পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

868 প্ৰকাশিত ভবিষ্যত বাক্য। ১২ অধ্যায় | পাছে স্বৰ্গত ঈশ্বৰৰ মন্দিৰ মুকলি হোৱাত, সেই মন্দিৰত প্ৰভুৰ নিয়মৰ অধিৰি 'প্ৰকাশ হল; তাতে বিলী, আৰু শবদ, মেঘৰ গৰ্জ্জন, ভূমিকম্প অৰুি মহা শিলাবৃষ্টি হল। ২ আৰু স্বগত এক অতি আশ্চবিত কথা দে খ। গল, সূৰ্যেৰে ভূষিত, অৰুি ভৰিৰ তলত চন্দ্ৰ থকা, আৰু মূৰত বাৰে নক্ষত্ৰৰ কিবীটী পিন্ধা, এনে এক গভৱতী তিৰোতা প্ৰসৱৰ বেদনাৰে পী- ৰিত হৈ এটাহ পাৰি আছিল। ৩ আৰু দেখা, সুৰ্গত তানি এক অচি- বিত দৰ্শন পোৱা গল, সাতোটা মূৰ, দহ শিঙ্গ, আৰু মূৰত সাতোটা কি- ৰীটি থকা এনে এটা ৰঙ্গ। বৰ নগে আকাশৰ তৰবিলাকৰ তিনি ভাগৰ এভাগ নেজেৰে টানি অনি পথিবীত পেলাই দিলে; ৪ আৰু তিৰোতাৰ লৰ ওপজ। সময়ত তাক খাবৰ নিমিত্তে নাগে সেই প্ৰসৱৰ কলি হোৱা তিৰোতাৰ অগিত থিয় হৈ আছিল। পাছে লোহাৰ দৰে সকলে। দেশক শাসন কৰিব, এনে পুত্ৰক জন্মালে; সেই পুত্ৰক ঈশ্বৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰ লৈ নিয়া হল। ৬ আৰু এহেজাৰ দৃশ তিনি কুৰি দিন- লৈকে প্ৰতিপালন কৰিবৰ নিমিত্তে ঈশ্বৰে অৰণ্যৰ মাজত ফি ঠাই যুগত কৰিলে, তালৈ সেই তিৰোতাই পলীয় গল। আৰু স্বৰ্গত যুদ্ধ হল, মিখায়েল আৰু তে দূতবিলাকে নাগে সৈতে ৰণ কৰিলে; ৮ নাগ অৰুি তাৰ দূতবিলাকেও ৰণ কৰি জিকিব নোৱৰাত, স্বগত সিহঁতে আৰু ঠাই পোৱা নহল। তাতে গোটেই জগতক ভূল কব৷ পপি আত্মা ছয়তান নামেৰে প্ৰখ্যাত হোৱা যি পুৰণি সাপ, অৰ্থাৎ সেই মহা নাগ, তাক বাহিৰ কৰা হৈ আপোনাৰ লগৰ দূতবিলাকে সৈতে পৃথি- বীত পেলোৱা হল। তেতিয়া ময় স্বৰ্গত এনে বৰ ধ্বনি শুনিলো, এতিয়া আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ, শক্তি, ৰাজ্য, আৰু তেওঁৰ তাভিষেক জনৰ পৰাক্ৰ- মৰ কলি আহিল; কিয়নো দিনে ৰাতিএ ঈশ্বৰৰ আগত আমাৰ ভাইবি- লাকক যি জনে অপবাদ কৰিলে, সেই অপবাদক তললৈ পেলোৱা হল। ১১ সিবিলাকে মৰণলৈকে আপোন আপোন প্ৰাণকো প্ৰিয় নকৰি মেৰ পোৱালিৰ তেজ আৰু আপোন প্ৰমাণৰ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। ১২ এই হেতুকে হে স্বৰ্গ আৰু তাত থকা লোক, তোমোলাকে আনন্দ কা; কিন্তু হায় হায়, পৃথিবী আৰু সমু! কিয়নো ছয়তনে আপোনাৰ কাল অলপ হোৱা জানি অতি খঙ্গেৰে তোমোলাকৰ ওচৰলৈ নামিল। ১৩ পাছে নাগে আপোনাকে পৃথিবীত পেলোৱা দেখি সেই পুত্ৰক ওপ- জোৱা তিৰোতালৈ দেহি অচিৰিলে। ১৪ তাতে সেই তিৰীএ নগৰ মুখৰ পৰা এক কাল, অ কালবিলকি, আৰু অদি কাল হোৱালৈকে যতে পো- হণ পালন পাই, সেই অৰণ্যৰ মাজলৈ উৰি যাবৰ নিমিত্তে তেওঁক বৰ