পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধ্যায়। 2 ১৪ ১৩ এয়েৰেই তোমেলিকি খ্ৰীষ্টৰ শুভবত্তিতি আপুনি বশ হোৱা সৈ কহাৰ দ্বাৰাই, সিবিলাকলৈ আৰু অন সকললৈকো তোমোলাকে ভালেমান দান কৰাৰ দ্বাৰাই সিবিলাকে প্ৰমাণ পাই, আৰু তোমোলাকত ঈশ্বৰৰ যি অধিক অনুগ্ৰহ, তাকে দেখি, তোমোলাকলৈ অতি প্ৰীতি কৰি তো- মোলাকৰ অৰ্থে প্ৰাৰ্থনাৰে সৈতে ঈশ্বৰৰ গুণ কীত্তন কৰে। ১৫ ঈশ্বৰৰ অনিৰ্বচনীয় দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক। ১০ অধ্যায়। - সাক্ষাতে নম, কিন্তু অসাক্ষাতে সাহিয়াল হোৱা যি ময়, ময় পৌলে খ্ৰীষ্টৰ নম অৰুি কোমল স্বভাৱেৰে তোমোলকিক মিনতি কৰিছোঁ। ২ যিবি- লাকে অমিকি সংসাৰিক অচিৰণ কৰা বুঝে, সিবিলাকৰ বিৰুদ্ধে যি ৰূপে সাহিয়াল হবলৈ ময় ঠাৱৰ কৰিছোঁ, সেই ৰূপে সাক্ষাত হলে সাহিয়াল যেন নহওঁ, এই নিমিত্তে মিনতি কৰিছে॥ ৩ অমি সসাত আচৰিও সংসাৰিক অচিাৰৰ দৰে যুহৃ নকৰোঁ; ৪ কিয়নো যি অস্ত্ৰ শস্ত্ৰেৰে আমি যুদ্ধ কৰে, সেইবোৰ সংসাৰিক নহয়, কিন্তু গৰ ভাঙ্গিবলৈকো ঈশ্বৰ আগত বলৱন্ত হৈছে। ৫ তাৰে সৈতে আমি মনৰ ভাৰবোৰক, তাৰুি ঈশ্বৰৰ জ্ঞানৰ বিৰোন্ধে অহঙ্কাৰ কৰা যি যি ওখ বস্তু আছে, সেই সকলোকে ভঙ্গি পেলাই খ্ৰীষ্টৰ বৰ্শ কৰি বন্দীকৈ ৰাখো; ৬ আৰু তোমোলাক সম্পূৰ্ণ ৰূপে অজ্ঞাৰ বশ হলত, যিবিলাকে অজ্ঞা পালন নকৰে, সিবিলাকক উচিত দণ্ড দিবলৈ যুগত হৈ আছে॥ ৭ তোমোলাকে বাহিৰে দেখাৰ দৰে চাইছা নে? ময় খ্ৰীষ্টৰ হওঁ বুলি কোনোএ যদি মন থিৰ কৰে, তেন্তে সি যেনেকৈ খ্ৰীষ্টৰ হয়, তেনেকৈ আমিও যে খ্ৰীষ্টৰ হওঁ, ইয়াকে সি আপুনি পুনৰ বিবেচনা কৰি জানোক। মোলাকৰ বিনাশৰ নিমিত্তে নহয়, তোমোলাক ধৰ্মত বৃদ্ধি হবৰ নিমিত্তে প্ৰভুএ অমাক যি শক্তি দিছে, তাৰ কথাত ময় যদি কিছু প্ৰশংসা কৰো, তেও তত ময় লীজ পোৱা নহম। ময় পত্ৰৰ দ্বাৰাই তোমোলকিক ভয় লগাইছো, তোমোলাকৰ এনে ভাবনা নহওক। লোকে বোলে, তাৰ পত্ৰ অতি ভাৰী অৰু মানৱন্ত হয়, কিন্তু সাক্ষাত হলে তাৰ শৰীল দুৰ্ব্বল, আৰু তাৰ কথা অমান্য। ১১ অমি অসাক্ষাতে পত্ৰৰ দ্বাৰাই কথাত যেনে হৈছে, সাক্ষাত হলে কৰ্মতো তেনে হম, সেই মানুহে ইয়াকে জীনেক। ১২ যিবিলাকে অপিনি নিজৰ প্ৰশংসা কৰে, আমি হলে এনে মানুহৰ লগত আপোনাকে লিখিবলৈ বা তুল্য কৰিবলৈ আমাৰ এনে সাহ নাই; সিবিলাকে ইজনে সিজনে আপোনাৰ পৰিমাণেৰে আপোনাকে জুখি, তা আপোনাৰ তুলেৰে আপোনাকে তুল্য কৰি, জ্ঞানী নহয়। ১৩ কিন্তু অ-