পৃষ্ঠা:New Testament in Assamese.djvu/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮৬ তিমথিলৈ দ্বিতীয় পত্ৰ। অগিত গ্ৰহণীয় আৰু লাজৰ যোগ্য নোহোৱা কৰ্ম কৰোতা, অ িসত্য ধৰ্মৰ বাক্য ঠিক ৰূপে শিকাবলৈ নিপুণ, এনে আপোনাক দেখাবলৈ যতন কৰা। ১৬ কিন্তু অপবিত্ৰ অনৰ্থক বাগাড়ম্বৰৰ পৰা পৃথক হোৱা; কিয়নে। সিবিলাক অধিক অধৰ্মলৈ বাহিব। ১৭ আৰু সিহঁতৰ কথা গেল। ঘৰ দৰে ক্ষয় কৰিব। সিহঁতৰ মাজৰ হুমিনি অৰুি ফিলিত হৈছে; ১৮ মৃত্যু উঠান গল বুলি সিহঁতে ধৰ্মৰ কথাত ভুল হৈ, কোনো কোনো মানুহৰ বিশ্বাস লুটিয়াইছে। ১৯ তথাপি ঈশ্বৰৰ মূল থিৰ হৈয়ে আছে; তাৰ ওপ- ৰত ইয়াকে মো মৰা আছে, প্ৰভুএ অপোনাৰ লোকক জানে; অি যি কোনো প্ৰভুৰ নাম কহে, সেয়ে অধৰ্মৰ পৰা আঁতৰ হওক। ২০ প্ৰধান ঘৰত কেৱল সেণি ৰূপৰ পাত্ৰেই থাকে, এনে নহয়, কাঠৰ আৰু মাটীৰ পাত্ৰো থাকে; কেতবিলাক মৰ্য্যতাৰ কেতবিলাক অমৰ্য্যতাৰ পাত্ৰ হৈছে। ২১ এয়েৰেই কোনোএ যদি এইবিলাক অধৰ্মৰ পৰা আপোনাক শুচি কৰি ৰাখে, তেন্তে সি পবিত্ৰ, আৰু অধিকাৰৰ কাৰ্য্যৰ যোগ্য, অৰু সকলো সজ কৰ্মলৈ যগত হৈ মমতাৰ পাত্ৰ হব। ২২ তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলাই, ধৰ্ম, বিশ্বাস, প্ৰীতি, আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে নিবিৰোধ, এই সকলোবিলাকৰ পাছে পাছে যোৱা। ২৩ কিন্তু অজ্ঞান আৰু নিবুদ্ধি প্ৰশনবিলাকে বাগযুদ্ধ মাথোন জন্মাই, ইয়াকে জানি এনে পুশনবোৰৰ পৰা আঁতৰ হৈ থাকা। নে? ঈশ্বৰৰ সেৱকে বাক্যৰ যুদ্ধ কৰা উচিত নহয়; কিন্তু সকলো মানুহলৈ নম, শিকাবলৈ নিপুণ, অপকাৰিত সহনীয় হৈ, ২৫ বিৰোধ কৰবিলাকক মৃদু ভাৱে শিক্ষা দিয়া উচিত; তাতে কিজানি এই ৰূপে সত্য কথা সে কাহি- বলৈ ঈশ্বৰে সিবিলাকৰ মন পলিটন দান কৰিব; ২৬ তাতে ছয়তানৰ ইচ্ছাৰ দৰে মোহ জালত বন্ধন হোৱা সেই লোকবিলাকে চেতন পাই, তাৰ সেই জালৰ পৰা উদ্ধাৰ পাব। ২৪ কিয়-

৩ অধ্যায়। শেষ কালত অতি দুৰ্ঘটনাৰ সময় আহিব, ইয়াকে জানা। ২ কিয়নো সেই কালত মানুহ আপোনাকহে প্ৰীতি কৰোতা, লুভীয়া, আপোনাক প্ৰশংসা কৰোতা, গৰ্ব্ব কথা কওঁত', অহঙ্কাৰী, নিন্দক, পিতৃ মাতৃক নমনা, উপকাৰ নজনা, অপবিত্ৰ, ৩ নিষ্ঠুৰ, নিয়ম ভঙ্গা, মিছা বাদ দিয়া, ইন্দ্ৰিয়ক নদমা, ৰাগীয়াল, সাধুক ঘিনাওঁতা, ৪ বিশ্বাস ঘাতক, গোঙ্গেৰিা, সঁফাল, ঈশ্বৰত- কৈ সুখৰ অভিলাষী, ৫ ধৰ্মৰ বেশ ধৰি তাৰ শক্তিকে আসৈ কৰোঁত। হব; এনেবিলাক লোকৰ পৰা তুমি আঁতৰি যোৱা। ৬ সেইবোৰে পা- পৰ ভাৰত থকা আৰু অনেক ৰূপ তাভিলাষেৰে চলাই নিয়া যি নিবুন্ধি