পৃষ্ঠা:New Testament in Assamese.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭৮ কমীয়ালৈ পত্ৰ। নেৰে তাতকৈয়ো পৰিত্ৰাণ পাম। অকল এয়ে নহয়, যি জনৰ পৰা ঈশ্বৰে সৈতে মিলন পালো, অমৰি সেই প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই এতিয়াও ঈশ্বৰত অনিন্দ কৰি আছে। ১২ এজন মানুহৰ দ্বাৰাই পপি, অৰুি পপিৰ দ্বাৰাই মণ জগতত যেনে- কৈ সোমাল, সেই ৰূপে সকলো মানুহে পাপ কৰাত মৰণৰ অধীন হল। ১৩ কিয়নো বিধান দিয়া কলিলৈকে জগতত পপি অছিলে; কিন্তু যত বিধান নাই, তাত পপিকে। লিখ। নেযাই। ১৪ তথাপি তাদমে অভি। ছন কৰাৰ দৰে পপি নকৰ। যিবিলাক, অদমৰ পৰা মোচালৈকে সেইবি লাকৰ ওপৰতো মৰণ অধিকাৰ হৈ থাকিল। যি জন অগিলৈ আহিব লগা হৈছিল, তেওঁৰ উপমা সেই অদম। ১৫ কিন্তু অপৰাধৰ যেনে ভাও, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ অপৰাধৰ দ্বাৰাই যদি স্যাত অনেকৰ মৰণ হল, তথাপিও ঈশ্বৰৰ অনুগ্ৰহ অৰুি অনুগ্ৰহৰ দান, এই দুয়ো একে জনৰ দ্বাৰাই, অৰ্থই যীশু খ্ৰীষ্টৰ দ্বাৰাই তাতকৈয়ো অনেকাল বহাই দিয়া হল। ১৬ আৰু এজনে পাপ কৰাত যেনে হল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ অপৰাধৰ দ্বাৰাই দও কৰিবৰ নিমিত্তে অজ্ঞ। অছিল; কিন্তু পুণ্য পাবৰ নিমিত্তে অনেক অপৰাধ খণ্ডিবলৈ অনুগ্ৰহ দনি হল। আৰু এজনে পাপ কৰাত এজনৰ দ্বাৰাই যদি মণ তধি- কাৰ হল, তেন্তে যিবিলাকে অধিক অনুগ্ৰহ অৰুি পুণ্যৰ দান পাই, সিবি- লীকে তাতকৈয়ো একে জনৰ দ্বাৰাই অৰ্থাৎ যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰম অয়ুিষত অধিকাৰ হব। ১৮ এয়েৰেই এজনৰ অপৰাধৰ দ্বাৰাই দণ্ডৰ নিমিত্তে যেনেকৈ সকলোৰে ওপৰত অজ্ঞা হল, তেনেকৈ একে জনৰ পুণৰ দ্বাৰাই পৰম আয়ুষ পাব নিমিত্তে সকলোৰে ওপৰত অনুগ্ৰহৰ দান হল। ১৯ কিয়নো এজনে অজ্ঞা ছন কৰাত যেনেকৈ অনেক অপৰাধী হল, তেনেকৈ একে জনে অজ্ঞা পালন কৰাত অনেককে পূণ্যন্ত লিখা হব। ২০ অপৰাধ অধিক হবলৈ বিধান দিয়া হল; কিন্তু যি ঠাইত পপি অধিক, সেই ঠাই, তে অনুগ্ৰহ তাতকৈয়ো অধিক হল। ২১ তাৰে মৃত্যু ভোগলৈকে যেনেকৈ পপি অধিকাৰ হল, সেই ৰূপে অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পুণ্যৰ দ্বাৰাই অনন্ত অনুষলৈকে অনুগ্ৰহ অধিকাৰ হব। ১৭ ৬ অধ্যায়। তেনে হলে আমি কি বুলিম? অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিম ২ এনে কোনো মতেও নহয়। পাপৰ সমন্ধত মৰা যি অমি, আমি তাত আৰু কেনেকৈ জীয়াই থাকিম? আমি যেতেক মানুহ যীশু খ্ৰীষ্টলৈ বুৰ দিওৱা হৈছে, আমি তেওঁৰ মৰ্ণতহে বুৰ দিওবা হৈছে, ইয়াক তো-