পৃষ্ঠা:New Testament in Assamese.djvu/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৪২৭ ২ ৫ আৰু ৬ পাছে পালে। সৰ্ব্বনাশ কৰা বিধৰম আচাৰ কৰাত আপুনি আপোনাবিলাকৰ ওপৰত বেগই বিনাশ অনাব। আৰু অনেকে সিহঁতৰ দুৰাচাৰ কৰ্ম আচৰাত সিহঁতৰ দ্বাৰাই সত্য পথ নিন্দা হব। সিহঁতে লুভীয়া মনেৰে ভাওন। কথাৰে সৈতে তোমোলাকৰ পৰা লাভ কৰিব; কিন্তু ভালে দিনৰে পৰ। হোৱা সিহঁতৰ দণ্ড আজ্ঞা পলম নকৰিব, আৰু সিহঁতৰ বিনাশ টোপনি যাই নেথাকিব। ৪ কিয়নো ঈশ্বৰে পাপী দূতবিলাকক খেমা নকৰি নৰকত পেলাই এন্ধাৰৰ শিকলিৰে বন্ধন কৰি সোধৰ নিমিতে ৰাখিলে; পুৰণি জগতকে দায়। নকৰি ধৰ্ম কীত্তন কৰোতা নোহা অষ্টম মানুহক ৰক্ষা কৰি পাপিষ্ঠ লোকক জগতৰ ওপৰত পানী অনাই বুৰলে। চিদোম অৰু অমোৰ নগৰবোৰ ভস্ম কৰি বিনাশৰ দণ্ড অজ্ঞা দি, অ- গলৈ যি লোকে পাপ আচৰি, সিহঁতলৈ সেই নগৰবোৰ আহি কৰি দে- খালে; ৭ কিন্তু সেই দুৰাচাৰ পপি কৰ্মেৰে দুখিত হোৱা যি পৰমাৰ্থিক লেটি, তেওঁক ৰক্ষা কৰিলে। ৮ কিয়নো সেই ধমী মানুহ সিহঁতৰ মাজত থাকোতে সিহঁতৰ পপি অচিৰণ দেখি শুনি দিনে দিনে মনৰ অতি সন্তাপ ৯ এই ৰূপে প্ৰভুএ অপেনিকি সেৱা কৰা লোকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ, আৰু পৰমাৰ্থিক, বিশেষকৈ যিবিলাকে শৰীলৰ সুখৰ নিমিত্তে অশুচি কৰ্মৰ অভিলাষ আচৰণ কৰি শাসন কত্তবিলাকক হেলা কৰে, সিহঁতক দণ্ডৰ নিমিত্তে সোধৰ দিনলৈকে ৰাখিবলৈ জানে। সিহঁত কুসাহিয়াল আৰু অপপান ইচ্ছাৰে অচিৰোতা হৈ, বিষয়া সকলৰ বিৰোন্ধে নিন্দা কৰিবলৈ ভয় নকৰে। ১১ কিন্তু সিহঁততকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা ঈশ্বৰৰ দূতবিলাকেও প্ৰভুৰ আগত সিহঁতৰ বিৰোন্ধে নিন্দা অপবাদ নিদি। ১২ ষি স্বভাবিক অজ্ঞানী পহুবোৰ ধৰি নষ্ট কৰিবৰ কাৰণে সুজন হৈছে, সিহঁতৰ নিচিনা এই লোকবিলাকে যিহক নুবুঝে, তাক নিন্দা কৰি অ- পেনি অপেন অধৰ্মৰ ফল পাই, অপোনাৰ দুষ্ট অচিৰণত নষ্ট হব। ১৩ দিনতো দুৰাচাৰ কৰি তাক সুখ ভোগ মানে, আৰু তোমোলাকে সৈতে ভোজন পান কৰোতে চেক আৰু দাই হৈ আপোনাৰ ভমত আনন্দ পাই। ১৫ যি চকু পৰতিৰীত অসিক্ত হৈ পিপ অচিৰণ কৰিবলৈ নেবে, এনে চকু থকা হৈ, অৰু লুভীয়া মনেৰে নিপূণ হৈ, সিহঁতে অথিৰ মন হো- বাবিলাকক ভুল কৰাই শাও পোৱা প্ৰজা হয়! ১৫ সিহঁতে পোন পথ এৰি পপিৰ বেচলৈ ইচ্ছা কৰা বিৰৰ পুতেক বিলিয়মৰ অপথে ভুমী গৈছে। ১৬ কিন্তু সি আপোনাৰ অপৰাধৰ নিমিত্তে দুষী কৰা হল, কিয়নো আঁক- ৰা পহু মানুহৰ ভাষাৰে কথা কৈ ভবিষ্যত বক্তাৰ বলিয়া কৰ্ম নিষেধ কৰিলে। ১৭ সেই মানুহবোৰ পানী নথকা নদি, আৰু ধুমুহা বতাহে চলাই নিয়া মেঘৰ নিচিনা, সিহঁতৰ নিমিত্তে অনন্ত কাললৈকে ঘোৰ এন্ধাৰ সঁচি থোৱা হৈছে। ১৮ সিহঁতে অহঙ্কাৰেৰে অনৰ্থক কথা কৈ ওম