদৈৰ হাতত মোৰ ধন দিব লাগিচিল, তাকে কৰ হলে মই আহি বাহিয়ে সৈতে মোৰ ধন পালেহেঁতেন। ২৮ এই নিমিতে ইয়াৰ পৰা এই গাগৰি নি,জাৰ দহ গগৰ অচে, তাক দিয়া। ২৯ কিয়নে জাৰে জাৰে আচে, তাক আৰু দিম্বা হব, তাতে তাৰ অধিক হব; কিন্তু জৰি নাই, তাৰ জি অচে, তাকে তাৰ পৰা নিয়া হব। ৩০ আৰু অকাজ ভাগি শিক বাহিৰৰ এন্ধাৰত পেলোআগৈ, তাতে ক্ৰন্দন আৰু দাঁত, কনি হব।