পৃষ্ঠা:New Testament in Assamese.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়। ২৭৭ মৰাক জীয়াই, আৰু নাইকিয়াকে থকা কৰে, এনে যি ঈশ্বৰত অব্ৰা- হামে বিশ্বাস কৰিলে, তেওঁৰ আগত সেই অব্ৰাহাম আমাৰ সকলোৰে। পিতৃ। ১৮ তোমাৰ এনে বঙ্গহ হব, এই ৰূপে কোৱা কথাৰ দৰে অব্ৰিা- হাম অনেক দেশী লোকৰ আদি পিতৃ যেন হয়, তেওঁ এই প্ৰতিজ্ঞাত আশা নোহোৱাতো আশা কৰি বিশ্বাস কৰিলে। ১৯ আৰু বিশ্বাসেৰে নিৰ্বলী নহৈ, এশ মনি বছৰ বয়সীয়া, আপোনাৰ শৰীল মৰা যেন, অৰু তিৰোতা চাৰাৰ গভশক্তি হীন হোৱাকো নেমানিলে। ২৩ আৰু অবিশ্বাসেৰে ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় নকৰিলে; ২১ কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক তেওঁ সিন্ধি কৰিব পাৰে, ইয়াকে নিশ্চয় মানি বিশ্বাসত সমৰ্থ হৈ ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিলে। ২২ এই নিমিত্তে সেই বিশ্বাস তেওঁলৈ পুণ্যৰ অৰ্থ গণা হল। ২৩ তেওঁলৈ যে গণা হল, এয়ে অকল তেওঁৰ নি- মিত্তে লিখা, এনে নহয়, অমৰি নিমিত্তেও লিখা হৈছে; ২৪ কিয়নো যি জনক আমাৰ পাপৰ কাৰণে সোধাই দিয়া হল, আৰু আমি পূণ্যৱন্ত হবলৈ উঠা হল, ২৫ এনে যি আমাৰ প্ৰভু যীশু, তেওঁক তোলা জন ঈশ্ব- ৰত বিশ্বাস কৰা যি আমি, আমালৈকো সেই বিশ্বাস পুণ্যৰ অৰ্থে গণা হব। ৫ অধ্যায়। এই হেতুকে আমি বিশ্বাসেৰে পুণ্যন্ত লিখা হৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে মিল হৈ আছে। ২ অৰুি যি অনুগ্ৰহত থিৰে আছো, বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহত অশ্ৰিয় পাই, ঈশ্বৰৰ মহিমা পাবৰ অশৰে আনন্দ কৰিছে। ৩ অকল সেয়ে নহয়, ক্লেশ ভোগতো আনন্দ কৰিছে; কিয়নো ক্লেশৰ পৰা সহন, ৪ সহনৰ পৰা প্ৰমাণ, প্ৰমা- ৭ৰ পৰা আশা জন্মে, ইয়াক আমি জানো। ৫ আৰু সেই আশাৰে লা- জত নপৰে, কিয়নো আমালৈ দিয়া যি পবিত্ৰ আত্মা, তেওঁৰ দ্বাৰাই অ- মাৰ মনত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। ৬ আমি নিৰূপায় হোৱাতো খ্ৰীষ্টে যোগ্য কালত পাপীবিলাকৰ নিমিত্তে অপপানাৰ প্ৰাণ দিলে। ৭ ধৰ্মৱন্তৰ নিমিত্তে প্ৰায়ে কোনো জনে প্ৰাণ নিদিএ; ধৰ্মবন্ত হলে তাৰ নিমিত্তে মৰিবলৈয়ো কিজানি কোনো জনৰ সাহ থাকিব পাৰে। আমি পাপী হোৱাতো খ্ৰীষ্টে অমাৰ নিমিত্তে আপোনাৰ প্ৰাণ দিলে, তাতেই ঈশ্বৰে আমালৈ আপোনাৰ প্ৰেম প্ৰকাশ কৰিলে। তেওঁৰ তেজৰ আশ্ৰয়েৰে পুণ্যৱন্ত লিখা হৈ, তাতকৈয়ো আমি তেওঁৰ দ্বাৰাই ক্ৰোন্ধৰ পৰা পৰিত্ৰাণ পাম। ১০ শত্ৰু হলতো ঈশ্বৰৰ পুত্ৰৰ মৰণেৰে যদি আমি ঈশ্বৰে সৈতে মিলন পালো, তেন্তে মিল হোৱাৰ পাছে তেওঁৰ জীৱ- ১ এই হেতুকে