পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থেচলনীকীয়ালৈ প্ৰথম পত্ৰ। ২ অধ্যায়। হে ভাইবিলাক, তোমোলাকলৈ আমাৰ যোৱা ব্যৰ্থ নহয়, ইয়াক তোমো লাকে জানা। ২ অৰুি অগেয়ে ফিলিপী নগৰত আমি তানেক দুঃখ আৰু অপমান পোৱাত ঈশ্বৰৰ দ্বাৰাই সাহিয়াল হৈ বহু যমেৰে ঈশ্বৰৰ শুভবত্তি। তোমোলাকৰ অগিত প্ৰচাৰ কৰিলো, তাকো তোমোলাকে জানা। নাৰে বা অশুচি কৰ্মেৰে বা কপটেৰে আমি তোমোলকিক উপদেশ দিয়া নাই; ৪ কিন্তু ঈশ্বৰে যি ৰূপে শুভবাত্তাকীত্তন কৰিবৰ নিমিত্তে অমাৰ বিশ্বা- সত তাক সোধাই দিছিল, সেই ৰূপে মানুহৰ সন্তোষ নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোতা ঈশ্বৰক সন্তোষ কৰি সেই শুভবাত্ত। কীত্তন কৰে॥ ৫ অমি কোনো কলিত মিছা প্ৰশংসাৰ কথা কৈ লোভ ঢাকি থৈ চল কৰা নাই, তাক তোমোলাকে জানা, আৰু ইশ্বৰে। সাক্ষী হৈছে। ৬ অৰুি তোমোল- কৰ হওক বা লোকৰ হওঁক, মানুহৰ পৰা আমি যশস্য। নিবিচাৰিলে; তথাপি আমি খুীষ্টৰ পাচনি হৈ তোমোলাকৰ মাজত গৌৰৱ পাব পাৰি- লোহেঁতেন; ৭ কিন্তু তোমোলাকলৈ নম ভাও হৈ, মাকে যেনেকৈ সন্তান- বৌৰক পোহন পালন কৰে, ৮ তেনেকৈ তোমোলাকলৈ অতি মৰমিয়াল হৈ, অকল ইশ্বৰৰ শুভবাত্ত। দিবলৈ নহয়, তোমোলকি অমাৰ প্ৰিয় হোৱাত আমি আপোন ৫ণিকে। দিবলৈ সন্মত হৈ আছিলে॥ ৯ হে ভাইবি- লাক, আমি কেনে শ্ৰম আৰু দুঃখ ভোগ কৰিলোঁ, আৰু তোমোলাকৰ কাৰো ওপৰত ভৰি নিদিবলৈ যি ৰূপে ৰাতিএ দিনে পৰিশ্ৰম কৰি তো- মোলাকৰ অগিত ঈশ্বৰৰ শুভবত্তি। কীত্তন কৰিলোঁ, ইয়াক তোমোলাকে সুৱৰিছা, আৰু বিশ্বাস কৰা যি তোমোলকি, তোমোলাকৰ মাজত কেনে পবিত্ৰ আৰু ন্যায়ৱন্ত আৰু নিদৰ্ষী ৰূপে অচৰণ কৰিলে, ইয়াৰে সাক্ষী তোমোলকি আৰু ঈশ্বৰো হৈছে। ১১ অৰু পিতৃএ সন্তানবোৰক যে- নেকৈ, তেনেকৈ আমিও তোমোলাকৰ প্ৰতি জনকে উপদেশ আৰু সান্তন। দিলে, আৰু যি ঈশ্বৰে আপোন ৰাজ্য আৰু প্ৰভাৱলৈ তোমোলকিক আমন্ত্ৰণ কৰিছে, ১২ তেওঁৰ যোগ্য ৰূপ অচিৰণ কৰা, এই অজ্ঞ যে দি- ছিলো, তাক তোমোলাকে জানা। ১৩ তোমোলাকে যেতিয়া অমাৰ মুখে ঈশ্বৰ বাক্য শুনিলা, তেতিয়া মানুহৰ কথা বুলি গ্ৰহণ নকৰিলা; কিন্তু যেনেকৈ স্বৰূপেই হৈছে, তেনেকৈ বিশ্বাস কৰি তোমোলাকৰ মাজত সিন্ধি কৰোতা ঈশ্বৰৰ বাক্য হেন জানি, তাক গ্ৰহণ কৰিলা; এই নিমিত্তে অমি সদায় ইশ্বৰক স্তুতি কৰিছে। ১৪ কিয়নো হে ভাইবিলাক, য়িহুদা দেশত থকা ঈশ্বৰৰ যি মণ্ডলী লোকে ঋষ্টিৰ আশ্ৰয় ললে, সিবিলাকৰ পথে তোমোলাক যোৱা হৈছ; আৰু সিবিলাকে যেনেকৈ য়িহুদী লোকৰ পৰা দুঃখ পোৱা হৈছিল, তেনেকৈ