পৃষ্ঠা:New Testament in Assamese.djvu/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৮ পিতৰৰ প্ৰথম পত্ৰ। 1 হয় হওঁক, নাইবা নহয় বোলাই নহয় হওক। ১৩ তোমোলাকৰ মাজত কোনো যদি দুঃখী হয়, সি প্ৰাৰ্থনা কৰেকি; কোনো যদি অনিন্দিত হয়, সি গীত গান কৰোক; ১৪ কোনো যদি নৰিয়া পৰিছে, সি মণ্ডলীৰ বৃদ্ধ লোকক মাতেকি, পাছে সিবিলাকে প্ৰভূ নামে গতি তেল দি তাৰ নিমি- ত্তে প্ৰাৰ্থনা কৰোক; ১৫ তীতে বিশ্বাসী প্ৰাৰ্থনাৰ দ্বাৰাই নৰিয়াটো বক্ষ। পাব, অৰু প্ৰভূএ তাক সুস্থ কবিব; আৰু সি যদি কোনো পপি কৰিলে, তাকে। খেমা কৰা হব। তোমোলাকে ইজনে সিজনে আপোনাৰ দোষ সৈ কাহিবা, আৰু স্বস্থ হবলৈ ইজনে সিজনৰ নিমিত্তে ৰ্থনা কৰিবা। কিয়নো ধৰমী মানুহৰ অত্যন্ত প্ৰাৰ্থনাই অনেক সিন্ধি কৰে। ১৭ এলিয়া আমাৰ নিচিনা সুখ দুঃখ ভোগ কৰা মানুহ হৈয়ো তেওঁ বৰখুণ নহবলৈ অতিশয় প্ৰাৰ্থনা কৰিলে, তাতে তিনি বছৰ ছমাহলৈকে বৰণ নহল। ১৮ পাছে আৰু বাৰ প্ৰাৰ্থনা কৰাত অকিশিৰ পৰা বগুণ হল, আৰু পৃথিবীএ শহ ওপজালে। ১৯ হে ভাইবিলাক, তোমোলাকৰ কোনো সত্যৰ পৰা অপথে গলে, তেন্তে যি মানুহে তেনে পাপীক ভুমী যোৱা পথৰ পৰা পালটাই অনে, ২০ সি তাৰ আত্মা মৃত্যুৰ পৰা ৰক্ষা কৰে, আৰু অনেক পপি সমূহ ঢাকে, সি ইয়াকে জানেক। পিতৰৰ প্ৰথম পত্ৰ। ১ অধ্যায়। অৰুি গলাতিয়া, কাপাদকিয়া, অিিচয়া আৰু বিথুনিয়া, এই সকলো পৰ দেশত ঠাই ঠাই হৈ থকা যি লোকবিলাক পবিত্ৰ কৰা আত্মাৰ দ্বাৰাই যীশু খ্ৰীষ্টৰ অজ্ঞাৰ বশ, আৰু তেওঁৰ তেজেৰে শান্তি কৰা হবৰ নিমিত্তে পিতৃ ঈশ্বৰৰ পূৰ্ব্ব জ্ঞানৰ দৰে মনোনীত হৈছে, ২ সি- বিলাকলৈ যীশু খ্ৰীষ্টৰ পঁাচনি পিতৰে পত্ৰ লিখিছে। তোমোলাকলৈ বহুল ৰূপে অনুগ্ৰহ আৰু কুশল হওক। ৩ যি জনাই অতিশৰ কৃপা কৰি মণৰ পৰা যীশু খ্ৰীষ্টৰ উঠানৰ দ্বাৰাই অক্ষয় আৰু নিৰ্মল অৰুি অমৰ অধিকাৰ বাৰ পোৱা হবৰ নিমিত্তে ৪ জীৱন দিয়া অশালৈ আমাক পুনৰ জন্ম দিলে, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেই পিতৃ ঈশ্বৰ ধন্য। ৫ শেষ কালত প্ৰকাশ হবলৈ যুগুত হোৱা পৰি- ত্ৰাণ পাবৰ নিমিত্তে বিশ্বাসৰ দ্বাৰাই ঈশ্বৰৰ শক্তিৰে ৰখা হোৱা যি তো-