পৃষ্ঠা:New Testament in Assamese.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম । গল। লি পিক দেখি বিস্ময় হল। ১৭ তেতিয়া তেওঁ সিবিলাকক নিজম দি থাকিবলৈ হাতেৰে টাৱঁৰ কৰি, প্ৰভুএ যেনেকৈ তেওঁক বন্দীশালৰ পৰা উদ্ধাৰ কৰি অনিলে, তাৰ কথা সিবিলাকত কলে; অাৰু তোমোলাকে গৈ য়াকোব অ ভাইবিলাকত এই কথা কব, ইয়াকে বুলি অনি ঠাইলৈ গুছি ১৮ তাৰ পাছে বাতি পয়লিত পিতৰ কলৈ গল, এই বুলি চিপা- হিৰ মঝিত বৰ দুৰ মুৰা লাগিল । ১৯ তেতিয়া হেৰোদে তেওঁক বিচাৰি নেপাই, পৰীয়াবোৰক সোধ পোচ কৰি সিহঁতক বধিবলৈ অজ্ঞা কৰিলে । পাছে য়িহুদা দেশৰ পৰা গৈ কৈচৰীয়া নগৰ পাই তাতে থাকিল । ২০ চোৰ আৰু চিদোনৰ মানুহলৈ হেৰেদিৰ অতি খঙ্গ হৈ আছিলে, কিন্তু সিহঁতে একে অলচেৰে তেওঁৰ আগলৈ গৈ, বিলস্তি নামেৰে জৰি ভিতৰুয়াল ফুকনক সহায় লৈ মিল হবলৈ নিবেদন কৰিলে, কিয়নো জাৰ দেশৰ পৰা সিহঁতৰ দেশ প্রতিপালন হয়। পাছে ঠাৱৰ কৰা দিত হেৰোদে ৰাজ অলঙ্কাৰ পিন্ধি সিংহাসনত বহি, সিহঁতৰ আগত এক প্রসঙ্গৰ কথা কলে। ২২ তাতে মানুহবোৰে ৰিঙ্গিয়াই কলে, এয়ে মানুহৰ মাত নহয়, ঈশ্বৰৰ মাত । ২৩ তেতিয়া তেওঁ ঈশ্বক সন্মান নকৰাত প্ৰভুৰ দতে তেওঁক অকস্মিতে মাৰিলে, অাৰু তেওঁ পোকে খোৱাতে মৰিল । ২৪ কিন্তু ঈশ্বৰৰ কথা দেশতে ব্যাপী বাহি গল । ২৫ পাছে বর্ণাব। অৰু চৌলে যি কৰ্মৰ ভৰি পাইছিলে, তাক সম্পূর্ণ কলিত মার্ক নামেৰে প্রখ্যাত যি য়োহান, তেওঁকে লগত লৈ য়িছালমৰ পৰা উলটি গল । ১৩ অধ্যায় । পাছে বর্ণাব। অ িচিমােন, যাক নিগৰ বোলে, আৰু কুৰীণীৰ সুকীয়, আৰু হেৰেদি ৰজাৰ লগত প্রতিপাল হৈছিল যি মীনহেম, আৰু চৌীলকে আদি কৰি উপদেশক আৰু ভবিষ্যত বক্ত৷ কেতবিলাক অন্তিয়খিয়া নগৰত থকা মওলীত আছিল । ২ আৰু যি কালত সিবিলাকে লঘোনি অাৰু ঈশ্বৰৰ সেৱা কৰিছিল, সেই কলিতে পবিত্র আত্মাই কলে, যি কর্মত মই বৰ্ণবি। আৰু চৌলক নিযোজন কৰিছে, মোলৈ সেই কর্ম কৰিবলৈ সিবিলাকক পৃথক কৰি দিয়া। ৩ তীতে সিবিলাকে লঘোন অাৰু প্রার্থনা কৰি সেই বিলাকৰ গাত হাত দি বিদায় দিলে । ৪, এই ৰূপে পবিত্র আত্মাই সিবি- লাকক পাঁচিলত চেলুকিয়া দেশলৈ গৈ, পাছে জাহাজেৰে কুপ্র মাজুলীলৈ ৫ আৰু ছালামী নগৰ পাই, তাতে য়িহুদিবিলাকৰ নাম ঘৰলৈ গৈ ঈশ্বৰ কথা কীত্তন কৰিলে; য়ােহানে। সিবিলাকৰ পৰিচাৰক হৈ আছি- ৬ এই ৰূপে সিবিল কে সেই মাজুলীৰ পফি নগৰলৈকে সকলো খানে ফুৰি, বুদ্ধিমন্ত স্বর্গীয় পেলি নামেৰে সেই দেশৰ অধিকাৰে সৈতে ভৰি কো- গল। লে।