পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭ থেচলনীকীয়ালৈ প্ৰথম পত্ৰ। কৰিছে; তোমোলাকেও অপেনি দেশীবিলাকৰ পৰা দুঃখ পোৱা হৈছা। ১৫ সেই য়িহুদী লোকে প্ৰভু যীশুক অ িভবিষ্যত বক্তবিলকিকে বধ কৰিলে, আমাকে তাড়ণা কৰিলে; আৰু ঈশ্বক সন্তোষ নকৰি সকলো মানুহৰ বিৰোধ অচিৰে; ১৬ আৰু বিদেশী লোক পৰিত্ৰাণ হবৰ নিমিত্তে সিবিলা- কত কথা কবলৈ অমকি নিশেধ কৰি আপোন অপেনি পপি সম্পূৰ্ণ কিন্তু সিবিলাকৰ ওপৰলৈ অত্যন্ত ক্ৰোধ আহিছে। হে ভাইবিলাক, মনৰ ভাৱে নহয়, শীলৰ ভাৱে আমি তোমোলাকৰ পৰা আঁতৰ হোৱাত তোমোলাকৰ মুখ দেখিবলৈ অতি ইচ্ছাৰে অনেক যতন কৰিলোঁ। ১৮ তাতে আমি অৰ্থাৎ ময় পৌলে এবেলি, দুবেলিও তো- মোলাকৰ ঠাইলৈ যাবৰ ইচ্ছা কৰিলে, কিন্তু ছয়তনে অমিক বিঘিনি কৰিলে। ১৯ অমাৰ অশ। আৰু অনিন্দ আৰু প্ৰশংসা ৰূপ যি কি- বিটি, প্ৰভু যীশু খ্ৰীষ্ট অহা কলিত তেওঁৰ সাক্ষাতে তোমোলাকে আমাৰ সেই কিৰিটি নহব। নে? ২০ তোমোলাকেই আমাৰ যশস্য। অৰু অনিন্দ। ১৭ ৩ অধ্যায়। ৪ অমি দুঃখ- সেই নিমিত্তে আমি যেতিয়া আৰু পলম কৰি থাকিব নোৱাৰিছিলোঁ, তে তিয়া অথিনি নগৰত অকলেই থাকিবলৈ উচিত জানিলে; ২ আৰু বত্ত মনি দুঃখত তোমোলকিৰ কোনো যেন ব্যাকুল নহয়, ৩ এই নিমিত্তে তোমোলাকৰ বিশ্বাসৰ কথাত তোমোলকিক সান্তনা দি থিৰ কৰিবলৈ খ্ৰীষ্টৰ শুভবতি। কত্তন কৰাত অমাৰ সহায়, এনে যি ঈশ্বৰৰ সেৱক আৰু অ- মাৰ ভাই তিমথি, তেওঁক তোমোলকিলৈ পঠাইছিলো। লৈ নিযোজন হৈছে, ইয়াকে তোমোলাকে জানা; আৰু আমাৰ দুঃখ ভোগ ঘটিব, এই কথা অগৈয়ে আমি তোমোলাকৰ লগত থাকোতেই কৈ- ছিলে; আৰু সেই মতেই হৈছিল, তাকো তোমোলাকে জানা; ৫ তথাপি পৰীক্ষা কৰা জনাই তোমোলাকক পৰীক্ষা কৰিলে কিজানি আমাৰ পৰি- শ্ৰম বিফল হয়, এই সংশয় কৰি আৰু পলম কৰিব নোৱাৰি, তোমো- লাকৰ বিশ্বাস জানিবলৈ তিমথিক পঠালো। ৬ এতিয়া তেওঁ তোমোলাকৰ লগৰ পৰা আহি তোমোলাকৰ বিশ্বাস আৰু প্ৰেমৰ কথা, অৰু আমি যে- নেকৈ তোমোলাকক দেখিবলৈ ইচ্ছা কৰে, তোমোলাকেও সেই ৰূপে অ- মাক দেখিবলৈ ইচ্ছা কৰি আমাক ভাল মতে সুঁৱৰি আছি, এই সকলো শুভবত্তি। অনিলে। ৭ এই হেতুকে, হে ভাইবিলাক, আমি তোমোলা- ক বিশ্বাসৰ দ্বাৰাই অমাৰ সকলো দুঃখ ক্লেশত তোমোলাকৰ নিমিত্তে সান্তনা পালে॥ ৮ কিয়নো তোমোলাকে এতিয়া প্ৰভুৰ অশ্ৰয়ত থিৰে থাকিলে আমি জীয়াই থাকো। ১ আমি ঈশ্বৰৰ অগিত তোমোলাকৰ