পৃষ্ঠা:New Testament in Assamese.djvu/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। ৪১৯ আছে। মোলাক, তোমোলাকৰ অৰ্থে সেই অধিকাৰ ববি স্বৰ্গত ৰাখি থোৱা ৬ সেই কথাত তোমোলাকে অনিন্দিত হৈয়ো, এতিয়া প্ৰয়োজন হলে কিছু কাললৈ অনেক বিধ পৰীক্ষাৰ দ্বাৰাই দুঃখ ভোগ কৰি আছি॥ ৭ এই ৰূপ পৰীক্ষা কৰা হলে তোমোলাকৰ বিশ্বাস জুইত পৰীক্ষা কৰা খপা সোণতকৈ অতি উত্তম হৈ যীশু খ্ৰীষ্ট প্ৰকাশ হোৱা কালত প্ৰশংসা আৰু মৰ্যতা আৰু গৌৰৱৰ যোগ্য হোৱা দেখা যাব। ৮ তেওঁক তোমো- লাকে নিচিনিও প্ৰেম কৰিছা; আৰু এতিয়া নেদেখিলেও তেওঁত বিশ্বাস কৰি, কব নোৱৰ। অৰু প্ৰভাওযুক্ত অনিন্দৰে আনন্দ হৈ, ১ তোমোল- কৰ বিশ্বাসৰ ফল অৰ্থাৎ অত্মিাৰ পৰিত্ৰাণ পোৱা হৈছা। ১৫ আৰু তো- মোলাকে যি অনুগ্ৰহ পইছা, তাৰ ভবিষ্যত কথা পূৰ্ব্ব কালৰ যি ভবিষ্যত বাবিলাকে কৈছিল, সিবিলাকে সেই পৰিত্ৰাণৰ কথা সোধ কৰি যতন ৰূপে বিচাৰি, ১১ ১ খ্ৰীষ্টৰ দুঃখ ভোগ আৰু পাছে হব লগা প্ৰভাৱৰ প্ৰমাণ দিয়া যি খ্ৰীষ্টৰ আত্মা সবলাকৰ হৃদয়ত আছিল, তেওঁ কিহৰ অৰু কি কালৰ কথা প্ৰকাশ কৰিছে, ইয়াকে বিচাৰ কৰিলে। ১২ সেই কথাৰ প্ৰমাণ দিওঁতে, আপোনাৰ নিমিত্তে নহয়, আমাৰ নিমিত্তে সিবিলাক সেই কথাৰ সেৱক হৈছিল, ইয়াক সিবিলাকৰ অগিত প্ৰকাশ কৰা আছিল; সেই যি কথা দূতবিলাকেও চাই বুঝিবৰ ইচ্ছা কৰে, এনে সকলৰ বিবৰণ এতিয়া স্বগৰ পৰা পঠিৱা পৰি আত্মাৰ দ্বাৰাই শুভবাত্ত। কীত্তন কৰা- বিলাকে তোমোলাকৰ আগত প্ৰকাশ কৰিলে। ১৩ এই হেতুকে মনৰ কঁকাল বান্ধি চেতনা হৈ, ৰশু খ্ৰীষ্ট প্ৰকাশ হো- ৱাৰ সময়ত তোমোলাকক যি অনুগ্ৰহ দিয়া হব, তাৰ আশাতে শেষলৈকে থিৰে থাকা। পূৰ্বৰ অজ্ঞান কালৰ কুঅভিলাষৰ দৰে ব্যৱহাৰ নকৰি, ১৫ তোমোলকিক নিমন্ত্ৰণ কৰ। জন। যেনে পবিত্ৰ, তোমোলাকেও অজ্ঞাৰ বশ হোৱা সন্তানৰ নিচিনা সেই ৰূপে পবিত্ৰ হোৱা; ১৬ কিয়নো এনে লিখা আছে, ময় পবিত্ৰ হৈছে, এতেকে তোমোলাকে পবিত্ৰ হোৱা। ১৭ আৰু যি জনাই মানুহৰ মুখলৈ নেচাই, প্ৰতি মানুহৰ কৰ্মৰ দৰে সোধ কৰে, তেওঁক পিতৃ বুলি তেওঁৰ আগত যদি প্ৰাৰ্থনা কৰ, তেন্তে ইয়াত প্ৰবাস কৰা কাল ভয়েৰে নিয়াবা। পূৰ্ব্ব পুৰুষে শিকোৱা যি অনৰ্থক অচিৰণৰ পৰা সোণ ৰূপ আদি কৰি ক্ষয় হোৱা বস্তুৰ দ্বাৰাই যে মুক্তি পাইছা, এনে নহয়, ১৯ নিদুষী আৰু নিৰ্মল হোৱা মেৰ পোৱালিৰ নিচিনা খুষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্তি পালা, ইয়াকে তোমোলাকে জানা। ২০ জগত পতাৰ আগৰে পৰা তেওঁ নিযোজন হৈছিল, আৰু তেওঁৰ দ্বাৰাই ঈশ্বৰত বিশ্বাস কৰা যি তোমোলাক, তোমোলাকৰ নিমিত্তে এই শেষ কা- লত প্ৰকাশ হল। ২১ ঈশ্বৰে তেওঁক মৰণৰ পৰা তুলি গৌৰও কৰিলে; তাতে তোমোলাকে ঈশ্বৰত বিশ্বাস আৰু তাশা কৰি থাকা। ২২ এই হে ১ ৪ ১৮ ৫৪