পৃষ্ঠা:New Testament in Assamese.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩ অধ্যায়। ঈশ্বৰে তোমাকহে মাৰিব; কিয়নো বিধানৰ দৰে মোৰ সোধ কৰিবলৈ বহি, সেই বিধানৰ বিৰোন্ধে মোক মাৰিবলৈ অজ্ঞ। দিছা নে? ৪ তাতে ওচৰৰ মানুহে কলে, তুমি ঈশ্বৰ বৰ পোৰোহিত নিন্দা কৰিছা নে? পৌলে উত্তৰ কৰিলে, হে ভাইবিলাক, এওঁ যে বৰ পোৰোহিত, তাক মই বুঝা নাই; কিয়নো তুমি আপোন মানুহৰ অধিকাৰলৈ কুবাক্য নুবু- লিব, এনে লিখা আছে। ৬ পাছে পৌলে সিহঁতৰ এভাগ ফিৰুচি এভাগ চিদুকি দেখি মে লৰ মাঝত ৰিঙ্গিয়াই কলে, হে ভাই সকল, মই ফিচি মানুহ, আৰু ফিৰুচিৰ পুতেক; মৰবিলাক উঠিবৰ অশাৰ নিমিত্তে মই সোধিত পৰিলে॥ ৭ এনে কথা কোৱাত ফিৰুচি আৰু চিদুকি মানুহৰ মাঝত দন্দ লাগিলত সমূহ দুফাল হল। ৮ কিয়নো চিদুকি মানুহে মৰাবি- লাকৰ উঠান, অৰুি স্বৰ্গৰ দূত, অৰু আত্মা, এইবিলাক নাই বুলি কয়, কিন্তু ফিচি লোকে সকলোকে সৈ কাহে। ৯ তাতে বৰ এৰাও হলত ফিচিৰ ফলীয়া অধ্যাপকবিলাকে উঠি বিবাদ কৰি কলে, আমি এইটো মানুহৰ একো দোষ নেপাওঁ; যদি কোনো অত্মিা নাইবা দূতে তেওঁত কথা কোৱা হয়, তেন্তে আমি ঈশ্বৰৰ বিৰোন্ধে ৰণ নকৰোহঁক। ১০ তাতে অতি- শয় দল হলত, সিহঁতে পৌলক ডোখৰ ডোখৰ কৰিব যেন ভাবি, হাজৰ- কিয়াই তালৈকে যাবলৈ আৰু সমূহৰ মাঝৰ পৰা পোলক কাহি আনি ঘৰ কাৰেঙ্গৰ ভিতৰত থবলৈ সেনাবোৰক অজ্ঞা কৰিলে। ১১ পাছে সেই ৰাতি প্ৰভুএ তেওঁৰ ওচৰত থিয় হৈ কলে, হে পৌল, নিভয় হোৱা, কিয়নো য়িছালমত যেনেকৈ মোৰ অৰ্থে প্ৰমাণ দিছিল, ৰোম নগৰতো সেই ৰূপে প্ৰমাণ দিব লাগিব। ১২ পাছে দিন হলত কেত- বোৰ য়িহুদি লোকে এক অলিচ হৈ, পৌলক নেমাৰে। মানে আমি খোৱা বোৱা নকৰোঁ, এই শপতেৰে আপোনাকে বান্ধিলে। ১৩ সেই শপত কৰা মানুহ দুকুৰিতকৈ অধিক। পাছে সিহঁতে প্ৰধান পোৰোহিত আৰু বৃদ্ধ লোকৰ কোষলৈ গৈ কলে, আমি পৌলক নেমাৰোঁ মানে একো নেখাওঁ, এনে দৃঢ় অঙ্গীকাৰেৰে শপত কৰি আপোনাক বান্ধিলোঁ; ১৫ এই হেতুকে এতিয়া তোমোলাকে মেলে সৈতে তাৰ কোনো বিশেষ সোধ কৰি- বৰ ছলেৰে কাইলৈ তোমোলাকৰ ওচৰলৈ তাক আনিবলৈ হাজৰক্ৰিয়াৰ অ- গত জনাবা, তাতে সি তোমোলাকৰ ওচৰ পোৱাৰ আগৈএ আমি তাক মা- ৰিবলৈ সষ্টম হৈ আছে। ১৬ তেতিয়া পৌলৰ ভাগিনিএকে সিহঁতৰ এই খপি দিয়া শুনি, ঘৰ কাৰেঙ্গত সোমাই পৌলত কলেহি। ১৭ তিয়া পৌলে এটা শইকিয়ক মাতি কলে, হাজৰকিয়াৰ আগত এই ডেকা মা- নুহৰ কিবা নিবেদন কৰিবলৈ আছে, এই নিমিত্তে তেওঁৰ আগলৈ ইয়াক লৈ যোৱা। ১৮ তীতে সি তাক লগত লৈ হাজৰকিয়াৰ কোষলৈ গৈ কলে, আপোনাৰ আগত এই ডেকা মানুহৰ কিবা কথা কবলৈ আছে, ১৪ ৩৪