পৃষ্ঠা:New Testament in Assamese.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ প্ৰথম পত্ৰ। ১৩ অধ্যায়। ৫ মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষা কব পাৰিলেও যদি মোৰ প্ৰেম নাই, তেন্তে মই কেৱল বজোৱা ৰেী বা বাদ্য কৰা তলৰ নিচিনা হৈছে। মই যদি ভবিষ্যত বাক্য, অৰুি অটাই বিধ গোপনীয় কথা, আৰু সকলো বিদ্যা জনা হওঁ, আৰু পৰ্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাসো হয়, তথাপি মোৰ প্ৰেম নহলে মই একো নহওঁ। ৩ আৰু যদি মোৰ সকলো বস্তু দৰিদ্ৰলৈ বিলাই দিওঁ, অপেনি শৰীলকে। জুইত পুৰিবলৈ দিওঁ, তথাপি মোৰ প্ৰেম নেথাকিলে, তাত মোৰ একো লাভ নাই। ৪ প্ৰেমেই অনেক দিন সহনীয়, হিত কৰোতা হয়; প্ৰেমে অসূয়া নকৰে; প্ৰেমে আপোনাৰ প্ৰশংসা নকৰে, অহঙ্কাৰো নকৰে; কুব্যৱহাৰ নকৰে, আপোনাৰ লাভ নিবিচাৰে; হঠাতে খঙ্গ মুঠে; দোষৰ কথা নেভাবে; ৬ অধৰ্মত আনন্দ নহৈ সত্যত অনিন্দ কৰে; ৭ সকলো কথাতে ক্ষম। কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহন ৮ ভবিষ্যত বাক্য হলে, তাৰ লোপ হব, নানা ভাষা হলে সেই বোৰ গুছিব, অজ্ঞান হলে সিও ঢুকাব, কিন্তু প্ৰেম কেতিয়াও লেপি নহব। ভগিৰ ক্ৰমেহে আমি জানো, ভাগৰ ক্ৰমে ভবিষ্যত বাক্য কওঁ। ১০ কিন্তু যেতিয়া সম্পূৰ্ণ জ্ঞান সিন্ধি হয়, তেতিয়া অপূৰ্ণ আৰু নেথাকিব। তিয়া মই লৰা আছিলোঁ, তেতিয়া লৰাৰ নিচিনাকৈ কথা কলো, লৰাৰ নিচিনাকৈ জানিলে, লৰাৰ দৰে বিবেচনা কৰিলে; কিন্তু যেতিয়া বয়স হল, তেতিয়া লৰাৰ সকলো কথা এৰিলো। ১২ এতিয়া আমি আছিৰে চোৱাৰ দৰে অলপকৈ দেখো; কিন্তু তেতিয়া সমুখা সমুখিকৈ দেখিম। এতিয়া মই ভাগৰ ক্ৰমে জানিছে, কিন্তু তেতিয়া যেনেকৈ জনা হৈছে, সেই ৰূপে জানিম। ১৩ এতিয়া বিশ্বাস, অশা, প্ৰেম, এই তিনটা থাকে; কিন্তু এইবিলাকৰ মাঝত প্ৰেমেই প্ৰধান। কৰে। ১৪ অধ্যায়। প্ৰেমলৈ কাবাৰ কৰ, অৰু পবিত্ৰ আত্মাৰ দান, বিশেষকৈ উপদেশ দিবৰ শক্তিলৈ ইচ্ছা কৰা। ২ যি জনে বিদেশী ভাষা কয়, সি মানুহত নকৈ ঈশ্ব- ৰতহে কয়; কিয়নো অত্মিাৰে গোপিনীয় কথা কলেও তীক কেৰে নুবুঝে ৩ কিন্তু যি জনে উপদেশ দিএ, সি মানুহক ধৰ্মত থিৰ কৰা, শিকোৱা, অৰু সান্তনা কৰাৰ নিমিত্তে কথা কয়। ৪ যি জনে বিদেশী ভাষাৰে কথা কয়, সি আপোনাক ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে উপদেশ দিএ, সি মণ্ডলীৰ লোকক বৃদ্ধি কৰাই। ৫ তোমোলকি সকলো বিদেশী ভাষাৰে ৪১