পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩৪ কৰিীলৈ দ্বিতীয় পত্ৰ। মৰি পৰিমাণৰ বাহিৰে অন কথতি প্ৰশংসা নকৰি, অমিলৈ ঈশ্বৰে দিয়া যি পৰিমাণৰ জোখ তোমোলাকলৈকো যাই, তাৰ দৰে আপোনাকে নিজে প্ৰশংসা কৰিম। ১৪ কিয়নো আমি তোমোলাকৰ ওচৰ নোপোৱাৰ দৰে পৰিমাণৰ উলংঘন নকৰে; কাৰণ খ্ৰীষ্টৰ শুভত্তি। কীত্তন কৰোঁতে অমি তোমোলাকৰ ওচৰ পাইছিলো। ১৫ তাতে আমাৰ পৰিমাণৰ বাহি, ৰৰ কথা, অৰ্থাৎ অনি মানুহৰ শ্ৰমৰ কথাত অমি আপোনাকে প্ৰশংসা ১৬ কিন্তু তোমোলাকৰ বিশ্বাস বাহিলে, আমি তোমোলাকৰ দ্বাৰাই অতিশয় পৰিমাণৰ জোখৰ দৰে বৃদ্ধি হম, আৰু অনি মানুহৰ শ্ৰমৰ ফলত আপোনাকে প্ৰশংসা নকৰি, তোমোলাকৰ সিফালৰ মানুহৰ অগিতে। শুভ, বত্তি। কীত্তন কৰিব পাৰিম, এনে আশা আছে। ১৭ কিন্তু যি জনে প্ৰশংসা কৰে, সি প্ৰভুতে প্ৰশংসা কৰোক। কিয়নো যি জনে আপোনাক গহণীয় কৰে, সি গ্ৰাহ্য নহয়; কিন্তু যি জনক ঈশ্বৰে গ্ৰহণীয় কৰে, সেয়েহে গ্ৰাহ্য হয়। নকৰে; ১১ অধ্যায়। মোৰ এই অজ্ঞানী কথাত তোমোলাকে যেন কিছু সহন কৰা, এই মোৰ বঞ্চি1; স্বৰূপতে এতিয়াও তোমোলাকে তাক সহন কৰি আছি। ২ কিয়- নো এক স্বামী অৰ্থাৎ খ্ৰীষ্টৰ অগিত সোধাই দিবলৈ তোমোলাকক শন্তিী কন্যাৰ নিচিনাকৈ বাগদান কৰাত তোমোলাকলৈ ঈশ্বৰৰ ভাৱে উৎসাহেৰে চিন্তা হৈ আছে॥ ৩ কিন্তু সাপৰ ভাণ্ডনীৰে হাৰাক যেনেকৈ তুলুৱা হৈ- ছিল, সেই ৰূপে খ্ৰীষ্টৰ অকপটীয়া ধৰ্মৰ পৰা তোমোলাকৰ মন জানে। কোনো ৰূপে ভষ্ট হয়, মোৰ এই ভয় আছে। ৪ যি জনৰ কথা আমি কীত্তন কৰা নাই, এনে অনি যীশুৰ কথা কোনোএ যদি আহি কীত্তন কৰে; বা তোমোলাকে যি অত্মা পোৱা নাই, এনে অত্মাও যদি পোৱা; নাইবা যি শুভবাত্ত। তোমোলাকে কেতিয়াও গ্ৰহণ কৰা নাই, এনে শুভবাৰ্তাও যদিবা পোৱা হয়, সেই মানুহক তোমোলাকে ভাল ৰূপে সহিলাহেঁতেন। ৫ পঁাচনিবিলাকৰ মাঝত প্ৰধান পাচনিতকৈ ময় এফেৰিও সৰু হোৱা নাই, ইয়াক ময় বুঝিছো। ময় যদি বাক্যত অপণ্ডিত হওঁ, তেও জ্ঞানত হলে নহওঁ; কিন্তু সকলো ভাবে আমি তোমোলাকৰ অগিত প্ৰকাশ হৈ আছে॥ ৭ তোমোলাক বৰ হবৰ নিমিত্তে ময় আপোনাকে সৰু কৰি, বিনামূল্যে ঈশ্ব- ৰৰ শুভবত্তি। তোমোলাকৰ আগত কীত্তন কৰাতে দোষ লাগিছে নে? ৮ তো- মোলাকক সুশ্ৰষা কৰিবৰ নিমিত্তে অনি মণ্ডলীবিলাকৰ ধন লৈ অপহৰণ যেন কৰিলে৷; ৯ আৰু তোমোলাকৰ লগত থাকোতে যেতিয়া মোৰ সম্পত্তিৰ প্ৰয়োজন আছিল, তেতিয়া তোমোলাকৰ কাৰো ওপৰত ভৰি নিদিলে;