পৃষ্ঠা:New Testament in Assamese.djvu/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। ৩৮৭ তিৰী লোকে সদাই শিকিলেও সত্য জ্ঞান কেতিয়াও পবি নোৱাৰে, ৭ সিহঁ- তৰ ঘৰত চলেৰে সোমাই সিহঁতক বন্দী কৰি ভুলাই নিএ, সেইবোৰ এনে মানুহ। ৮ যেনেকৈ য়ান্নি অৰুি য়াম্বি এ মোচাৰ অহিতে বিৰোধ অ- চৰিলে, তেনেকৈ দুষ্ট মন অৰুি ধৰ্ম ভষ্ট কৰা এই লোকেও সত্য ধৰ্ম বিপৰীত অচিৰে। ৯ কিন্তু সিহঁতে আৰু আগ বাহি নেয়াব; কিয়নে। সেই য়ান্নি আৰু মিষুিৰ অজ্ঞান সকলোৰে আগত যেনেকৈ প্ৰকাশ হৈ- ছিল, তেনেকৈ ইহঁতৰো প্ৰকাশ হব। ১০ মোৰ যি উপদেশ, অৰু অচিৰি, অলিচ, বিশ্বাস, সহন, প্ৰেম, ধৌৰ্য্য, তাড়না, ক্লেশ ভোগ, ১১ অৰি অন্তিয়খিয়া, ইকনিয়া লুন্ত্ৰী, এই- বোৰ নগৰত মোৰ যি ঘটিল, আৰু যি প্ৰকাৰ তাড়না পালো, তুমি সেই সকলোকে জানি অছি। কিন্তু সেই সকলো দুঃখৰ পৰা প্ৰভু মোক ৰক্ষা কৰিলে। ১২ আৰু যি যি লোকে য়ীশু খ্ৰীষ্টত আশ্ৰয় লৈ ধৰ্ম কৰ্মেৰে দিন নিয়াবৰ ইচ্ছা হয়, সেই জকলোএ তাড়নাৰ দুঃখ ভোগ কৰিব। ১৩ কিন্তু পাপিষ্ঠ আৰু ভাণ্ডন কৰা লোকে ভুল কৰাই, আৰু আপু- নিও ভুল হৈ, অধিক অধিককৈ ক্ৰমে দুষ্টতা বৃদ্ধি হৈ যাব। ১৪ তুমি কোন মানুহৰ পৰা শিকিল, ইয়ীকে জানি, তুমি শিক্ষা পোৱা আৰু নিশ্চয় ৰূপে জন। কথাত থিৰ হৈ থাকি॥ ১৫ কিয়নো যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই পৰিত্ৰাণৰ নিমিত্তে তোমাক জ্ঞান দিবৰ সমৰ্থ যি পবিত্ব শাস্ত্ৰ, তা তুমিলা কালৰে পৰা জানি আছা। ১৬ সেই সকলে। শাস্ত্ৰ ঈশ্বৰে নিশ্বসিত ভাৱে শিকোৱাৰ দ্বাৰাই দিয়া হৈ, ঈশ্বৰৰ সেৱক সম্পূৰ্ণ আৰু সকলো উত্তম কৰ্মলৈ শজ ৰূপে যুগত হবৰ নিমিত্তে, ১৭ উপদেশ, দোষ প্ৰমাণ, শুদ্ধ কৰ্ম, আৰু ধৰ্ম শিকনী, এইবিলাক কথাত উপকাৰী হয়। ৪ অধ্যায়। ঈশ্বৰৰ অগিত, আৰু যি যীশু খ্ৰীষ্টে পুনৰ্বাৰ আহি আপোনাৰ ৰাজ্য পোৱা কালত জীয়া অৰু মৰা লোকৰ শোধ কৰিব, সেই [প্ৰভু যীশু খ্ৰীষ্টৰ অ- গতো, ময় তোমাক এই দৃঢ় অজ্ঞা দিছে; ২ তুমি বাক্য কীত্তন কৰা, তা- তে সময়ত অৰু অসময়তে উৎসাহী হোৱা; সকলো ৰূপ সহন আৰু উপ- দেশেৰে দুষী কৰা, ডবিওৱা আৰু বিনয় কৰা। ৩ কিয়নো যি কালত লো- কে শজ উপদেশ নসহি খজুউৱা কাণেৰে আপোনাৰ অভিলাষৰ দৰে শিক্ষক অধিককৈ সচিব, ৪ আৰু সত্যৰ পৰা কাণ ঘৰাই উপকথালৈ মন দিব, এনে কাল আহিব। ৫ কিন্তু সকলো কথাত চেতন হৈ থকা, দুঃখ সহন কৰা, শুভবাৰ্তাৰ প্ৰচাৰকৰ কাৰ্য্য কৰি আপোনাৰ সেৱা কৰ্ম সম্পূৰ্ণ কৰা। ৬ এতিয়া মোৰ প্ৰণিৰ বিযোগ কাল ওচৰ পালেহি, অৰু প্ৰাণ উচগ