পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৪৩১ 1, - ১১ কিন্তু যি কোনো এ আপোন ভায়েকক ঘিণ কৰে, সি এন্ধাৰতে আছে, এন্ধাৰতো ফুৰে, অৰু এন্ধাৰে তাৰ চকু কণা কৰাত সি কলৈ যাই, তাকে। নে জানি এন্ধাৰতে ফুৰি আছে। ১২ হে লৰাটিহঁত, তেওঁৰ নামৰ নিমিত্তে তোমোলকিৰ পাপ খেমা হৈছে, এই হেতুকে তোমোলাকলৈ লিখিছে। ১৩ হে পিতৃবিলাক, যি জন অ- দিৰে পৰা হৈছে, তেওঁক চিনি অছি, এই হেতুকে তোমোলাকলৈ লিখিৰ্ছে। হে ডেকাবিলাক, তোমোলাকে পাপ তাত্মাক জয় কৰা হোৱা, এই হেতু- কে তোমোলাকলৈ লিখিছে॥ হে প্ৰিয় লৰাহঁত, তোমোলাকে পিতৃক চিনি অছি, এই হেতুকে তোমোলাকলৈ লিখিছোঁ। ১৪ হে পিতৃবিলাক, যি জন আদিৰে পৰা হৈছে, তেওঁক চিনি অছা, এই হেতুকে তোমোল- কলৈ লিখিলে॥ হে ডেকাবিলকি, তোমোলক বলবন্ত, আৰু তোমোল- কৰ মনত ঈশ্বৰ বাক্য থাকে, আৰু তোমোলাকে পপি অত্মক জয় কৰি- এই নিমিত্তে তোমোলাকলৈ লিখিলে॥ ১৫ তোমোলাকে সংসাৰ, বা সংসাৰীক বস্তুত প্ৰীতি নকৰিবা; যি কোনো সংসাৰত প্ৰীতি কৰে, সেই জনত ঈশ্বৰৰ প্ৰেম নেথাকে। ১৬ কিয়নো সংসাৰিক বিষয় সকল, অৰ্থাৎ শৰীলৰ সুখ অভিলাষ, চকুৰ লোভ, জীৱন কালৰ অহঙ্কাৰ, এইবিলাক পিতৃৰ পৰা নহয়, সংসাৰৰ পৰাহে হয়। ১৭ সংসাৰ আৰু তাৰ সুখ অভিলাষ গুছি যাই; কিন্তু যি জনে ঈশ্বৰৰ ইষ্ট কৰ্ম কৰে, সি সদাই থাকিব। ১৮ হে প্ৰিয় লৰাহঁত, শেষ কাল হৈছে; ভৰি কোৱা খ্ৰীষ্ট ওলাব, মোলাকে এই যি কথা শুনিলা, সেই ৰূপে এতিয়াও হৈছে; তাৰে এই যে শেষ কাল হয়, ইয়াকি আমি জানে॥ ১৯ সিহঁতে আমাৰ মাজৰ পৰা বা- হিৰ হৈ গল, তথাপি সিহঁত আমাৰ মাজৰ হৈ নাছিল; কিয়নো আমাৰ মাজৰ হোৱা হলে আমাৰ লগত থাকিলহেঁতেন; সিহঁত তামাৰ মাজৰ নহয়, ইয়াক প্ৰকাশ কৰিবৰ নিমিত্তে বাহিৰে গল। ২০ কিন্তু পবিত্ৰ জনৰ পৰা তোমোলাকৰ এক অভিষেক আছে, তাৰ দ্বাৰাই তোমোলাকে সক লো কথা জানা। ২১ তোমোলাকে যে সত্যক নেজানা, এই নিমিত্তে ময় তোমোলাকলৈ লিখিলোঁ, এনে নহয়; সত্যকে জানি অছা, আৰু সত্যৰ মাজত কোনো মিছা নাই, এই নিমিত্তেহে লিখিলে। ২২ যীশু যে (অভিষেক) খৃীষ্ট, ইয়াক যি জনে অসৈ কৰে, তাৰ বাহিৰে মিছ। কোৱা কোন আছে? সেই জনে পিতৃকে। পুত্ৰকো আসে কৰি খ্ৰীষ্টৰ বিৰোধ হয়। ২৩ যি জনে পুত্ৰক আসৈ কৰে, সি পিতৃকো অগ্ৰাহ্য কৰিলে; কিন্তু যি জনে পুত্ৰক সৈ কাহে, সি পিতৃকো গ্ৰহণ কৰা হয়। ২৪ এই হেতুকে অ- দিৰে পৰা তোমোলাকে যি কথা শুনিলা, সেয়ে তোমোলাকৰ হৃদয়ত থা- কোক। ২৫ সেই আদিৰে পৰা শুনা কথা তোমোলাকৰ হৃদয়ত যদি থাকে,