পৃষ্ঠা:New Testament in Assamese.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম। ২৩ পাছে - এই নিমিত্তে বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক অনিবলৈ প্ৰাৰ্থনা কৰিলে। ১৯ তেতিয়া হাজৰকিয়াই তাৰ হাতত ধৰি। নিজান ঠাইলৈ নি সুধিলে, মোত কবলৈ তৈমিবি কি কথা আছে? ২ সি বুলিলে, য়িহুদিবিলাকে পৌলৰ কোনো বিশেষ সোধ কৰিবৰ ছলেৰে তেওঁক কাইলৈ মেললৈ আনিবলৈ আপোনাৰ অগিত নিবেদন কৰিবলৈ অলিচিছে; ২১ কিন্তু তুমি সিহঁতৰ কথা নলবা, কিয়নো সিহঁতৰ দুকুৰিতক অধিক মানুহে পৌলক নেমাৰে মান খোৱা বোৱা নকৰিবলৈ শপত কৰি অপো- নাক বান্ধি, তেওঁলৈ খপি দি সাস্টম হৈ থাকি, এতিয়া অকল অনুমতি পাবলৈহে বাট চাই আছে। ২২ তেতিয়া হাজকিয়াই সেই ডেককি পঠাই দি কলে, এই কথা তুমি মোত কোৱা বুলি কাতো নকবা। হাজৰকিয়াই দুটা শইকিয়া মাতি এই অজ্ঞা কৰিলে, তোমোলাকে এপৰ ৰাতি হোৱাত কৈছৰীয়া নগৰলৈ যাবলৈ দুশ সেনা, অন্ডি ঘোঁৰাৰ চিপা- হি অচিাৰি কুৰি, অৰু বৰা ধৰা দুশ মানুহ যুগুত কৰা; ২৪ অৰু পৌলক তুলি ফিলিক অধিকাৰৰ ওচৰলৈ বিঘিনি নোহোৱাকৈ নিৰ নি- মিত্তে বাহনকো উপায় কৰা। ২৫ পাছে এই ৰূপে পত্ৰ লিখি দিলে মহা মহিম খ্ৰীযুত ফিলিক অধিকাৰলৈ ক্লৌদিয় লুচিয়াৰ নমস্কাৰ। ২৭ য়িহুদি লোকে এই মানুহক ধৰি অপুনি মাৰিবলৈ উপায় কৰাত মই হুজে সৈতে গৈ, সি ৰুমীয়া মানুহ হেন বুঝ পাই, তাক ৰাখি আনিলে॥ ২৮ পাছে কি নিমিত্তে সিহঁতে তকি অপবাদ দিছে, ইয়াক জানিবৰ মন কৰি সিহঁতৰ মেলৰ অগিলৈ আনিলে॥ ২৯ তাতে প্ৰাণ মৰাৰ বা লোৱা দিয়াৰ যোগ্য কোনো বাদ তেওঁক দিয়া নাই, কেবল সিহঁতৰ বিধান বিচা- ৰৰ কোনো কথাত দোষ ধৰা যেন জানিলে॥ ৩০ কিন্তু য়িহুদিবিলাকে তালৈ খপি দি আছে, ইয়াৰে বুঝ পাই তোমাৰ ওচৰলৈ তকি পাঁচি, তাৰ গুচৰীয়াৰিলাককে। তোমাৰ অগিত তাৰ কথা কবলৈ অজ্ঞা কৰিলে। তোমাৰ মঙ্গল হওক। পছে সেনাবিলাকে আজ্ঞাৰ দৰে ৰাতিতে পৌলক লৈ অন্তিপাত্ৰি নগৰলৈ আনিলে। ৩২ পাছ দিনা তেওঁৰ লগত যাবলৈ ঘোৰীৰ চিপাহিক এৰি দি সিহঁতে ঘৰ কাৰেঙ্গলৈ উভতি গল। ৩৩ পাছে ঘেঁৰাৰ চিপাহি- বিলাকে কৈছৰীয়া নগৰ পাই অধিকাৰৰ হাতত পত্ৰ দি তেওঁৰ অগিত পৌলকো দেখাই থলে। ৩৪ তেতিয়া অধিকাৰে সেই পত্ৰ পহি সুধিলে, ই কোন থলৰ মানুহ। পাছে কিলিকীয়াৰ মানুহ বুলি জানিলত তেওঁ কলে, তোমাৰ গুচৰীয়াবোৰো আহিলেহে তোমাৰ কথা শুনিম। আৰু তেওঁক হেৰেদি ৰজাৰ কাৰেঙ্গত ৰাখিবলৈ আজ্ঞা কৰিলে। ৩১