পৃষ্ঠা:New Testament in Assamese.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঁচিনিৰ কৰম । ২৪ তেওঁ আপোনাৰ কাৰণে এই কথা কলত, ফিষ্টে বৰকৈ মাত লগাই কলে, হে পৌল, তুমি বলিয়া হৈছা, সহ বিদ্যাই তোমাক বাতুল কৰি- ২৫ তাতে তেওঁ কলে, হে মহা মহিম ফিস্ট, মই বলিয়া নহওঁ, কিন্তু সত্য অাৰু জ্ঞান মনৰ কথাহে কৈছে। । ২৬ এই সকলোকে ৰজাও জানি- ছে, তাতেহে মই তেওঁৰ আগত সহি পাই কৈছে; এই বিষয়ৰ একো তেওঁ নজনাকৈ নেথাকে, ইয়াক মেৰি নিশ্চয় মনে ধৰিছে, কিয়নো এই- বিলাক কথা গুপুতে কৰা নহয়। ২৭ হে অগ্রিপ ৰজা, আপুনি ভবিষ্যত বক্তাৰিলাকৰ কথা প্রতিতি কৰে নে ? অপুনি প্রতিতি কৰে, তাক মই জানে।। ২৮ তেতিয়া অগিপাই পৌলত কলে, ময়ো খ্রীষ্টীয়ান হবলৈ তুমি প্ৰায়ে মোৰ বিশ্বাস কৰালা। ২৯ তাতে পৌলে কলে, অকল অপুনি এই নহয়, যিবিলাকে অাজি মোৰ কথা শুনিছে, সেই অটাইবিলাকে প্রায়ে নহয়, এই শিকলিত বাঝে সকলো ভাবে যেন মোৰ নিচিনা হয়, ঈশ্বৰ- লৈ এই প্রার্থনা কৰিছে। [তেওঁ এনে কথা কলত] ৰজা আৰু অধি- কাৰ অৰুি বর্ণিকিএ মেলত বহ। লোকবিলাকে সৈতে উঠি, ৩১ আঁতৰ হৈ গৈ ইটে সিটে অলিচ কৰি কলে, এই মানুহে বন্ধন বা প্রাণ মৰাৰ যোগ একে। কর্ম কৰা নাই । ৩২ তাতে অগিপাই ফিষ্টত কলে, এই মানুহে কৈচৰৰ আগত সোধ হবলৈ প্রার্থনা না হলে, মুকলি হব পাৰিলে- হেঁতেন । ২৭ অধ্যায় । পাছে ইতালি দেশলৈ তামি পানীএ দি যাবলৈ নিশ্চয় কৰিলত, সিবিলাকে মহা ৰজাৰ সেনাৰ হুজৰ বুলিয় নামেৰে এক শইকিয়াৰ হাতত পৌল আৰু অনি কেতবোৰ বন্দীয়াৰক গতাই দিলে । ২ পাছে অদুমুত্তীয়ৰ এখনি জাহাজত উঠি অচিয়া দেশৰ দাতিএ যাবৰ মনেৰে জাহাজ মেলিলোঁ, অাৰু থেচলনীকী নগৰত থকা অৰিষ্টখি নামেৰে মাকেদনীয়াৰ এজন মানুহ অামাৰ লগত আছিল । ৩ পাছ দিন। আমি চিদোন নগৰত জাহাজ লগলিত, যুলিয়ই পৌলক অনুগ্ৰহ কৰি ভাই বন্ধু, চাই আপেনিকি জিৰা- বলৈ পঁচি দিলে । ৪ তাৰ পৰা জাহাজ মেলি বতাহ সম, খ হােৱতি কুপ্র মজু লীৰ কোষেদি গৈ ৫ কিলিকিয়া অাৰু পাম ফুলিয়াৰ সাগৰ পাৰ হৈ লুকিয়া দেশৰ মুৰা নগৰ পালেগৈ। ৬ সেই ঠাইতে ইতালি দেশলৈ যােৱা চিকৰিয়া নগৰৰ এখান জাহাজ পাই, শইকিয়াই অামাক সেই জাহাজত তুলি দিলে । ৭ পাছে বহু দিন লাহে লাহে গৈ শ্ৰমেৰে নিদৰ সম খ হৈ বতাহ উভতি বলোৱতি ক্রীতী মাজুলীৰ কোষেদি গৈ ছামেনীৰ সমুখ পালো; ch