পৃষ্ঠা:New Testament in Assamese.djvu/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধ্যায়। কুৰৰ পক্ষীৰ দূই ডেউকা দিয়া হল। ১৫ পাছে নাগে সেই তিৰীক সে- তৰ দৰিাই উটাই নিবৰ নি মত্তে আপোনাৰ মুখৰ পৰ। নদীৰ নিচিনা পানী তেওঁৰ পাচত পঠাই দিলে। ১৬ কিন্তু পৃথিবী এ তিৰোতাক উপ- কৰি কৰি, আপোনাৰ মুখ মেলি নাগে মুখৰ পৰা পঠিওৱা পানী খাই ১৭ তাতে নাগে তিৰীলৈ খঙ্গ কৰি তেওঁৰ বঙ্গ হন তাৰ শেষ লোক, অৰ্থাৎ ঈশ্বৰৰ আডা পালন কৰা অৰু যীশুৰ সাক্ষী হোৰাবিলাকে সৈতে যুদ্ধ কৰিবলৈ গল। থলে। ১৩ অধ্যায়। তাৰ পাছে ময় সাগৰৰ বালিৰ ওপৰত থিয় হৈ, এক পহু সাগৰৰ পৰা উঠিবৰ দেখিলোঁ। তাৰ দহোটা শিঙ্গ, সাতোটা মুৰ আছিল, শিঙ্গৰ ওপ- ৰত দহোটা কিৰাটী, অৰুি মূৰৰ ওপৰত ঈশ্বৰক নিন্দা কৰা নামবিলাক লিখা আছিল। ২ ময় যি পহু দেখিল, সি বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ নিচিনা, অৰু সিংহৰ মুখৰ নিচিন। তাৰ মুখ, অৰুি নাগে আপোনাৰ শক্তি, সিংহাসন, আৰু মহা পৰাম তাক দিলে। পহুৰ এটা মূৰ মৃত্যুৰ দৰে মৰা হোৱা দেখিলোঁ; পাছে সেই মৃত্যু ৰূপ ঘা ভাল হলত জগতৰ সকলে। লোকে পহুৰ কথাত তাশ্চৰিত মানিলে। ৪ আৰু নীগে পহুক আপোনাৰ শক্তি দিয়াত সকলোএ নগিক সেৱা কৰিলে; আৰু পহুৰ তুল্য কোন আছে, তাৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে। ইয়াকে বুলি পহুকো সেৱা কৰিলে। ৫ তাক অহঙ্কাৰৰ কথা আৰু নিন্দা বাক্য কবলৈ মুখ দিয়া হল; অৰু দুকুৰি দুমাহলৈকে থাকিবলৈ শক্তি দিয়া হল। ৬ তীতে ইশ্বৰৰ নাম, তাস, আৰু স্বগত থকাবিলাকক নিন্দা কৰিবলৈ সি ঈশ্বৰৰ বিৰোন্ধে নিন্দাৰে তা পোনাৰ মুখ মেলিলে। ৭ তাকি পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি সিবিলাকক জয় কবি বল, তাৰু সকলে। বঙ্গহ, ৰাজ্য, ভাষা, আৰু দেশৰ লোকক শাসন কৰিবলৈ তাক শক্তি দিয়ে ৮ তাতে যিবিলাকৰ নাম সৃষ্টিৰ আদিতে মৰা মেৰ পোৱালিৰ জীৱনৰ পৃথীত লিখা নাই, সেই সকলো পৃথিবীত থকা লোকে তাক সেৱা কৰিব। কাৰোবৰ যদি কাণ আছে, সি শুনেকি। ১০ যি জনে লোকক বন্দী কৰি নি এ, সি অপুনি বন্দী হৈ যোৱা হব, আৰু যি জনে তৰেলেৰে বধ কৰে, তাকে। তষে বালেৰে বধ কৰা হব। ইয়াত পবিত্ৰ লোকবিলাকৰ ধোৰ্য আৰু বিশ্বাস আছে। ১১ তাৰ পাছে মেৰ পোৱালিৰ নিচিনা দুই শি থকা, অ িনগিব নিচিনা কথা কোৱা অন্য এক পহু পৃথিবীৰ পৰা উঠিবৰ দেখিলে॥ ১২ লি প্ৰথম পহুৰ আগত তাৰ সকলো মহত কৰ্মা কৰে, আক যি পহুব হল। >