পৃষ্ঠা:New Testament in Assamese.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কম। ১২ অধ্যায়। সেই কালত হেৰেদি ৰজাই মণ্ডলীৰ কেতবোৰ মানুহক দুঃখ দিবলৈ ধৰিলে; ২ আৰু য়োহানৰ ভায়েক য়াকোবক তৰোৱালেৰে বধিলে। ৩ তাতে য়িহু- দিবিলাক সন্তোষ হোৱা দেখি, পিতৰকো ধৰিবলৈ উপায় কৰিলে। সেই কালত ফেনি নোহোৱা পিঠা খাবৰ দিন হল। ৪ তেতিয়া তেওঁ পিতৰক ধৰাই বন্দীশালত থলে; আৰু নিস্তাৰ পৰ্ব্ব গলে মানুহৰ অগিত বাহিৰে অনিবলৈ মন কৰি, চাইটিয়াকৈ চাৰি ঘূম ৰখীয়া চিপাহিৰ হাতত তেওঁক ৰাখিবলৈ সোধাই দিলে। ৫ এই ৰূপে পিতৰক বন্দীশালত ৰাখিলে; কিন্তু তেওঁৰ নিমিত্তে মণ্ডলীৰ লোকে খতি নোহোৱাকৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল। পাছে হেৰোদে তেওক বাহিৰলৈ আনিব খোজা কা- লত, সেই ৰাতি পিতৰ দুই চিপাহিৰ মাঝত দুডাল শিকলিৰে বন্ধা হৈ টোপ- নিত আছিলে, আৰু পৰীয়াহঁতো দুৱাৰৰ মুখত বন্দীশাল ৰাখি অছিল। ৭ সেই সময়ত দেখা, ঈশ্বৰৰ দূতে দেখা দিলত বন্দীশলিত পহৰ হল। তেতিয়া তেওঁ পিতৰ কোষত চাপৰ মাৰি জগাই কলে, খৰকৈ উঠা; তাতে তেওঁৰ হাতৰ পৰা শিকলি খহি পৰিল। ৮ পাছে দূতে তেওঁত কলে, কঁকাল বান্ধি ভৰিত ফানটি পিন্ধা। তাকে কৰিলত দূতে তেওঁক বুলিলে, তোমাৰ কাপৰে। গতি লৈ মোৰ পাছত অহা। ৯ তাতে পিতৰে তেওঁৰ পাছত গৈ বাহিৰ ওলাল; কিন্তু দূতৰ হতুয়াই যিহকে কৰা গৈছে, সেয়ে সঁচা, এনে নুবুঝি সমাজিক দেখা যেন মানিলে। ১০ এই ৰূপে প্ৰথম আৰু দ্বিতীয় পৰীয়া এৰাই, নগৰলৈ অহা যোৱা কাযি লোৰ দুৱাৰ, তাৰ ওচৰ পোৱাতে সেই দুৱাৰ সিবিলাকলৈ আপুনি মুকলি হৈ গল। তাতে সি- বিলাক তাৰ পৰা বাহিৰ হৈ এটা বাটৰ মুৰলৈকে গলত, অকস্মিতে দূতে তেওঁক এৰিলে। ১১ তেতিয়া পিতৰে চেতন পাই বুলিলে, প্ৰভু আপোনাৰ দূতক পাচি হেৰেদিৰ হাতৰ পৰা অ িয়িহুদি মানুহবিলাকৰ অটিাই বঞ্চিাৰ পৰা মোক উদ্ধাৰ কৰিলে, ইয়াক মই এতিয়া নিশ্চয় জানিছে॥ ১২ পাছে তেওঁ বিবেচনা কৰি মাৰ্ক নামে প্ৰখ্যাত যি য়োহান, তেওঁৰ মকি মাৰিয়াৰ ঘৰলৈ গল; তাতে অনেক মানুহ গোট খাই প্ৰাৰ্থনা কৰি অছিল। ১৩ পিতৰে বাহিৰৰ দুৱাৰত চপিৰ মাৰিলত ৰদা নামেৰে ছো- ৱালী এজনীএ চাবলৈ গল। ১৪ তাতে পিতৰৰ মাত বুঝি, ৰঙ্গ হোৱাৰ নিমিত্তে দুৱাৰ নেমেলি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰতে থিয় হৈ আছে বুলি কলেগৈ; ১৫ তাতে সিবিলাকে বুলিলে, তই বলিয়া হৈছ। কিন্তু তাই দৃঢ়কৈ কলে, সঁচা, এনে হয়। তাতে সিবিলাকে কলে, তেনে হলে সি তেওঁৰ দূত। ১৪ কিন্তু পিতৰে দুৱাৰত চপৰিয়াই থকাতে, সিবিলাকে দুৱাৰ মে-