পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধ্যায়। ৪৫৯ - t - গল। এই ৰূপে দ কৰাত তুমি পৰমাৰ্থিক। ৬ কিয়নো সিহঁতে পবিত্ৰ লোক আৰু ভবিষ্যত বাবিলাকৰ তেজ উলিয়ালে, এই কাৰণে তুমিও সিহঁতক তেজ পান কৰালা, সিহঁত তাৰ যোগ্য হয়। ৭ অৰুি যজ্ঞৰ ভেটিৰ পৰা এজনে কোৱা শুনিলে, সত্য, হে সৰ্বশক্তিমন্ত প্ৰভু, তোমাৰ দও সকল সত্য আৰু পৰমাৰ্থিক। চতুৰ্থ দতে সূৰ্যৰ ওপৰত আপোনাৰ পাত্ৰ বাকিলে, অৰুি মানুহক জুইৰে পুৰিবলৈ তেওঁক শক্তি দিয়া হল। ৯ তাতে মানুহবিলাকে অতিশয় তাপেৰে পোৰা হৈ এই অপদবিলাকৰ শক্তি দিয়া যি ঈশ্বৰ, তেওঁৰ না- মক নিন্দা কৰি তেওঁক ধন্যবাদ কৰিবলৈ মন নেপালটালে। ১০ পঞ্চম দূতে পহুৰ সিংহাসনৰ ওপৰত আপোনাৰ পাত্ৰ বাকি দিলে, তাতে তাৰ ৰাজ্য এন্ধাৰ হল, অৰু সিহঁতে বেদনাৰ নিমিত্তে আপোন আপেনি জিব। কামুৰিলে। ১১ তাতে আপোনাৰ বেদনা আৰু ঘাৰ কা- ৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি আপোনাৰ কৰ্মৰ পৰা মন নেপালটালে। ১২ আৰু ষষ্ঠ দূতে ফিৰাত মহা নদীত আপোনাৰ পাত্ৰ বাকিলে, তাতে পূব ফালৰ ৰজাবিলাকৰ পথ যুগুত কৰিবৰ নিমিত্তে সেই নৈৰ পানী শুকাই ১৩ পাছে সেই নাগ, আৰু পহু, অৰু মিছা ভবিষ্যত বক্তা, এই তিনিৰ মুখৰ পৰ৷ বেঙ্গৰ নিচিনা তিনি অশুচি আত্মা ওলোৱা দেখিলে॥ ১৪ সিবিলাক ভূতৰ আত্মা হৈ, সৰ্ব্বশক্তিমন্ত ঈশ্বৰ মহা দিনৰ যুদ্ধলৈ সকলো জগতৰ ৰজীবিলাকক গোট খুৱাবৰ নিমিত্তে সিবিলাকৰ ওচৰলৈ গৈ অশ্চি- ৰিত কৰ্ম দেখাই। ১৫ দেখা, ময় চোৰ নিচিনাকৈ আহিছে; যি জনে জাগি থাকি আপোনাৰ কপিৰ ৰাখে, সি ধন্য; লোকে যেন তাৰ লাজ নেদেখে, সি উদঙ্গ হৈ নুফুৰিব। ১৬ আৰু সেই ৰজাবিলাকক ইবী ভা- ষতি হৰ্মগিদো নামে এক ঠাইত চপাই গোট খুৱালে। আৰু সপ্তম দূতে আকাশৰ মাজত আপোনাৰ পাত্ৰ বাকিলে , সম্পূৰ্ণ হল, এনে এক মহা শবদ স্বৰ্গৰ মন্দিৰ আৰু সিংহাসনৰ পৰা ওলাল। ১৮ তেতিয়া বিদুলী, আৰু শবদ, অৰু মেঘৰ গৰ্জন হল; আৰু পৃথিবীত মানুহ হবৰ পৰাই যেনে ঘোৰ ভয়ানক ভূমিকম্প কেতিয়াও হোৱা নাই, তেনে ভূমিকম্প গল। ১৯ তীতে মহা নগৰ তিনি ভাগকৈ পথক কৰা হল, আৰু দেশবিলাকৰ নগৰ পৰিল; আৰু বাবেল মহা নগৰ আপো- নাৰ অতি জলন্ত ক্ৰোধৰ সুৰা পাত্ৰ খুৱাবলৈ ঈশ্বৰে স্মৰণ কৰিলে। আৰু সকলো মাজুলী পলাল, আৰু পৰ্বতবিলাকো পোৱা নহল। আৰু আকাশৰ পৰা এমোন এমোন গধুৰ হোৱা এনে শিলাবৃষ্টি হল; এই শিলাবৃষ্টিৰ অপদৰ নিমিত্তে মানুহে ঈশ্ব নিন্দা কৰিলে, কিয়নে। সেই অপদ অতি ডাঙ্গৰ। ১৭ তাতে ২০ ২১