পৃষ্ঠা:New Testament in Assamese.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলচীয়ালৈ পত্ৰ। ১৮ কৰি ইজনে সিজনৰ অপৰাধ খেমা কৰ; কাৰোবাৰ সৈতে যদি দলবন্দি হয়, তেন্তে খীষ্টে যেনেকৈ তোমোলকিক খেমা কৰিলে, তোমোলাকেও সেই ৰূপে কৰ॥ ১৪ এই সকলতো বাজে বিশেষকৈ সৰ্বসিদ্ধি কৰা প্ৰেম বন্ধনেৰে বন্ধন হোৱা। ১৫ অৰু খীষ্টৰ যি সান্তনাৰ নিমিত্তে তোমোলাকক একে শীলত আমন্ত্ৰণ কৰা হৈছে, সেই সান্তনাই তোমোলকিৰ মনত অধিকাৰ কৰোক, আৰু তোমোলাকে উপকৰি জনা হোৱা। ১৬ খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানেৰে তোমোলকিত সম্পূৰ্ণ ৰূপে থাকোক। ধৰ্ম গীত, স্তুতি গীত, অৰু পৰমাৰ্থিক গানেৰে ইজনে সিজনে উপদেশ অৰুি চেতনা দি মনৰ ভক্তিয়েৰে ঈশ্বৰলৈ গান কৰা। ১৭ অৰু তোমোলাকে কীয়ে বাক্যে যি যি কৰা, প্ৰভু যীশুৰ নামেৰে সকলোকে কৰা, অৰুি তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰকো স্তুতি কৰা। হে স্ত্ৰী লোক সকল, তোমোলাকে প্ৰভুৰ যোগ্য ৰূপে আপোন অ- পোন স্বামীৰ বশ হোৱা ১৯ হে পুৰুষবিলাক, তোমোলাকে আপোন অ- পোন ভাৰ্যাক প্ৰেম কৰি সিবিলাকলৈ তিতা ব্যবহাৰ নকৰিবা। ২০ হে সন্তান সকল, তোমোলাকে সকলো কথাত পিতৃ মাতৃৰ আজ্ঞা পলিন কা; কিয়নো এয়ে প্ৰভুএ সন্তোষ পোৱা কৰ্ম। ২১ হে পিতৃ সকল, তোমোল- কে আপেনি সন্তানবোৰৰ খঙ্গ নোতোলীবা, জানো সিহঁতৰ মনৰ অশি ভঙ্গ হয়। ২২ হে বন্দী লেক, মানুহ সন্তোষ হবৰ নিমিত্তে কেৱল সাক্ষা- তে নহয়, প্ৰভুলৈ ভয় কৰি অকপট মনেৰে সকলো কথাত সংসাৰিক অধিকাৰবিলাকৰে। অজ্ঞা পালন কৰা। ২৩ আৰু প্ৰভুৰ পৰা পুত্ৰাধিকাৰ বাবৰ ফল পাবা, ইয়াকে জানি, ২৪ তোমোলাকে যি যি কৰ্ম কৰা, তাক কেৱল মানুহৰ নিমিত্তে নকৰি প্ৰভুৰ কৰ্ম বুলি ভাবি সন্তোষ মনেৰে কৰা; কিয়নো তোমোলাকে প্ৰভু খীষ্টৰ সেৱাহে কৰিছা। ২৫ কিন্তু যি জনে অন্যায় কৰে, সি আপোন অন্যায়ৰ ফল পাব; অৰুি তাতে চাটু কাও নহয়। আৰু হে অধিকাৰ সকল, স্বৰ্গত তোমোলাকৰো এক অধিকাৰ আছে, ইয়াকে জানি আপোন বন্দীবিলাকক ন্যায়ৱন্ত আঁৰু শজ ব্যবহাৰ কৰা। ৪ অধ্যায়। বা। তোমোলাকে প্ৰাৰ্থনাত প্ৰবৰ্তি, গুণ কীত্তন কৰি তাতে চেতন হৈ থাকি, ২ আৰু খ্ৰীষ্টৰ যি গোপনীয় কথাৰ কাৰণে ময় বন্ধন হৈ আছে, ৩ তাক প্ৰকাশ কৰিবৰ নিমিত্তে ঈশ্বৰে যেন আমালৈ কীৰ্তন কৰা দুৱাৰ মুকলি কৰে, ৪ আৰু ময় উচিত ৰূপে যেন তাক প্ৰচাৰ কৰোঁ, তোমো- লাকে আমাৰ নিমিত্তে এই প্ৰাৰ্থনা কৰা। ৫ আৰু বাহিৰে থকা লো-