পৃষ্ঠা:New Testament in Assamese.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। ১২ সকলো ১৪ কিয়নো য়িহুদি বা গ্রীকেই হওক, সকলো যে পাপৰ অধীন হয়, সেই দোষ প্রমাণ আগেএ দিছে।। ১০ এনে লিখাও আছে, নিদূষী কোনো নহয়, এজনো নাই; ১১ জ্ঞানী বা ঈশ্বক বিচৰা কেওঁ নহয় । কুপথে যোৱা, আৰু অকযি কৰা হল; ভলি কর্ম কৰা কোনো নহয়, এজ- নো নাই। ১৩ সিহঁতৰ ডিঙ্গিৰ নলি মুকলি হোৱা মৈদামৰ নিচিনা, সিহঁ- তৰ জিবাৰে ভাওনা কৰে; সিহঁতৰ ওঠত কাল সাপৰ বিষ থাকে, মুখে। শাও আৰু কটু বাক্যেৰে পূৰ হয়; ১৫ সিহঁতৰ ভৰি তেজ উলিয়াবলৈ বেগাই যাই; ১৬ খোজতে বিনাশ অমঙ্গল হয়, ১৭ অাৰু সিহঁতে কুশলৰ বাট নেজানে; ১৮ সিহঁতৰ চকুৰ আগতে। ঈশ্বৰলৈ ভয় নেথাকে। ১৯ বি- ধানত যি লিখা আছে, তক বিধানৰ বশ মানুহলৈহে লিখিছে, ইয়াক আমি জানো; এনেতে সকলো মুখ মৰি ঈশ্বৰৰ আগত অটাই জগতৰ লোক অপৰাধী হব। ২০ এয়েৰেই বিধান পালনেৰে কোনো প্রাণী ঈশ্ব- ৰৰ আগত পূণ্যৱন্ত লিখা হব নােৱাৰিব ; কিয়নাে বিধানেৰে পাপকহে জন হয়। ২১ কিন্তু এতিয়া বিধানৰ কৰ্ম নোহোৱাকৈ বিধান আৰু ভবিষ্যত বক্তা- বিলাকৰ বচনেৰে প্ৰমাণ হােৱা ঈশ্বৰে দিয়া যি পুণ্য, ২২ অর্থাৎ যীশু খ্রীষ্টত বিশ্বাসৰ দ্বাৰাই সকলোৰে নিমিত্তে, অৰু বিশ্বাস কৰা সকললৈকে দিয়া যি ঈশ্বৰ পুণ্য, সেয়ে প্ৰকাশ হৈ আছে । ২৩ সিবিলাকৰ মাঝত একে নাই; কিয়নো পাপ কৰি সকলো ঈশ্বৰৰ মহিমাৰ পাত্ৰ নহল। ২৪ সিবি- লাক যীশু খ্রীষ্টৰ যি মুক্তি, সেই মুক্তিৰ দ্বাৰাই ঈশ্বৰৰ অনুগহেৰে বিনা- মূল্যে পুণ্যৱন্ত লিখা হৈ আছে । ২৫ ঈশ্বৰে সহি থাকোতে অগেয়ে কৰা পাপ ক্ষমা কৰাত আপোনাৰ পৰমাৰ্থ প্ৰকাশ কৰিবৰ নিমিতে, ২৬ আৰু এই কালিতে যীশুত বিশ্বাস কৰাক পুণ্যৱন্ত লিখত পৰমার্থিক হৈ অপো- নাৰ পৰমাৰ্থ প্ৰকাশ কৰিবৰ নিমিত্তে যীশুৰ তেজত বিশ্বাসৰ দ্বাৰাই যি প্রায়শ্চিত্ত, ঈশ্বৰে তেওঁক সেই প্রায়শ্চিত্ত নিযোজন কৰি থলে । হলে অহঙ্কাৰ কৰিবলৈ ঠাই কত? তাক গঢ়য়া হল । কোন বিধানেৰে গচুয়া হল ? কর্মৰ বিধানেৰে নে ? নহয়, বিশ্বাসৰ বিধানেৰে । ২৮ এই হেতুকে বিধানৰ কৰ্মৰ বিনে বিশ্বাসেৰে মানুহ যে পূণ্যৱন্ত লিখা হয়, আমি ইয়াকে নিশ্চয় কৰিছে। । ২৯ তেওঁ অকল য়িহুদিবিলাকৰ ঈশ্বৰ নে? বিদেশী লোকৰো নহয় নে ? অৱশ্যে বিদেশী লোকৰো হয়; কি- যনো একে জন ঈশ্বৰে বিশ্বাসেৰে চৰ্মছেদন হোৱাবিলাকক, আৰু বিশ্বাসৰ দ্বাৰাই চর্মছেদন নােহোৱাবিলাককে পূণ্যৱন্ত বুলি লিখে । ৩১ এতেকে আমি বিশ্বাসৰ দ্বাৰাই বিধান গুছাইছে। নে? কোনো মতেও নহয়; বিধান থিৰহে কৰিছে। ২৭ তেনে ৩৮