পৃষ্ঠা:New Testament in Assamese.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ প্ৰথম পত্ৰ। যেন কব পৰিা, এই মেৰি বঞ্চিা হয়; কিন্তু উপদেশ যেন দিব পাৰা, ইয়ালৈ মোৰ অধিক বঞ্চিা; কিয়নো মণ্ডলী লোকক ধৰ্মত বৃদ্ধি কৰিবৰ নিমিত্তে অৰ্থ নেভাঙ্গিলে, সেই বিদেশী ভাষাৰে কোৱা জনতকৈ উপদেশ দিয়া জন প্ৰধান। ৬ হে ভাইবিলাক, মই তোমোলাকৰ ওচৰলৈ গৈ প্ৰকাশিত বাক্য, বা জ্ঞানৰ কথা, উপদেশ, বা শিক্ষা, এইবিলাকৰ কথা কৈ, যদি অকল বি- দেশী ভাষাৰে কওঁ, তেন্তে তোমোলাকব কি লাভ হব? ৭ আৰু শবদ কৰা অপ্ৰাণী বস্তুৰ মাঝত বঁাহী হওক, বা বীণ হওক, স্বৰৰ ভেদ যদি নেৰাখে, তেন্তে বাঁহীৰে বা বীণেৰে যি বোৱা হৈছে, তকি কেনেকৈ বুঝিব পাৰে? ৮ আৰু ভেৰীএ যদি উলামুলা শবদ দিএ, তেন্তে যুদ্ধ কৰিবলৈ কোনে আ- পোনাক সজীব? ৯ সেই ৰূপে তোমোলাকেও যদি বুঝিবলৈ সুগম কথা নোকোৱা, তেন্তে যি কোৱা যাই, তাক লোকে কেনেকৈ বুঝিব? তোমো- লীক অকাশিত কোবুৰি নিচিনা হব। জগতৰ মাঝত যেতে বিধ ভাষা আছে, সেই আটাইৰে মাঝত এটাও অনৰ্থক নোহোৱা হওক, ১১ তেও মই যদি সেই ভাষাৰ অৰ্থ নুবুঝো, তেন্তে যি জনে কয়, মই সেই জনলৈ ম্লেচ হম, আৰু সিও মোলৈ ম্লেচ হব। ১২ এতেকে তোমোলাকে যদি পবিত্ৰ আত্মাৰ দীনলৈ উৎসাহ কৰ, তেন্তে মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবলৈ অধিক কাৰ্বাৰ ১৩ এই হেতুকে যি জনে বিদেশী ভাষাৰে কয়, সি অৰ্থকে যেন ভাঙ্গি দিব পাৰে, এই প্ৰাৰ্থনা কৰোক। ১৪ বিদেশী ভাষাৰে যদি প্ৰাৰ্থনা কৰে, তাৰেই মোৰ আত্মাই প্ৰাৰ্থনা কৰিছে, কিন্তু মই জ্ঞান দিয়া বিফল তেন্তে কি কৰিবলৈ আছে? আত্মীৰে মই প্ৰাৰ্থনা কৰিম; জ্ঞানে- ৰেও প্ৰাৰ্থনা কমি; অত্মীৰে গীত গাম, জ্ঞানেৰেও গীত গাম। নতুবা তুমি যেতিয়া আত্মাৰে স্তুতি কৰা, তেতিয়া যিটো নজনা লোকৰ ঠাইত থাকে, সি তোমাৰ কথা নুবুঝি, তুমি স্তুতি কৰাত অমেন কেনেকৈ বুলিব পাৰে? ১৭ তুমি সজ ৰূপে ঈশ্বৰক স্তুতি কৰিছা হয়, কিন্তু তাৰেই লোকৰ ধৰ্ম বৃদ্ধি নহয়। ১৮ মই যে তোমোলাক সকলোতেকৈ অনেক ভাষাৰে কওঁ, সেই কাৰণে ঈশ্বৰক স্তুতি কৰিছে; ১১ তথাপি মণ্ডলীৰ মাঝত অন ভাষাৰে দহ হেজাৰ কথা কোৱাতকৈ, যিহেৰে লোকক শিকাব পাৰোঁ, জ্ঞানে- ৰে এনে পাচোট। কথাকে কবলৈ মোৰ বঞ্চি। ২০ হে ভাইবিলাক, তোমোলাক জ্ঞানত লৰাৰ নিচিনা নহব; হিংসাৰ কথাতে লৰাৰ নিচিনা হোৱা, কিন্তু জ্ঞানতে বয়সীয়া হোৱা। ২১ শাস্ত্ৰত লিখা আছে, প্ৰভুএ কৈছে, বিদেশী ভাষাৰে বিদেশী মুখেৰে মই এই লো- কত কথা কম; কিন্তু তাক কৰিলেও সিবিলাকে মোৰ কথা নুশুনিব। ২২ এই হেতুকে অন্য ভাষা কোৱা, সেয়ে বিশ্বাস কৰবিলাকৰ নিমিত্তে নহয়, অবিশ্বা- সীবিলাকৰ নিমিত্তে চিন হয়; কিন্তু উপদেশ দিয়া, সেয়েই অবিশ্বাসীবি- কৰা। হয়।