পৃষ্ঠা:New Testament in Assamese.djvu/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৩৮৫ ১৩ মোৰ পৰা যি ৰূপে সজ বাক্য শুনিলা, য়ীশু খ্ৰীষ্টত বিশ্বাস আৰু প্ৰীতিৰে তাক ধাৰণ কৰি থাকা। ১৪ যি উত্তম দান তোমাক শোধাই দিয়া হৈছে, তাক অমাৰ হৃদয়ত থকা পবিত্ৰ আত্মাৰ দ্বাৰাই ৰক্ষা কৰিবা। ১৫ ফুগিল আৰু হমগিণি আদি কৰি অচিয়াত থকা সকলোএ মোৰ পৰ। উলটি গল, ইয়াক তুমি জানি। ১৬ কিন্তু অনিচিফৰৰ পৰিয়ালক প্ৰভু অনুগ্ৰহ কৰোক; কিয়নো সি মোক বাৰে বাৰে উপকাৰ কৰিলে, তাৰু মোৰ সিকলিত লাজ নেপাইছিল। ১৭ ৰোম নগৰত থাকোতে তেওঁ যতেনৰে মোক বিচাৰি পাইছিল। ১৮ শোধৰ দিনত প্ৰভুৰ পৰা তেওঁ কৃপা যেন পাই, প্ৰভূএ তেওঁক এই দান কৰোক। আৰু এফেচতে। থাকোতে তেওঁ কিমনি কথাত মোক সুশাসা কৰিলে, তাক তুমি ভালকৈ জানিয়ে অছি। ২ অধ্যায়। কৰা। নহয়; 9 ৮ মোৰ শুভ এতেকে হে মোৰ পুত্ৰ, যীশু খ্ৰীষ্টৰ দ্বাৰাই যি তনুগ্ৰহ, তবে তুমি বলৱন্ত হোৱা। ২ আৰু অনেক সাক্ষীৰ মাজত মোৰ যি যি উপদেশ শুনিলা, তাকে অন্য লোকক শিকাবলৈ নিপুণ হোৱা বিশ্বাসী মানুহবিলাকক শো- ধাই দিয়া। ৩ যীশু খ্ৰীষ্টৰ এজন উত্তম ৰয়াৰ নিচিনা তুমি দুঃখ সহন। ৪ যি জনে ৰণুৱা হবলৈ কোনো লোকক নিযোজন কৰিছে, তেওঁক সন্তোষ কৰিবৰ নিমিত্তে সেই ৰণুৱাই সংসাৰিক কাৰ্য্যব ঝালত বন্ধন আৰু যি কোনো মাল যুদ্ধ কবে, সি যদি নিয়মৰ দৰে যুদ্ধ নকৰে, তেন্তে কিৰিটি পোৱা হব নোৱাৰে। ৬ যি খেতিয়কে শ্ৰম কৰে, সেয়ে প্ৰথমতে ফল ভোগ কৰা উচিত। ময় যিহকে কওঁ, তাকে মনত বিবেচনা কৰা; অৰুি সকলো কথাত প্ৰভুএ তোমাক বুদ্ধি দিওক। বাত্ত ৰি দৰে দাৰিদৰ বঙ্গ হৰ যীশু খ্ৰীষ্ট যে মৰণৰ পৰা উঠা হৈছে, ইয়াকে মনত সেঁৱৰা। ১ সেই শুভবাত্তৰ নিমিত্তে ময় দুস্থ মৰি দৰে বন্ধনলৈকে দুঃখ ভোগ কৰিছোঁ; তথাপি ঈশ্বৰ বাক্য হলে বন্ধন নহয়। খ্ৰীষ্টৰ দ্বাৰাই অনন্ত বিভৱযুক্ত যি পৰিত্ৰাণ, তাক মনোনীত লোকবিলাকে পবিৰ নিমিত্তে সিবিলাকৰ কাৰণে ময় সকলোকে সহি আছে॥ কথা সত্য; আমি যদি তেৰে সৈতে মৰে, তেন্তে তেৱে সৈতেই জীৱন ভোগে কৰিম; ১২ তেৰে সতে যদি দুঃখ ভোগ কবে, তেন্তে তেৰে সৈতে ৰাজ ভৌগো কৰিম; আমি তেওঁক যদি অলৈ কৰে, তেওঁ আমাকে আসৈ কবি। ১৩ অমি যদি তেওঁত বিশ্বাস নকৰে, তথাপি তেওঁ বিশ্বাসী হৈ আছে; তেওঁ অপুনি আপোনাকে অসৈ কৰিব নোৱাৰে। তুমি এই সকলো কথা সোঁৱৰাই তাকাৰ্য্য আৰু শুনবিলাকক ভূষ্ট কৰা কথাৰ যুদ্ধ নকৰিবলৈ, প্ৰভুৰ সাক্ষাতে সিহঁতক তাজ্ঞা দিয়া। ১৫ ঈশ্বৰৰ ১১ এই ১৪