পৃষ্ঠা:New Testament in Assamese.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচনিৰ কৰম। পঠালো। তাতে পৌলে সেই মানুহবিলাকক লৈ, পাছ দিন। সিবিলাকে সৈতে আপোনাক শুচি কৰি মন্দিৰত সোমাই, গাইপতি সিবিলাকৰ নি- মিত্তে উচৰ্গ কৰিবলৈ শুচি কৰাৰ সময় পূৰ হবৰ দিন কৈ দেখালে। ২৭ কিন্তু সেই সাত দিন প্ৰয়ে পূৰ হলত, অচিয়া দেশত থকা য়িহুদি- বিলাকে তেওঁক মন্দিৰত দেখি সমূহ সকলোকে কুমতি দি তেওঁক ধৰি ৰিঙ্গিয়াই কলে, ২৮ হে ইসএলৰ মানুহ সকল, সহায় হোৱা; যি মানুহে এই লোকবিলাক, বিধান, আৰু এই থনিৰ বিৰোদ্ধ কথা অটাই ঠাইতে সকলো লোকক শিকাইছে, সেয়ে এই। তাত বাঝেও সি গ্ৰীক মানুহক মন্দিৰলৈ তানি এই পবিত্ৰ থানকে অশুচি কৰিলে। ২১ কিয়নো সিহঁতে নগৰৰ মাঝত ত্ৰফিম নামেৰে এটা এফেচী মানুহক পৌলৰ লগত দেখি, পৌলে তাক মন্দিৰৰ ভিতৰলৈ আনিছিলে বুলি ভাবিলে। ৩০ এই হেতু কে নগৰ গোটেই খনত হুৰা মুৰা হোৱাত মানুহবোৰে একে লগে লৰি অহি, পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি আনিলে, অৰুি তে- তিয়াই দূৰাৰবোৰ মাৰিলে। ৩১ পীছে সিহঁতে তেওঁক মাৰিবলৈ যতন কৰোতেই য়িৰুছলিম গোটেই খনত খেলিমেলি লাগিছে, এই বাত্ৰা হুজৰ হাজৰকিয়াই শুনি, ৩২ তেতিয়াই সেনাই সৈতে সয়কিয়াবিলাকক লগত লৈ সিহঁতৰ ওচৰলৈ বেগাই গল। তাতে সিহঁতে হজিৰকিয়া আৰু সেনাবোৰক দেখি, পে লক মাৰকিল কৰিবলৈ এৰিলে। ৩৩ পাছে হাজৰকিয়া ওচৰ- লৈ আহি তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ অজ্ঞা কৰিলে; পাছে সুধিলে, এইটো কেনি, অৰুি কি নো কৰিলে? ৩৪ তাতে সমূহৰ কোনো কোনোএ ই কথা কোনো কোনো অনি কথা ৰিঙ্গিয়া ৰিঙ্গিকৈ কোৱাত, হুৰামুৰাৰ কাৰণে তেওঁ তাৰ একো নিশ্চয় নেপাই, পৌলক ঘৰ কাৰেঙ্গ ভিতৰলৈ নিবলৈ অ ৪া কৰিলে। ৩৫ পাছে জখলাত উঠতি মানুহবিলাকৰ ঠেলা ঠেলিৰ নিমিত্তে সেনাবোৰে পৌলক তুলি নিছিল। ৩ ৬ তাতে মানুহবোৰে পাছত গৈ ৰিঙ্গিয়াই ৰিঙ্গিয়াই কলে, তাক নিয়গৈ। ৩৭ পাছে পৌলক ঘৰ কাৰে ভিতৰলৈ আনিবলৈ ধৰাত তেওঁ হাজিৰ- কিয়াত কলে, আপোনাৰ অগিত মই কিছু কথা কবলৈ পাম নে? তাতে হজিৰকিয়াই সুধিলে, তুমি গ্ৰীক কথা কব পৰা নে? ৩৫ মিছৰ দেশৰ যি- টো মানুহে ইয়াৰ আগেয়ে এৰাও কৰি, বধ কৰা চাৰি হেজাৰ মানুহক লগত লৈ হাবিলৈ গৈছিল, সেইটো তুমি নোহোৱা নে? ৩১ তেতিয়া পৌলে কলে, মই কিলিকিয়া দেশৰ তাচ্ছি নগৰৰ য়িহুদি মানুহ, সামনি নগৰৰ মানুহ নহওঁ। এই হেতুকে বিনয় কৰিছো, মানুহবিলাকৰ অগিত মোক কথা কবলৈ দিয়া। ৪ ° তেওঁ অনুমতি দিলত, পৌলে জখলাৰ ওপৰত থিয় হৈ হাত টাবাৰ কৰাত সকলো নিজম দি থাকিল। .