পৃষ্ঠা:New Testament in Assamese.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ অধ্যায়। - গলে; লে। থাকিলে॥ সেই জনৰ বিয়া নোহোৱা চাৰি জণী জিএক ভবিষ্যত বক্তা অছিল। ১০ সেই ঠাইতে আমি ভ লে দিন থালিত য়িহুদা দেশৰ পৰ। অগবি নামেৰে এটা ভবিষ্যত বক্তা অহিল। ১১ তেওঁ আমাৰ ওচৰ পাই, পৌলৰ টঙ্গালি লৈ তাপোনাৰ হাত ভৰি বান্ধি কলে, পবিত্ৰ ত্যাত্ম।ই এই কথা কৈছে, যাৰে এই টঙ্গালি, সেই মা হক য়িৰুছলিমত য়িহুদি - বিলাকে এই ৰূপে বন্ধি বিদেশী লোকৰ হাতত সোধাই দিব। ১২ এই কথা শুনি আমি আৰু সেই নগৰৰ মানুহেও য়িৰু ছালমল নেয়াবলৈ পৌ- লক মিনতি কৰিলে॥ ১৩ তাতে তেওঁ উত্তৰ কৰিলে, তোমোলাকে বন্দি কান্দি মোৰ হৃদয় বিদাৰি কি কৰিছা? প্ৰভু যীশুৰ নামৰ কাৰণে য়িৰু- ছালমত কেৱল বন্ধি লবলৈ নহয়, মৰিবলৈকো যুগুত হৈ অৰ্ছ। আমাৰ কথা নোলোৱাত, প্ৰভুৰ যেই ইচ্ছ। সেয়ে হওক, ইয়াকে বুলি আমি নিজম দি থাকিলো। ১৫ তাৰ পাছে অমাৰ সমল গোটাই লৈ য়িৰুছলমলৈ আৰু কৈ চৰীয়া নগৰৰ পৰা জন চাকে শিষ্য আমাৰ লগত অহি নাচোন নামেৰে কুপ্ৰ দেশী যি বুৰা শিষ্যেৰে সৈতে আমি অলিহি থাকিব লগা, তেওঁৰ ওচৰলৈকে আমাক নিলেগৈ। ১৭ অমি য়িৰুছলিম পালত ভাইবিলাক আনন্দেৰে আমক গ্ৰহণ কৰি- ১৮ পাছ দিন। সকলো বৃদ্ধ লোক যতে একে ঠাই হল, পৌলে আমি এ সেতে যাকোবৰ ওচৰলৈ তালৈকে গল; ১৯ আৰু সিবিলাকক নমস্কাৰ কৰি বিদেশী লোকৰ মাঝত তেওঁৰ কীৰ্ত্তনেৰে ইশ্বৰে যি যি কৰ্ম কৰি ল, তাৰ কথা সিবিলাকৰ অগিত ক্ৰমেৰে কলে। ২০ তাকে শুনি সিবিলাকে প্ৰভু প্ৰশংসা কৰি এই কথা কলে, হে ভাই, য়িহুদিবিলাকৰ মাঝত কতক হে, জাৰ মানুহে বিশ্বাস কৰি আছে, আৰু সকলোএ বিধামতে উৎসাহী হৈছে, ইয়াকে তুমি দেখিছা। ২১ কিন্তু লৰা চৰ্মছেদন কাকে আদি কৰি অ- চৰৰ দৰে প্ৰবতি বলে তুমি যে নিষেধ কৰি, বিদেশী লোকব মাঝত থক। য়িহুদি লোকক মোচাৰ ধৰ্ম এৰিবলৈ শিকাইছা, তোমাৰ অৰ্থে এই কথা সিবিলাকে শুনিলে। ২২ এতেকে কি কৰা যাব। কিয়নো তুমি অহাৰ বাত্ৰা পাই মানুহবিলাকে ত ৱশ্যে গোট খাই তাহিব। ২৩ এই হেতুকে আমি যি কওঁ, তুমি তাক কৰা। ২৪ সঙ্কলপ কৰা আমাৰ যি চাইট। মা- নুহ আছে, সিবিলাকক লৈ এক লগে আপোনাক শুচি কৰা, আৰু মূৰ খুৰাবলৈ সিবিলাকৰ যি হানি হয়, তাক তুমি দিয়া। তাতে তোমাৰ অৰ্থে যি যি অপকথা শুনিলে, তাৰ একো নহয়, কিন্তু তুমি আপুনি প্ৰবত্ত নেৰে বিধান ৰাখি আছা, ইয়াকে সকলো জানিব। ২৫ কিন্তু বিদেশী বিশ্বাসী লোকৰ অৰ্থে হলে, সিবিলাকে এনে একো কথা নেমানি, কেবল দেৱতাৰ প্ৰসাদ, অৰু তেজ, ডিঙ্গিত চেপা দি মৰ। জন্তু খোৱা, আৰু বেশ্যালী কৰ্মৰ পৰা আপোনাক ৰাখিবলৈ, ইয়াক নিশ্চয় কৰ আমি পত্ৰ লিখি