পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিমথিলৈ পৌলে লিখা দ্বিতীয় পত্ৰ। যীশু 2 @ 01- ১ অধ্যায়। খ্ৰীষ্টৰ দ্বাৰাই দিয়া পৰম অৰুষৰ প্ৰতিজ্ঞাৰ দৰে ঈশ্বৰৰ ইচ্ছাৰে যীশু খ্ৰীষ্টৰ পঁাচনি পৌলে আপোনাৰ প্ৰিয় পুত্ৰ তিমথিলৈ পত্ৰ লিখিছে। পিতৃ ইশ্বৰ অৰুি আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালৈ অনুগ্ৰহ, দায়। আৰু কুশল হওক। ৩ ময় দিনে ৰাতি সদায় প্ৰাৰ্থনাত তোমাক সুঁৱৰি থকাৰ নিমিত্তে পূৰ্ব্ব পুৰুষৰ মতৰ দৰে যি ঈশ্বৰক নিৰ্মল মনেৰে সেৱা কৰে, তেওঁক স্তুতি কৰি আছে॥ ৪ অৰু যি বিশ্বাস প্ৰথমতে তোমাৰ বুৰী মৰা লোইত আৰু মাতৃ উনিকীত আছিল, আৰু তোমাতে আছে বুলি নিঃসংশয়ে জানো, মাৰ সেই অকপট বিশ্বাসলৈ যেতিয়া মন কৰে, তেতিয়া তোমাৰ চকুৰ লে। সুঁৱৰি আনন্দেৰে পূৰ হবৰ নিমিত্তে তোমাক দেখিবলৈ বৰ ইচ্ছা কৰে॥ ৬ এই হেতুকে মোৰ হাত দিয়াত ইশ্বৰ যি দনি তোমত আছে, তাক উদগাবলৈ ময় তোমাক সোৱৰাইছে॥ ৭ কিয়নো ঈশ্বৰে আমাক ভয় কৰা অত্মক দিয়া নাই, কিন্তু শক্তি আৰু প্ৰেম আৰু শুদ্ধ বিবেচনাৰ অত্মিা ৮ এই হেতুকে আমাৰ প্ৰভুৰ কথাৰ সাক্ষী হোঅতি, আৰু তেওঁৰ অৰ্থে বন্দীয়াৰ হোৱা মোতো তুমি লাজ পোৱা নহৈ, ঈশ্বৰে দিয়া শক্তি দৰে শুভবাত্তৰ নিমিত্তে যি দুঃখ, তাৰ ভাগী হোৱা। ১ তেওঁ আমাক পৰিত্ৰণ কৰি পবিত্ৰ আমন্ত্ৰণেৰে নিমন্ত্ৰণ কৰিলে; আমাৰ কৰ্মৰ নিমিত্তে নহয়, জগত সৃষ্টিৰ পূৰ্বে যীশু খৃষ্টত অমকি দিয়া যি অপোনাৰ নি- যোজন কৰা অনুগ্ৰহ, তাৰেহে অমকি নিমন্ত্ৰণ কৰিলে। ১০ আমাৰ যি ত্ৰাণ কত্ত। যীশু খ্ৰীষ্টে মৃত্যুক নষ্ট কৰি শুভবাৰ দ্বাৰাই পৰম আয়ুষ আৰু অমৰণক প্ৰকাশ কৰিলে, তেওঁ অৱতাৰ হোৱাৰ দ্বাৰাই এতিয়া সেই অনুগ্ৰহ প্ৰকাশ কৰা হৈছে। ১১ আৰু ময় বিদেশী লোকলৈ সেই শুভ- বাত্তৰি কীৰ্ত্তন কৰোতা, অৰু পাঁচনি, অৰু উপদেশক নিযোজীত হৈ আছে॥ ১২ এই কাৰণে ময় সেই সকলো দুঃখ ভোগ কৰিছে; তথাপি লজি পোৱা নহওঁ, কিয়নো ময় যি জনাত বিশ্বাস কৰিছোঁ, তেওঁক জানো; আৰু তেওঁৰ হাতত ময় যিহকে শোবাই দিছে, তেওঁ তাকে শোধৰ দিনলৈ- কে ৰাখিবৰ শক্তি আছে, ইয়াকে ময় নিশ্চয় প্ৰতিতি কৰিছে। দিলে। -