পৃষ্ঠা:New Testament in Assamese.djvu/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৩৭৫. দৰে তোমোলাকৰ মাজত আমাৰ প্ৰভু য়ীশু খ্ৰীষ্টৰ নামে যেন মযতা পাই, আৰু তেওঁতে তোমোলাকেও যেন মান্য পোৱা হোৱা, এই নিমিত্তে তোমো- লাকৰ অৰ্থে অমি সদাই প্ৰাৰ্থনা কৰি আছে। ২ অধ্যায়। ৪ আ - হে ভাইবিলাক, অমৰি প্ৰভু যীশু খীষ্ট অহা আৰু তেওঁৰ ওচৰত আমাৰ গেট খোৱাৰ অৰ্থে তোমেলিকিত আমি এই নিবেদন কৰিছোঁ, প্ৰভু অহাৰ দিন ওচৰ পাইছেহি, ২ এই কথা অত্মিাৰ দ্বাৰাই, বা বাক্যৰ দ্বাৰাই, নাইব। আমি লিখা পত্ৰৰ দৰে কোনো পত্ৰৰ দ্বাৰাই বুজি, তোমোলাকে লগতেই মন অথিৰ আৰু ব্যাকুল নহব। ৩ কোনো ৰূপে তোমোলকিক কেৱে ভুল- বলৈ নিদিবা; কিয়নো সেই দিনৰ আগেয়ে ধৰ্ম পবিত্যাগ কৰা হব, যি জনে বিৰোধ কৰি ঈশ্বৰ নামেৰে প্ৰক্ষতি হোৱা তাৰু সেৱা পোবা সকল লতোকৈ আপেনিকি ওখ কৰি, ঈশ্বৰৰ নিচিনাকৈ ঈশ্বৰৰ মন্দিৰত বহি অ- পোনাক ঈশ্বৰ বুলি দেখাই, এনে যি পপি পুৰুষ অৰ্থাৎ বিনাশৰ পত্ৰি, সি প্ৰকাশ হৈ আহিব। ৫ তোমোলাকৰ লগত থাকোতে ময় এই কথা তোমোলাকত কৈছিলো, তাক তোমোলাকে সেঁৱৰা নাই নে: ৬ আৰু সেই পপি পুৰুষ অপোনাৰ কালত প্ৰকাশ হবৰ নিমিত্তে এতিয়া যেয়ে নিৰাৰণ কৰিছে, তাক তোমোলাকে জানা। ৭ কিয়নো সেই গুপত হোৱা অধৰ্মে এতিয়াও কৰ্ম কৰি আছে; কিন্তু যেয়ে নিবাৰণ কৰে, সেয়ে নুগুছে মানে নিবাৰণ কৰিহে থাকিব। পাছে যি জনক প্ৰভু যীশুএ আপোন মুখৰ নিশ্বাসৰ দ্বাৰাই বিনাশ কৰিব, আৰু আপুনি অহাৰ কান্তিৰ দ্বাৰাই সং- হাৰ কৰিব, সেই অধৰ্মী জন প্ৰকাশ হৈ আহিব। * সকলো শক্তি আৰু অশ্চিৰিত কৰ্ম আৰু মিছ। চিন অৰুি অধৰ্মৰ আটাই কপটেৰে সৈতে ছয়তানৰ কৰ্মৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ মাজত সেই জনৰ আগমন হব। ১০ কিয়নো সিবিলাকে পৰিত্ৰাণ পাবৰ নিমিত্তে সত্যকে প্ৰীতি ৰূপে নোলো- ৱা হেতুকে সিবিলাকে যেন মিছাতে বিশ্বাস কৰে, ১১ এই নিমিত্তে ইশ্বৰে সিহঁতলৈ ভ্ৰান্তি কৰা মায়া দি পঠাব। ১২ তীতে যিবিলাকে সত্যকে বিশ্বাস নকৰি অধৰ্মতে সন্তোষ পাই, সেই সকলোবিলাকক দণ্ড অজ্ঞা দিয়া হব। ১৩ কিন্তু হে প্ৰভুলৈ প্ৰিয় হোৱা ভাইবিলাক, তোমোলাকৰ নিমিত্তে আমি সদাই ঈশ্বৰক স্তুতি কৰা উচিত; কিয়নো আত্মাই তোমোলকিক পবিত্ৰ কৰাৰ দ্বাৰাই, অৰুি সত্য কথাত বিশ্বাস কৰাৰ দ্বাৰীয়ো পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰে আদিৰে পৰা তোমোলাকক মনোনীত কৰি, ১৪ অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ ঐশ্বৰ্য পোৱা হবৰ নিমিত্তে আমাৰ শুভবাত্তৰ দ্বাৰাই তোমোলাকক নিমন্ত্ৰণ কৰিলে; ১৫ এই হেতুকে, হে ভাইবিলাক, আমাৰ কথা বা পত্ৰৰ