পৃষ্ঠা:New Testament in Assamese.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। ময় তলত সকলোকে বশবৰ্তী কৰা হলে, তেন্তে তেওঁৰ অবশ একো নেথাকে। কিন্তু এতিয়ালৈকে আমি তেওঁৰ তলত সকলোকে বশবৰ্তী দেখা নাই।

  • তথাপি ঈশ্বৰৰ অনুগ্ৰহেৰে সকলো মানুহৰ নিমিত্তে মৃত্যু ভোগ কৰিব-

লৈ দূতবিলাকতকৈ কিছু তল কৰা যি যীশু, তেওঁক মৃত্যু ভোগৰ কাৰণে ভিবও অৰুি মৰ্যতাৰ কিৰীটিষে বিভূষিত কৰা দেখিছে॥ যি জনাৰ কাৰণে আৰু যি জনাৰ দ্বাৰাই সকলো বস্তু সৃষ্টি হৈছে, তেওঁ বহুত সন্তানক বিভৱলৈ অনেতে সিবিলাকৰ ত্ৰাণৰ সেনাপতিকে দুঃখ ভোগৰ দ্বাৰাই সম্পূৰ্ণ কৰা উচিত। ১১ ইয়াতে যি জনে পবিত্ৰ কৰে, আৰু যি- বিলাকক পবিত্ৰ কৰা হৈছে, সেই সকলো একে জনাৰ হয়। এই হেতুকে সিবিলাকক ভাই বুলি মাতিবলৈ লাজ নেপাই, তেওঁ কৈছে, ১২ ভাইবিলাকৰ মাজত তোমাৰ নাম প্ৰকাশ কৰিম; সভাৰ মাজত প্ৰশংসা গান কৰিম। ১৩ পুনৰ্ব্বাৰ কৈছে, ময় তেওঁতেহে বিশ্বাস কৰিম; আৰু বাৰ কৈছে, মোক আৰু ঈশ্বৰে দিয়া সন্তানবিলাককে দেখা। সন্তানবিলাক তেজ মঙ্গহযুক্ত হোৱাত মৃত্যুৰ শক্তি কৰোৱা যি ছয়তান, তাক মৰণৰ দ্বাৰাই দমন কৰিবলৈ, ১৫ আৰু মৰণৰ ভয়েৰে আয়ুষৰ সক লো দিনত বন্ধন হোৱাবিলাকক মুকুত কৰিবলৈ, তেওঁ অপুনিও সেই ৰূপে তেজ মঙ্গহযুক্ত হৈ আহিছে। ১৬ তেওঁ দূতবিলাকক উপকৰি নকৰি, অ- ব্ৰাহামৰ বঙ্গহৰবিলাকক উপকাৰ কৰিলে; ১৭ এই হেতুকে অপেন লোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ নিমিত্তে ঈশ্বৰৰ কথাবিলাকত এজন দয়ালু আৰু বিশ্বাসী মহা পোৰোহিত হবলৈ সকলো ভাৱে আপোনাৰ ভাইবিলাকৰ নিচিনা হোৱা তেওঁৰ উচিত অছিল। ১৮ তাতে তেওঁ অপু- নি পৰীক্ষা কৰা হৈ দুঃখ ভোগ কৰিলত, যিবিলাকে পৰীক্ষা পাই সিবি- লাকৰৰ উপকাৰ কৰিব পাৰে। ১৪ আৰু ৩ অধ্যায় { এই হেতুকে, হে স্বগীয় নিমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, আমি স্বীকাৰ কৰা পঁাচনি আৰু মহা পোৰোহিত যি য়ী [ খ্ৰীষ্ট, তেওঁলৈ মনযোগ কৰা। ২ মোচা যেনেকৈ আপোনাৰ গোটেই ঘৰৰ মাজত বিশ্বাসী আছিল, তেৱে। সেই ৰূপে তেওঁক নিযোজন কৰা জনালৈ বিশ্বাসী হৈছিল। ৩ ঘৰতকৈ ঘৰ সজা জনে যেনেকৈ অধিক মৰ্যতা পাই, তেনেকৈ তেওঁ মোচাতকৈ অধিক মৰ্যতাৰ যোগ্য গণ হৈছিল। প্ৰত্যেক ঘৰ কোনোৰ দ্বাৰাই সুজা হৈছে, কিন্তু সকলো বস্তু সুজন ক1 ঈশ্বৰ। ৫ পাচলৈ কৰ লগ। কথাৰ প্ৰমাণৰ নিমিত্তে মোচা সেৱক বাবে আপোনাৰ গোটেই ঘৰৰ মা- জত বিশ্বাসী আছিল; ও কিন্তু খ্ৰীষ্ট পুত্ৰ হোতি আপোনাৰ ঘৰৰ অধি 8