পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬০ প্ৰকাশিত ভবিষ্যত বাক্য। ১৭ অধ্যায়। পাছে সেই সাতোটা পাত্ৰ ধৰোতা সাত দূতৰ এজনে অহি মোৰে সৈতে কথোপকথন কৰি কলে, ইয়ালৈ অহ; ২ পথিবীৰ ৰজাবিলাকে যি বেশ্যাৰে সৈতে ব্যভিচাৰ কৰ্ম কৰি আছে, আৰু যি জনীৰ ব্যভিচাৰ কৰ্মৰ সুৰা পান কৰি পৃথিবী নিবাসী লোকে মতলিয়া হৈছে, অনেক পা- নীৰ ওপৰত বহি থকা সেই মহা বেশ্যাৰ দণ্ড তোমাক দেখাম। ৩ তেতিয়া তেৱে মোক হাবিলৈ অত্মৰে লৈ গল; তাতে নিন্দাৰ নামেৰে পূব হোৱা আৰু সাতোটা মূৰ দহোটা শিঙ্গেৰে যুগুত হোৱা সিন্দুৰ বৰপিয়া পহুৰ ওপৰত বহি থকা এক তিৰী দেখিলে॥ ৪ সেই তিৰী বেঙ্গেনা আৰু সিন্দুৰ বৰণীয়া বস্তু পিন্ধি, সৌণ অৰুি বহুমূল্য মণি, মুকুতাৰে অল’ কৃত হৈ আছিল। আৰু আপোনাৰ হাতত ব্যভিচাৰ আৰু ঘিণ লগা অশুচি কৰ্মেৰে পূৰ হোৱা এক সোণৰ পাত্ৰ ধৰি আছিল। আৰু তাইৰ কপালত এই নাম লিখা আছে, গোপনীয়; বেশীবিলাক আৰু পৃথিবী ঘিণ লগা কৰ্মৰ মাতৃ মহা বাবেল। আৰু সেই তিৰীক পবিত্ৰ লোক আৰু যীশুৰ সাক্ষীবিলাকৰ তেজেৰে মতলিয়া হোৱা দেখিলে; তাকে দেখি ময় অতি বিস্ময়েৰে আশ্চৰিত মানিলো। ৭ তাতে সেই দূতে মেতি কলে, তুমি কিয় বিস্ময় মানা? সেই তিৰী আৰু সাতোটা মূৰ দহোট। শিঙ্গেৰে যুগত হোৱা তাইক নিয়া পহুৰ গোপনীয় অৰ্থ তোমত বুঝামঃ ৮ তুমি যি পহুক দেখিলা, সি আছিল, আৰু নাইকিয়া, আৰু তলি নো- হোৱা কুণ্ডৰ পৰা পুনৰ্বাৰ উঠি বিনাশ হৈ যাবি; অৰু সৃষ্টিৰ আদিৰে পৰা জীৱনৰ পুথীত যিবিলাকৰ নাম লিখা নাই, এনে পৃথিবী নিবাসী লোকে সেই যি পহু অছিল, আৰু নাইকিয়া হৈয়ো পাছে হব, তাকে দেখি বিস্ময় মানিব। * ইয়াত বুন্ধি থকা জ্ঞান আছে। সেই সাতোটা মূৰেই সাতোটা পৰ্বত হয়, সেইবিলাকৰ ওপৰত তিৰীএ বহি থাকে। ১০ আৰু সাতোটা বজাও হয়; সিবিলাকৰ পঁচোটা পৰি আছে, এটা বৰ্ত্তমান আছে, এটা এতিয়াও হোৱা নাই, হলেও অলপ কলহে থাকিব। ১১ যি পহু আছিল আৰু নাইকিয়া, সি অষ্টম, অৰু সাতোটা ৰজাৰ মাজত ওলাই বিনাশ হৈ যাব। ১২ আৰু তুমি যি দহোটা শিঙ্গ দেখিলা, সেইবোৰ দহোটা ৰজা; সিবিলাকে এতিয়া ৰাজ্য পোৱা নাই; কিন্তু পহু সৈতে একে ভঁৰতে ৰজাৰ দৰে শক্তি পাব। ১৩ সিহঁতে একে অলিচ হৈ আপোনাৰ শক্তি আৰু পৰাক্ৰম পন্থক দি, মেৰ পোৱালিৰে সৈতে ৰণ কৰিব। ১৪ কিন্তু মেৰ পোৱালি সিহঁতক জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰে৷ প্ৰভু, ৰজাৰে। ৰজা, আৰু যিবিলাক তেওঁৰ লগত আছে, সিবি- লাকো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী। ১৫ আৰু তেওঁ মোত কলে, 3