পৃষ্ঠা:New Testament in Assamese.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। ২১ আৰু তেঁও ৰিচালিম নগৰলৈ জবি লাগিব, অৰু ব্ৰিধ লোক, প্ৰধান পোৰোহিত অৰুি অধ্যাপকবিলাকৰ পৰা অনেক দুখ ভোগ কৰিব, অৰু তেঁওক বধ কৰা হব, পাড়ে তিন দিন দিন। তেঁও মৰনৰ পৰা উঠিব, সেই কালৰ পৰা য়িচুএ এই কথা আপোনাৰ সিদ্যবিলাকক দেখাবলৈ ধৰিলে। ২২ তেতিয়া পিতৰে তেঁওক এফলিয়াকৈ নি তেঁওৰ কথা নুই কৰিব ধৰিলে, বোলে, হে প্ৰভু, তেমিৰি পৰ। এই কথা দুৰ হওক; তোমত এনেকুঅ কে- তিয়াও নহব। ২৩ কিন্তু তেঁও ঘুৰি পিতৰত কলে, সত্ৰু, মোৰ পাচলৈ জা; তই মোৰ বিঘিনি কৰোতা; ইস্বৰৰ কথা তই নিচিন্তি মানুহৰ কথাহে চিন্ত। ২৪ পাচে য়িচূএ আপোনাৰ সিস্যবিলকিত কলে, কোনো এ জদি মোৰ পাচত অহিবলৈ ইচা কৰে, সি আপোনাক দমন কৰোক, অৰু অপো- নাৰ পেৰেঙ্গনি তুলি লৈ মোৰ পাচত অহোক। ২৫ কিয়নো জি কোনো আপোনাৰ প্ৰান ৰাখিব খোজে, সি তাক হেৰুঅব; কিন্তু জি কোনোএ মোৰ নিমিতে আপোনাৰ প্ৰনি হেৰুআই, সি তাক পাব। টেই খন জগত পায়ো জদি অপোমাৰ পুনৰ হানি কৰে, সেই মানুহৰ কি লাভ? আৰু মানুহে অপোনাৰ প্ৰনিৰ নিমিতে বা কি সলনি দিব পাৰে। ২৭ কিয়নো মানুহৰ পুত্ৰ আপোনাৰ পিত্ৰিৰ প্ৰভাৱেৰে দুতবি- লাকক লগত লৈ আহিব; তেতিয়া সকলো মানুহক অপেনি অপেনি কৰমৰ ফল দিব। ২৮ তোমোলকিত মই স্বৰুপকৈ কও, মানুহৰ পুত্ৰক আপোনাৰ ৰাজ্যত আহিবৰ নেদেখে মনে মিত্যু ভোগ নকৰিব, ইয়াত থিয় হৈ থকা মানুহৰ মাজত এনে কেবিলাক অচে। মানুহে গো- ১৭ অধি॥ 8 তাৰ চদিনৰ পাচত য়ি চুএ পিতৰ আৰু য়াকোব আৰু তাৰ ভায়েক য়োহানক লগত লৈ এটা ওখ পৰ্বতৰ নিজান ঠাইলৈ আনিলে। ২ আৰু তেঁও সিবিলাকৰ অগিতে অনি ৰুপ ধৰিলে; তাতে তেঁওৰ মুখ সুজৰ দৰে দিপ্তিমন্ত, আৰু তেঁওৰ বস্ত্ৰ পৰ্হৰৰ নিচিন। সুকুলা হল। তিয়া দেখা, মোচা অৰু এলিয়াই সিবিলাকৰ অগিত দেখা দি হেঁৱে সৈতে কথোপকথন কৰিলে। তাতে পিতৰে মাত লগাই য়িচুক বুলিলে, হে প্ৰভু, আমি ইয়াতে থকা ভাল; আৰু আপোনাৰ ইচা হলে আমি ইয়াত তিন- টা পজা সাজেঁ, আপোনালৈ এটা, মোচালৈ এটা, এলিয়ালৈ এটা এই কথা কওতেই দেখা, এখন ধলা মেঘে সিবিলাকক চা কৰি ধৰিলে; আৰু মেঘৰ পৰা এনে অকাসি বানি হৈ বুলিলে, এই মোৰ প্ৰিয় পুত্ৰ, এওত মোৰ পম সন্তোস; এঁওৰ কথা সুনা। ৬ সিস্যবিলাকে তাকে সুনি অতিসই ভই পাই দিঘল হৈ পৰিল। ৭ তাতে চুিএ অহি সিবিলাকক 1