পৃষ্ঠা:New Testament in Assamese.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮২ কমীয়ালৈ পত্ৰ। ১ কিন্তু অমাৰ দ্বাৰাই বিধানৰ ধৰ্মা পূৰ হয়। ৫ যিবিলাক সংসাৰিক, সিবি লাকে স’ সাবিক কথা চিন্তে; কিন্তু অত্মাৰ যিবিলাক, সেইবিলাকে তাত্মিাৰ কথা চিন্তে। সংসাৰিক চিন্তা মৰণ; অত্মাৰ চিন্তন পৰম আয়ুষ আৰু কুশল। ৭ কিয়নো স’ সাকি চিন্তা ঈশ্বৰৰ শত্ৰু; ঈশ্বৰৰ বিধানৰ অধীন নহয়, আৰু হবও নোৱাৰে। ৮ এয়েৰেই যি কোনো- বিলাক সংসাৰিক, সেইবিলাকে ঈশ্বৰক সন্তোষ কৰিব নোৱাৰে। ঈশ্বৰৰ অত্মিা যদি তোমোলাকৰ হৃদয়ত থাকে, তেন্তে তোমোলকি সহ- সাবিক নোহোৱা, আত্মাৰ অধীনহে হোৱা। আৰু যি কোনোএ খীষ্টৰ আত্মা নেপালে, সি খীষ্টৰ নহয়। ১০ যদি খীষ্ট তোমোলকিত থাকে, তেন্তে পাপৰ দ্বাৰাই শৰীল মৰ্ণৰ অধীন হল; কিন্তু পূণ্যৰ দ্বাৰাই আত্ম। জীএ। ১১ অৰুি যি ঈশ্বৰে যীশুক মৰাৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি তোমোলকিত থাকে, তেন্তে খীস্টক মৰাৰ পৰা তোলা জনে তোমোলাকৰ হৃদয়ত থকা তেওঁৰ আত্মৰ দ্বাৰাই তোমোলাকৰ বিনাশী দেহকে অকিও জীয়াৰ। ১২ এয়েবেই হে ভাইবিলাক, আমি শৰীৰ আচাৰৰ দৰে প্ৰবৰ্ত্তিব- লৈ শৰীলৰ অধীন হৈছে, এনে নহয়। ১৩ তোমোলাকে যদি শৰীৰ অচৰিৰ দৰে প্ৰবত্ত, তেন্তে তোমোলাক মৰিবা; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীল কৰ্মা বিনাশ কৰ, তেন্তে জীবা। ১৪ কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰে অকিষণ হয়, সেইবিলাক ঈশ্ব সন্তান হয়। ১৫ তো- মোলাকে অৰুি ভয়েৰে থাকিৰ নিমিত্তে বন্দীৰ স্বভাও পোৱা নহয়; কিন্তু যি স্বভাবেৰে তোমোলাকে ঈশ্বক হে অবি। পিতৃ বোলা, এনে তোলনিয়া পত্ৰৰ ভাও পালা। ১৬ আমি যে ঈশ্ব সন্তান হও, এই কথাত পবিত্ৰ আত্মাই আপনি আমাৰ অত্মিই সৈতে প্ৰমাণ দিছে। যদি সন্তান হওঁ, তেন্তে পুত্ৰাধিকাৰ হম, অৰ্থাৎ ঈশ্বৰে দিয়া সুখৰ অধি- কাৰ, অৰু খীষ্টৰ লগৰ অধিকাৰ হম। তেৱে সৈতে যদি দুখৰ ভাগী হওঁ, তেন্তে তেওঁৰ প্ৰভাৱৰে। ভাগী হম। ১৮ আমালৈ যি প্ৰভাও প্ৰকাশ হব, তাৰে সৈতে আমাৰ এতিয়াৰ কালৰ দুখক তুল্য কৰিবলৈ একো যোগ্য নহয়, এনে বুজেঁ। ১৯ কিয়, নো ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশ হবৰ দিনলৈ প্ৰাণীবিলাকৰ অতি অশাই বাট চাই তাছে। আৰু প্ৰণীবিলাকক আপোনাৰ ইচ্ছাৰে অনিত্যৰ অধীন কৰা নহল, কিন্তু বিনাশৰ অধীনৰ পৰা ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰভাৱৰ মুক্তিলৈ মোচন কৰা হব, ২১ এই আশাতে যি জনে সিবিলাকক অধীন কৰিলে, তেওঁৰ দ্বাৰাইহে অনিত্যৰ অধীন কৰা হল। এতিয়ালৈকে সকলো প্ৰাণীএ প্ৰসৱৰ দৰে বেদনাৰ দুঃখ পাই একে লগে কেঁকাই আছে, ইয়াক আমি জানো। ২৩ অকল সিবিলাকেই নহয়, ১৭ তা ২২ অকি