পৃষ্ঠা:New Testament in Assamese.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ অধি॥ ৩৩ - চুই বুলিলে, উঠা, ভই নকৰিবা। ৮ তেতিয়া সিবিলাকে চকু তুলি চাই, য়িচুৰ বাহিৰে কাকো নেদেখিলে। ১ তাৰ পাচে পবৰ্তৰ পৰা নামোতে য়িচূএ সিবিলাকক সকত অগ্যি। দি কলে, বোলে, মানুহৰ পুত্ৰ মিত্যুৰ পৰা নুঠালৈকে তোমোলাকে এই দস- নৰ কথা কাতো নকবা। তাতে সিসাবিলাকে তেঁত সুধিলে, বোলে, অগেয়ে এলিয়া অহিব বুলি নন। অধ্যাপকবিলাকে তেন্তে কিয় কই? ১১ 'য়িচু এ সিবিলাকক সমিধান দি কলে, এলিয়া আহিব হই, তাৰু সকলোকে সিধি কৰিব; ১২ কিন্তু মই তোমোলকিত কৈচেঁ, এলিয়া আহিল; আৰু সিহঁতে তেঁওক নিচিনি আপোনাৰ জি ইচা, তাকে তেঁওলৈ কৰিলে। সিহঁতৰ পৰা মানুহৰ পুত্ৰও সেই ৰুপে দুখ পেআি হব। ১৩ তেতিয়া তেঁও য়োহান বুৰ দিয়াওঁতাৰ অৰ্থে এই কথা কৈচিলে বুলি সিস্যবিলাকে বুজিলে। ১৪ পাচে সিবিলাকে জেতিয়া মানুহ জুমক পালেগৈ, তেতিয়া এজন মানুহে তেঁওৰ ওচৰলৈ আহি আঁঠু পাৰি কলে, ১৫ হে প্ৰভু, অপুনি মোৰ লৰা- টিক দয়া কৰোক; কিয়নো সি আঁৱৰিয়া ৰোগত বৰ লালকাল হৈ বে- লিএ বেলি জুইত আৰু পানিতে পৰে। ১৬ এই হেতুকে আপোনাৰ সিস্যবিলাকৰ এখেলেই অনিলো, কিন্তু সিবিলাকে তাক ভাল কৰিব নো- আৰিলে। তাতে য়িচূএ বুলিলে, হেৰা অ বাসি আৰু টে জো- অ। বঙ্গহ! মই কেতে দিন তোমোলাকৰ লগত থাকিম? কেতে দিন নে। তোমোলাকৰ ভাৰ সম? তাক মোৰ এখেলৈ অনা। ১১ তেতিয়া য়ি এ সেই তুতক ডবিয়লিত সি তাক এৰি গল; আৰু সেই ভঁৰৰে পৰা লৰা ভাল পাচে সিস্যবিলাকে নিৰ্মানে য়িচূৰ ওচৰলৈ আহি, তেঁওত সুধি- লে, অমি নো তাক কিয় খেদাব নোঅৰিলে। ২০ তাতে তেঁও সিহঁতত কলে, তোমোলাকে বিস্বাসৰ কাৰনে নোঅৰিল। মই তোমোলাকিত স্বৰুপকৈ কঁও, তোমোলাকে জদি এটি সৰিয়হৰ সমান বিস্বাস কৰা, তেন্তে এই পৰ্বত টোকে এই ঠাইৰ পৰা সেই ঠাইলৈ আঁতৰি জা বুলিলে, সি তালৈ জাব; অৰু তোমোলাকৰ কোনো অসাধ্য কথা নেথাকিব। ২১ কিন্তু প্ৰাৰ্থ- আৰু লঘোনৰ বাহিৰে এনে বিধ নোলাই। ২২ পাচে সিবিলাকে গালিল দেশত থাকোতে য়িচূএ সিবিলাকত কলে, মানুহৰ পুত্ৰক লোকবিলাকৰ হাতত সোধাই দিয়া হব; ২৩ আৰু সিবিলা- কে কে বধ কবি, পাচে তিন দিনৰ দিনা তেঁও অকিও উঠিব। তাতে সিবিলাকে মনত বৰ অসন্তোস কৰিলে। ২৪ পচে সিবিলাকে কিফনাহুম পালত কৰ তোলাবিলাকে পিৰ ওচ- ৰলৈ আহি সুধিলে, তোমোলাকৰ গুৰুএ (মন্দিৰ) কৰ নিদিয়ে নে ২৫ সি বুলিলে, দিয়ে। পাচে সি ঘৰ সোমাই কথা কোঅৰি অগিয়ে য়িচু এ হল। -