পাঁচনিৰ কম। ২৪ অধ্যায়। পাচ দিনৰ মুৰত বৰ পোৰোহিত হনানিয়াই অধিকাৰৰ অগিত পৌলৰ বিৰোন্ধে কথা কবলৈ তত্ত, ল নামেৰে এজন কথকি আৰু বৃদ্ধবিলাকক লগত লৈ আহিল। ২ তাতে পৌলক মাতি অনিলত তত্ত, লে তেওঁক অপবাদ দি কব ধৰিলে, হে মহা মহিম ফিলিক, আপোনাৰ নিমিত্তে আমি অতি সান্তনা পাই অছে, আৰু আপোনাৰ সজ পালনেৰে এই দেশৰ অনেক মঙ্গল ঘটি আছে, ৩ আমি তোমাৰ এই উপকাৰ জানি সকলো খনতে সদায় আপোনাৰ গুণ গাই থাকে। ৪ কিন্তু আপোনাক আৰু পলম যেন নকৰাওঁ, অপুনি অনুগ্ৰহ কৰি আমাৰ অলপ কথা শুনোক, ইয়ীকে নি- বেদন কৰিছে। ৫ এই মানুহটো বৰ দুষ্ট, নাচৰীয়া কুমতৰ প্ৰধান লোক হৈ আটাই জগতত থকা য়িহুদি সকলোকে ৰজি দোহলৈ অনুমতি দি, মন্দিৰ অশুচি কৰিবলৈ ধৰা তাক পাই, আমি আপোনাৰ বিধানৰ মতে সোধি কৰিবলৈ মন আছিল। ৭ কিন্তু লুচিয়া হাজকিয়া অহি বৰ বলেৰে আমাৰ হাতৰ পৰা কাহি লৈ, তাৰ গচৰীয়বিলাকক অপো- নাৰ ওচৰলৈ আহিবলৈ অজ্ঞা কৰিলে। তাক অপুনি সোধ পোচ কৰি- লে, আমি যিহৰ অৰ্থে তাক অপৰাধী কৰিছে, সেই সকলোকে অপুনি বুঝিব। তাতে য়িহুদিবিলাকেও একে লিচেৰে তেওঁক দোষ পেলাই, এই কথা হয় বুলি কলে। ১° পাছে অধিকাৰে পৌলক কবলৈ ইঙ্গিত কৰিলত, তেওঁ উত্তৰ দি কলে, আপুনি এই দেশৰ সোধৰ অধিকাৰ অনেক বছৰৰ পৰা হৈছে, ইয়াকে জানি আনন্দ মনেৰে মোৰ কথাত উত্তৰ কৰে। ১১ মই ভজিবলৈ য়িৰু ছালমলৈ যাবৰ আজি বাৰে দিন মাথোন হল, ইয়াকে আপুনি জানিব ১২ আৰু সিহঁতে মোক মন্দিৰত কাৰেও সৈতে বাদ বিচাৰ কৰি- বৰ, নাইবা নাম ঘৰত বা নগৰতেই মানুহবিলাকক কুমতি দিবৰ দেখিলে, এনে নহয়; অৰুি এতিয়া যি যি অপবাদ মোক দিছে, তাৰ একো প্ৰমাণ দিব নোৱাৰে। ১৪ কিন্তু তোমাৰ অগিত মই ইয়াকে সৈ কাহেঁ1, বিধান আৰু ভবিষ্যত বাক্যত যি যি লিখা আছে সেই সকলতে বিশ্বাস কৰি, যি পথক সিবিলাকে কুমত বোলে, সেই পথৰ দৰে মই ওপৰ পিতৃবিলাকৰ ঈশ্বৰক সেৱা কৰে; ১৫ অৰুি ধৰ্মী অধৰমী এই দুবিধ মৰবিলাকৰ উঠান হব, এই যি কথা সিহঁতে অপুনি সৈ কাহে, মই ঈশ্বৰত তাকেহে অশি। কৰে। ১৬ এই কথাতে ঈশ্বৰ আৰু মানুহৰ আগত যেন মনেৰে নিদুষী হওঁ, এই নিমিতে সদায় যতন হৈ আছে। ১৭ আৰু অনেক বছ- ৰৰ মুৰত মই আপোনাৰ দেশৰ মানুহলৈ দান অনিবলৈ আৰু উচৰগ কৰিবলৈ আহিলো। ১৮ তাতে মানুহৰ ঘূমতো নহয়, হুৰীমুৰাতো নহয়, পাৰে।