পৃষ্ঠা:New Testament in Assamese.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচনিৰ কম ২৫৭ ২২ অধ্যায়। - তেতিয়া পৌলে ইব্ৰী ভাষাৰে মাত লগাই কলে, হে ভাই আৰু পিতৃবি- লাক, এতিয়া তোমোলাকৰ আগত মই যি নিবেদন কৰে, তাক মন দি শুনা। ২ তেতিয়া তেওঁ ইব্ৰী ভাষাৰে কথা কবৰ শুনি সিবিলাকে অতি নিজম দিলত, তেওঁ কলে, ৩ মই স্বৰূপ য়িহুদি মানুহ; কিলিকিয়া দেশৰ তচ্ছি। নগৰত মোৰ ওপজা ঠাই, কিন্তু এই নগৰত পোষণ পালন হৈ গমিলিএলৰ চৰণত ওপৰ পিতৃবিলাকৰ বিধানৰ পূৰ মতেৰে শিক্ষা পাতে, আৰু এতিয়া তোমোলাকে যেনে ৰূপ হৈছা, ময়ো সেই ৰূপে ঈশ্বৰলৈ উৎসাহী হৈ অ- ছিলে॥ ৪ আৰু এই পথলৈ হিংসা কৰি মুনিহ তিৰোতাকে। বান্ধি বন্দী- শালত থৈ, সিহঁতক মৰণলৈকে তাৰণা কৰিলে। ৫ বৰ পেৰেহিত আৰু বৃদ্ধ লোকৰ সমূহে মোৰ এই কথাৰ সাক্ষী হৈছে। সেইবিলাকৰে পৰা দামেচক নগৰৰ ভাইবিলাকলৈ আজ্ঞা পত্ৰ লৈ, যিবোৰ সেই ঠাইতে বন্দী হৈ আছিলে, সিহঁতক দণ্ড কৰিবৰ নিমিত্তে য়িৰুছলিমলৈ আনিবলৈ গৈ- ছিলো। ৬ কিন্তু বাটত গৈ গৈ দামেচৰ ওচৰ পালত, দুপমান বে- লিত অকস্মিতে আকাশৰ পৰা বৰ পহৰ মোৰ চাৰিও ফালে প্ৰকাশ হল। ৭ তাতে মই মাটীত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তা- ৰণা কৰিছা? মোলৈ এনে এক বাণী হোৱা শুনিলে॥ ৮ তাতে মই সমি- ধনি দিলে, হে প্ৰভু, আপনি কোন? তেওঁ কলে, তুমি যি জনক তাৰণা কৰিছা, সেই নাচৰীয়। যীশু মই। ১ আৰু মোৰ লগৰ মানুহেও পহৰ দেখি ভয় হল, কিন্তু মোলৈ কোৱা জনৰ কথাৰ বুঝ নেপালে। ১০ পাছে মই সুধিলো, হে প্ৰভু, মই কি কৰিম? তাতে প্ৰভুএ মোত কলে, দামেচক নগৰত সোমোৱা আৰু তুমি কৰিব লগা যি যি নিযেজিন আছে, সেই অটাই কথা তাতে তোমত কোৱা যাব ১১ সেই পহৰৰ মহিমাৰ কাৰণে মই নেদেখা হোৱাত, লগৰ মানুহৰ হাতত ধৰি দামেচৰ ভিত- ৰলৈ আহিলে॥ ১২ পাছে সেই নগৰত থকা সকলো য়িহুদিৰ মাঝত যশস্য হোৱা, এনে বিধানৰ মত হন। নয়া নামেৰে এজন ভকত আহি, ১৩ মে ৰ আগত থিয় হৈ কলে, হে ভাই চেলি, চকুএ দেখা হোৱা। সেই ভাৰতে মই তেওঁলৈ চাই দেখা পালো। ১৪ পাছে তেওঁ মোত কলে, তুমি যেন ঈশ্বৰৰ অশিয় জানা, অৰু ধৰ্মী জনক দেখা পাই তেওঁৰ মুখৰ কথা শুনা, এই নিমিত্ত আমাৰ ওৰ পিতৃবিলাকৰ ঈশ্বৰে তোমাক মনোনীত কৰি থলে। ১৫ কিয়নো যি যি দেখি না শুনিলা, অটাই মানুৰ অগিত তেওঁলৈ তাৰ সাক্ষী হবা। আৰু এতিয়া কিয় পলম কৰিছা? উঠা, অৰু প্ৰভুৰ নামত প্ৰাৰ্থনা কৰি বুৰ দিওবা হৈ আপোনাৰ পপি ধুই পে- লোৱা। ১৭ তাৰ পছে ছিল মলৈ উভতি গলত মন্দিৰ ভিতৰত প্ৰাৰ্থ-