পৃষ্ঠা:New Testament in Assamese.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭৬ কৰ্মীয়ালৈ পত্ৰ। ৪ অধ্যায় | নহয়। তেন্তে অমৰি ওপৰ পিতৃ আব্ৰাহামে শীল কৰ্মেৰে কি কি পালে, তাত আমি কি কম? ২ তেওঁ আপোনাৰ কৰ্মাৰ দ্বাৰাই পুণ্যৱন্ত লিখ। হোৱা হলে, তেওঁৰ প্ৰশংসাৰ কাৰণ থাকিলহেঁতেন; কিন্তু ঈশ্বৰৰ অগিত ৩ তেওঁৰ কথতি শাস্ত্ৰে কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ পুণ্যৰ অৰ্থে গণা হল। ৪ কৰ্ম কৰা মানুহৰ যি বেচ, তকি অনুগ্ৰহৰ ফল নোবেলে, তকি ধৰিহে বোলা হয়; কিন্তু যি জনে পাপীক পুণ্যৱন্ত বুলি লিখে, তেওঁত বিশ্বাস কৰি কৰ্ম নকৰা মানুহলৈ তাৰ সেই বিশ্বাস পুণ্যৰ অৰ্থে গণা হয়। অৰুি কৰ্ম নোহোৱাকৈ ঈশ্বৰে যি মানুহক পুণ্যৱন্ত বুলি লিখে, সেই মানুহে অশীৰ্বাদ পোৱাৰ কথা দাৱিদেও কৈছে, ৭ বোলে, যিবিলাকৰ পপি ক্ষম, অৰু অপৰাধ লুকুয়া হল, সেইবিলকি সুখৱন্ত; ৮ যি মানুহলৈ প্ৰভুএ পাপ নিলিখে, সেয়ে সুখবন্ত। ৯ সেই আশীৰ্বাদ অকল চৰ্মছেদন হোৱাবিলাকলৈ হয় নে, নাইবা চৰ্মছেদন নোহোৱাবিলাকলৈকো হয়? কিয়নো অব্ৰাহামলৈ বিশ্বাস পুণ্যৰ অৰ্থে গণা হল, তকি আমি বোলে। ১৩ কেনেকৈ গল্প হল। চৰ্মছেদন হোৱাতে নে, নাইবা অচৰ্মছেদনতে গণা হল? চৰ্মছেদন হোৱাত নহয়, কিন্তু অচৰ্মছেদনতে গা হৈছিল। ১১ আৰু চৰ্মছেদন নকৰা হৈয়ো, বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয়, অৰু সিবিলাকলৈয়ো যেন পুণ্য লিখা হয়; আৰু অকল চৰ্মছেদন হোৱাবিলাকৰ নহয়, কিন্তু আমাৰ ওপৰ পিতৃ অব্ৰাহামৰ চৰ্মছেদন হোৱাৰ আগৈ এ যেনে বিশ্বাস অছিল, তেনে বিশ্বাস কৰি তেওঁৰ খোজত যোৱাবিলাকৰে। তেওঁ যেন পিতৃ হয়; ১২ এই নিমিত্তে চৰ্মছেদন হোৱাৰ আগৈ এ তেওঁ বিশ্বাস কৰাত সেই বিশ্বাসৰ দ্বাৰাই তেওঁৰ যি পুণ্য হল, তাৰ প্ৰমাণ হবলৈ চৰ্মছেদনৰ চিন পালে। ১৩ আৰু তেওঁ যেন জগতৰ অধিকাৰ হব, এই যি প্ৰতিজ্ঞ। আব্ৰা- হমি অৰু তেওঁৰ বঙ্গহলৈ কৰা গৈছিল, সেয়ে বিধানৰ দ্বাৰাই নহয়; বিশ্বা- সৰ যি পুণ্য, তাৰ দ্বাৰাইহে হৈছিল। ১৪ কিয়নো বিধান অচৰবিলাক যদি অধিকাৰ হয়, তেন্তে বিশ্বাস অকাৰণ, অৰু সেই প্ৰতিজ্ঞাও বিফল হয়। ১৫ বিধানে ক্ৰোধকহে জন্মাই : কিয়নো যত বিধান নাই, তাত অজ্ঞ। ছন কৰাও নাই। ১৬ এই হেতুকে অকল বিধান আচৰবিলাকলৈ এনে নহয়, কিন্তু আব্ৰাহামৰ দৰে বিশ্বাস কৰবিলাকলৈকে। অৰ্থাৎ তেওঁৰ সকলে। বঙ্গহলৈ প্ৰতিজ্ঞা যেন থিৰ হয়, এই নিমিত্ত সেই প্ৰতিজ্ঞা অনু- গুহৰ দ্বাৰাই হবলৈ বিশ্বাসেৰে হয়। ১৭ যেনেকৈ লিখা আছে, অনেক দেশী লোকৰ আদি পিতৃ তোমাক মই পাতিলে, সেই ৰূপে যি জনে