পৃষ্ঠা:New Testament in Assamese.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 মাথি। কে এই সমুখৰ গাৱলৈ ডেঅ, তাতে বান্ধি থেঅ পোলিও সৈতে গাধ এজনি পাবগৈ; তাক মেলি মোলৈ অনা। ৩ আৰু কোনোবাই জদি তো- মেলিকিক কিবা বোলে, তেন্তে তোমোলাকে তাত কবা, হেনে, প্ৰভুৰ ইয়াত প্ৰয়োজন অটে; তেতিয়াই সি সিহঁতক দি পঠাব। ৪ তাতে ভবিষ্যত বক্তাই জি কৈচিল, বোলে, ৫ চিনৰ জিয়ে কত কোঅ, হেনে, দেখা, তোমাৰ ৰজা নম হৈ গাধ আৰু গাধব পোআলিত, অৰ্থতি ভাব বোঝা গাব পে- লিত উঠি তোমাৰ ওচৰলৈ আহিছে, সেই কথা পূৰ হবলৈ এই সকলে। ঘটিল। পাচে সিস্যবিলাকে গৈ তেঁওৰ অগিৰি দৰেই কবি গাধ আৰু পো- অলি আনি, ৭ তাৰ ওপৰত সিবিলাকৰ কপিৰ পাৰি দিলত তাতে তেঁও উঠি বহিল। ৮ অৰু অনেক লোকে আপোনাৰ কপিৰ বাটত পাৰি দি- লে; অনিবিলাকে গচৰ ডালকে কাটি বাটত পাৰি পাৰি দিলে; ১ আৰু তেঁওৰ অগে পাচে জো সমুহবিলাকে বিঙ্গিয়া ৰিঙ্গিকৈ কলে, জই জই, দাৰিদৰ সন্তান; প্ৰভুৰ নামেৰে জি জন আহিছে, তেঁও ধন্য; সকলোৰে ওপৰ স্বৰগত জই হওক! পাচে তেঁও ৰিচালিম সেমিলিত, এও কোন বুলি গোটেই খন নগৰত খলক লাগিল। ১১ তীতে সমুহ লোকে কলে, এও গা- লিল দেশৰ নচিৰেতৰ ভবিস্যত বক্তা য়িচু। ১২ পাচে য়িচুএ ইস্বৰৰ মন্দিৰত সোমাই, মন্দিৰ মাজত বেচা কিনা কা- বিলাকক বাহিৰলৈ খেদালে , আৰু ধন সলোআবিলাকৰ পহাৰ আৰু কুপৌ বেচাবোৰৰ বহ। দলঙ্গ ওলোটাই পেলালে। ১৩ আৰু সিহঁতত কলে, এনে লিখা অচে, মোৰ ঘৰকে প্ৰাৰ্থনাৰ ঘৰ বোলা জাব, কিন্তু তোমোল- কে তাক চোৰৰ গাত কৰিলকি। ১৪ তেতিয়া মন্দিৰত কনা আৰু খেৰি। মানুহবিলাক তেঁওৰ ওচৰলৈ আহিলত তেঁও সিহঁতক স্বস্থ কৰিলে। ১৫ কিন্তু প্ৰধান পোৰোহিত অৰুি অধ্যপিকবিলাকে তেঁওক এই আচৰিত কম কৰা জেতিয়া দেখিলে, আৰু জই জই, দাৰিদৰ সন্তান! এই দৰে লৰাবিলাকে মন্দিত ৰিঙ্গিয়া ৰিঙ্গি কৰও জেতিয়া সুনিলে, তেতিয়া সিবিলাকে মনত বৰ বেজাৰ পাই তেঁওক বুলিলে, ইবিলাকে জি কৈচে, তীক তুমি সুনিচা নে? য়িচূএ সিহঁতক বুলিলে, হই, লৰা আৰু পিয়াহ খোআ লৰাৰ মুখৰ পৰা আপোনাৰ স্থতি সম্পূন কৰিলা, এই বচন তোমোলাকে কেতিয়াও পহা নাই নে? ১৭ পাচে তেঁও সিহঁতক এৰি নগৰৰ পৰা বৈথনিয়া গাৱ- লৈ গৈ তাতে ৰাতি থাকিল। ১৮ অৰু ৰাতি পুআ হলত তেঁও অকিও নগৰলৈ আহেঁতে তেঁওৰ ভোক লাগিল; ১৯ আৰু বাটৰ কাখৰত এজোপ। ডিমৰু গচ দেখি, তাৰ ওচৰলৈ গৈ পাতৰ বাহিৰে তাত একো নেই, সেই গচত কলে, এতিয়াৰ পৰা তোত সদাই তাৰু দুটি নেলাগোক; তেতিয়াই সেই ডিমৰু গড় লেৰেলা পন্থি