পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্যায়। Oby a নৰকত মগ্ন কৰা অনেক অজ্ঞান আৰু অহিত অভিলাষতে। পৰে। ১০ ধনৰ লোভেই সকলো মন্দৰ মূল; তালৈ লোভ কৰি কোনো কোনো লোকে বিশ্বাসৰ পৰা ভষ্ট হৈ আপুনি আপোনাকে তানেক দুঃখেৰে খুঁচিছে। ১১ কিন্তু হে ঈশ্বৰৰ মানুহ, তুমি এই সকলোৰে পৰা পলাই, ধৰ্ম আৰু ভক্তি, বিশ্বাস, প্ৰেম, ধৌৰ্য, নমভাও, এইবিলাকৰ পাছে পাছে যোৱা। ১২ বিশ্বাসৰ উত্তম যুদ্ধ যুদ্ধ কৰা, অনন্ত পৰম আয়ুষো ধৰণ কৰা। কিয়- নো তালৈ তুমি অমন্ত্ৰীত হৈ আছি, আৰু তাৰ কথাত অনেক সাক্ষীৰ অ- গত তুমি উত্তম প্ৰমাণ দিছা। সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষা- তে, আৰু পন্তীয় পিলাতৰ আগত উত্তম প্ৰমাণ দিয়া যি যীশু খ্ৰীষ্ট, তেওঁৰ সাক্ষাতেও ময় তোমাক আদেশ কৰিছোঁ, ২৪ যি জনা অকলেই অমৰ, অগণ্য পহৰত নিবাসী, যি জনকি কোনো মানুহে দেখা নাই, দেখিবও নোৱাৰে, ৰজাৰৰ ৰজা, প্ৰভুৰো প্ৰভু, এনে যি ধন্য আৰু অদ্বিতীয় অধিপতি, ১৫ তেওঁ আপোনাৰ যি কালত খৃীষ্টৰ আগমন প্ৰকাশ কৰিব, সেই কাললৈকে তুমি নিৰ্মল আৰু নিদূষী ৰূপে অজ্ঞা পালন কৰা। ১৬ তেওঁৰ মহিমা আৰু অনন্ত পৰাক্ৰম প্ৰকাশ হওক। আমেন। ১৭ যিবিলাকে সংসাৰিক সম্পত্তিৰে ধনৱন্ত সিবিলাক যেন গব্বী নহয়, আৰু অনিশ্চয় ধনতে বিশ্বাস নকৰে, কিন্তু ভোগ, কৰিবলৈ আমাক সকলে। বস্তু অধিককৈ দিয়া যি অমৰ ঈশ্বৰ, তেওঁত যেন বিশ্বাস কৰে, সিবিলাকক এই আজ্ঞা দিয়া। ১৮ আৰু লোকৰ হিত কৰি সুকৰ্ম ৰূপ ধনেৰে ধনৱন্ত হৈ, আৰু বিলাই দিবলৈকো সাষ্টম আৰু দান কৰিবলৈ ইচ্ছাৱন্ত হৈ, ১৯ পৰ্কলিত স্বৰূপ পৰম আয়ুষ ধাৰণ কৰিবৰ নিমিত্তে উত্তম মূল ধন সঁছোক। ২০ হে তিমথি, অপবিত্ৰ আৰু নিৰ্থক উপকথা আৰু ভাৰি কোৱা বিদ্যাৰ বিৰোধ কথাৰ পৰা আঁতৰি, তোমত সোধাই দিয়া উপদেশ ৰক্ষা কৰা। ২১ সেই বিদ্যাৰ কথাত মতি হৈ কোনো কোনো লোক বিশ্বাসৰ পৰা ভূষ্ট হল। অনুগ্ৰহ তোমাৰ সঙ্গী হওক। [অমেন।]