পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থেচলনীকীয়ালৈ পৌলে লিখা প্ৰথম পত্ৰ। ১ অধ্যায়। পিত ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টত অশ্ৰিয় কৰা থেচলনীকী লোকৰ মণ্ডলীলৈ পৌল আৰু চিলা আৰু তিমথি পত্ৰ লিখিছে। অমাৰ পিতৃ ঈশ্বৰ অৰ্কি প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমোলাকলৈ অনুগ্ৰহ অ িকুশল হওক। ২ হে প্ৰিয় ভাইবিলকি, আমি আপোনাৰ প্ৰাৰ্থনাত তোমোলাকৰ নাম কাহি তোমোলাক সকলৰ নিমিত্তে সদাই ঈশ্বৰক স্তুতি কৰে॥ তোমো- লাক ঈশ্বৰে মনোনীত কৰা হৈছা, আমি ইয়াকে জানি, ৪ আমাৰ পিতৃ ঈশ্বৰৰ সাক্ষাতে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসেৰে তোমোলাকৰ যি কৰ্ম, অৰু প্ৰেমেৰে যি পবিএম, অৰুি আশাৰে যি ধৌৰ্য, তাক নেৰাকৈ সুঁৱৰি অৰ্ছে; ৫ কিয়নো আমাৰ শুভবত্তি। কেবল কথাৰে প্ৰকাশ নহৈ মহিমা আৰু পবিত্ৰ আত্মা আৰু অতি সাহেৰে তোমোলাকলৈ প্ৰকাশ হৈ আহিল। আমি তোমোলাকৰ মাজত থাকি তোমোলাকৰ নিমিত্তে কেনে লোক অ- ছিলো, তাক তোমোলাকে জানা; আৰু তোমোলাকে বহু দুখৰ মাজতো পবিত্ৰ আত্মাই দিয়া অনন্দেৰে বাক্য গ্ৰহণ কৰি অমৰ আৰু প্ৰভুৰ পথত যোৱা হৈ, ৭ মাকেদনিয়া আৰু অখিয়াত থকা সকলো বিশ্বাসী লোকলৈ আহি হৈছিল। ৮ তাতে মাকেদনিয়া আৰু অখিয়া দেশতো তোমোলাকৰ দ্বাৰাই প্ৰভুৰ বাক্য কীত্তন কৰা হৈছে, অকল সেয়ে নহয়, ঈশ্বৰত তোমোলাকৰ যি বিশ্বাস, সি সকলো ঠাইতে ব্যাপী গৈছে; এতেকে তোমোলাকৰ কথা কবলৈ আমাৰ একো প্ৰয়োজন নাই। ৯ তোমোলাকলৈ আমাৰ যোৱা কেনে হৈছিল, আৰু তোমোলাকে অমৰ আৰু সত্য ঈশ্বৰক সেৱা কৰিবৰ নিমিত্তে, আৰু যি জনক ঈশ্বৰে মৃত্যুৰ পৰা তুলিলে, অৰ্থাৎ অগলৈ হব লগা ক্ৰোধৰ পৰা অমাক উদ্ধাৰ কৰা তেওঁৰ পুত্ৰ যি যীশু, তেওঁ স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰিবৰ নিমিত্তে, ১০ প্ৰতিমাৰ পৰা বিমুখ হৈ ঈশ্বৰৰ ফলিলৈ চিত্ত ওলটালা, এই সকলো কথা সিবিলাকে আপুনি প্ৰকাশ কৰে। কি ৰূপে