পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮২ তিমথিলৈ প্ৰথম পত্ৰ। ১৭ যি বৃদ্ধ লোকে উত্তম ৰূপে শাসন কৰে, বিশেষকৈ যিবিলাকে বাক্য কীত্তন আৰু উপদেশতে পৰিশ্ৰম কৰে, সিবিলাকে দুগুণ মৰ্য্যতা পাবৰ যোগ্য গণ হওক। ১৮ কিয়নো শাস্ত্ৰে কৈছে, মৰণা মৰা গৰ মুখ তুমি বন্ধন নকৰিবা; অৰুি বনুৱাই আপোনাৰ বেচৰ যোগ্য হয়। ১১ দুই তিনি শাক্ষি নহলে বৃদ্ধ লোকৰ বিৰোধে অপবাদ কথা গ্ৰহণ নকৰিবা। ২০ অনি মানুহে যেন ভয় কৰে, এই কাৰণে পাপ কৰা লোকক সকলোৰে অগিত হকিয়াবা। ২১ ঈশ্বৰ অৰুি যীশু খ্ৰীষ্ট, অৰু মনোনীত দূতবিলাকৰ আগত ময় তোমাক এই অজ্ঞা দিছে, চাটু নকৰি আৰু কাৰো ফলিয়া নহৈ এই সকলো কথা পালন কৰা। ২২ কাৰো ওপৰত হঠাতে হাত নিদিব; আৰু অনি মানুহৰ পাপৰ ভাগী নহব। আপোনাকে শুচি কৰি ৰাখা। ২৩ তোমাৰ উদৰৰ পিড়া অৰু ঘনে ঘনে দুল হোৱাৰ নিমিত্তে অকল পানী আৰু নেখাই, কিছু কিছু দুক্ষিা পান কৰা। ২৪ কোনো কোনো মানুহৰ পপি সিবিলাকৰ অগৈয়ে শোধলৈ যোৱা হৈ প্ৰকাশ হৈছে; অৰুি কোনো কোনো পাপ পাছে যোৱা হয়। ২৫ কোনো কোনো সদ কৰ্মে সেই ৰূপে অগৈয়ে প্ৰকাশ হয়; আৰু যিবিলাক অন্য ৰূপ হয়, সিও গুপুত হৈ থাকিব নোৱাৰে। ৬ অধ্যায়। ঈশ্বৰৰ নাম আৰু উপদেশৰ যেন নিন্দা নহয়, এই নিমিত্তে উঁৱলীৰ অধীন হোৱা যি যি বন্দী লোক সিবিলাকে অপোন আপেনি গৰাকীক সকলে। সমাদৰৰ যোগ্য মনোক। ২ অৰুি বিশ্বাসী গৰাকীবিলাকৰ অধীন হোৱা বন্দীবোৰ ভাই হোৱা হেতুকে সিবিলাকক হেলা নকৰোক; কিন্তু সিবিলাক বিশ্বাসী আৰু প্ৰিয় হৈ কৰ্মৰ ফলৰ ভাগী হোৱাত সিবিলাকক অধীক সেৱা কৰেীক, এই ৰূপে শিক্ষা আৰু উপদেশ দিয়া। ৩ যি জনে অন্য ৰূপে শিকাই, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ হিত কথা আৰু ঈশ্বৰ ধৰ্মৰ যোগ্য উপ- দেশত মান্তি নহয়, ৪ সি একো নেজানি অহঙ্কাৰী হৈ, অসূয়া, দণ্ড, নিন্দা, কুভাবনা, দুষ্ট মন আৰু সত্য হীন হোৱা যি লোকে ঈশ্বৰৰ সেৱা লাভৰ কৰ্ম বুলি জানে, সিহঁতৰ বিবাদ, ৫ এই সকলোকে জন্মোৱা যি বিচাৰ আৰু বাক্যৰ যুদ্ধ, সেইবিলাকত মতি হয়; এনে মানুহৰ পৰা পৃথক হোৱা। ৬ কিন্তু সন্তোষ মনেৰে সৈতে ঈশ্বৰৰ যি সেৱা, তাতে অতি লাভ। ৭ আমি এই জগতলৈ কোনো বস্তু অনা নাই, আৰু ইয়াৰ পৰা একো নিবও নোৱাৰে, এয়ে নিশ্চয়। ৮ এই হেতুকে আমাৰ আহাৰ আৰু পিন্ধা বস্তু হলে, তাৰেই অমি সন্তোষ হৈ থাকোহঁক। ১ যিবিলাক ধনৱন্ত হবলৈ ইচ্ছ। কৰে, সিবিলাকে পৰীক্ষা আৰু ফন্দিত পৰে, আৰু মানুহক বিনাশ আৰু