পৃষ্ঠা:New Testament in Assamese.djvu/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। লকিত জনাব। - কৰ আগত জ্ঞানেৰে আচৰণ কৰি কাল সাৰ্থক কৰা। ৬ তোমোলাকৰ কথাৰ অলিপি সদাই লবণ ৰূপ অনুগ্ৰহেৰে সোৱাদযুক্ত হওক; তাতে আটাই মানুহক কি ৰূপে উত্তৰ দিব লগা, তাকে জানিবা। ৭ তুখিক নামে মোৰ প্ৰিয়ত্তম ভাই আৰু প্ৰভুৰ বিশ্বাসী পবিছাৰক আৰু মোৰ লগৰ প্ৰভুৰ দাষে। যি জন, তেওঁ মোৰ সকলে। অৱস্থা তোমে- ৮ তোমোলাক কেনে অছা, তাক জানিবলৈ অৰু তো- মালাকৰ মন সান্তনা কৰিবলৈ ক', তেওঁক আৰু অনেচিম নামে তো- মোলাকৰ মাজৰ এজন বিশ্বাসী প্ৰিয় ভাইকে। তোমোলাকলৈ পঠাইছে; সবিলাকে ইয়াৰ সকলে। কথা তো মালাকত জনাব ১০ যাৰ কথাত তামোলাকে অজ্ঞা পালা, বৰ্ণবিৰি ভাগিন সেই মাক যদি তেমোলাকলৈ যাই, তেওঁক গ্ৰহণ কৰিবা; তেওঁ আৰু মোৰ লগৰ বন্দীয়াৰ অৰিষ্টাখ আৰু যুষ্ট নামেৰে প্ৰখ্যাত যি য়ী, এই সকল চৰ্মছেদী লোকে তোমো- লাকক নমস্কাৰ জনাইছে; ১১ কেৱল এইবিলাকেই ঈশ্বৰৰ ৰাজ্যৰ নি- মিত্তে মোৰ সহায় হৈ মোক সান্তনা কৰোতা হৈছে। ১২ তোমোলাকৰ মাজৰে খ্ৰীষ্টৰ সেৱক যি এপাফা, তেওঁ তোমোলাকক নমস্কাৰ কৰিছে; তোমোলাকে যেন ঈশ্বৰৰ সকলো ইষ্ট কৰ্মত সিন্ধি আৰু সম্পূৰ্ণ হৈ থিৰে থাকা, এই নিমিত্তে তেওঁ যতেনবে তোমোলাকৰ অৰ্থে সদাই প্ৰাৰ্থনা কৰি আছে। ১৩ তেৱেই তোমোলাকৰ আৰু লাবদিকিয়া, আৰু হিএৰাপলিত থকাবিলাকৰে। হিতৰ নিমিত্তে অতি যতন কৰিছে, তেওঁলৈ ময় এই কথাৰ সাক্ষী হৈছে। ১৪ লুক নামে প্ৰিয় বেজে আৰু দিয়ে তোমোলাকক নমস্কাৰ কৰিছে। ১৫ লাবদিকিয়াত থকা ভাইবিলাক, অৰু নুমফা, আৰু তেওঁৰ ঘৰত থকা মণ্ডলী লোক, এই সকলোকে নমস্কাৰ জনবি। ১৬ আৰু তোমোলাকে যেতিয়া এই পত্ৰ পৰ্যাঁ, তেতিয়া লাদিকিয়া মণ্ডলীতেপহিবলৈ দিব; অৰু লাৱদিকিয়ালৈ দিয়া পত্ৰও তোমোলাকে পহ।। ১৭ আৰু আখিপত এই কথা কব, তুমি যি সেৱাৰ বাৰ পালা, তাক সাৱধনি ৰূপে সিন্ধি কৰা। ১৮ ময় পৌল আপোন হাতেৰে নমস্কাৰ লিখি জনাইছে॥ তোমোলাকে মোৰ বন্ধন সঁৱৰি থাকিবা। তোমোলাকৰ ওপৰত অনুগ্ৰহ হওক। [আমেন।]