পৃষ্ঠা:New Testament in Assamese.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ ক ম। হে প্ৰভূ ৰ্যীশু, মোৰ জীৱক গহণ কৰা। পাছে আঁটু পাৰি ৰিঙ্গিয়াই কলে, হে প্ৰভু, এই দোষৰ দণ্ড সিবিলাকলৈ নেলেখিবা। ইয়াকে বুলি তেওঁ মৃত্যু হল। অৰুি তেওঁক মৰতি চৌলৰে সন্মত অছিল। ৮ অধ্যায়। আৰু সেই কালত য়িছালমত থকা মণ্ডলীৰ অহিতে বৰ তাৰণা হোৱাত, পাচনিবিলাকৰ বাহিৰে সকলো শিষ্য য়িহুদা আৰু চোৰ্মিৰেণি দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গল। ২ ধৰ্মী লোকবিলাকে ফিনিক মৈদামত নি থৈ, তেওঁলৈ বহু ক্ৰন্দন কৰিলে। ৩ কিন্তু চৌলে ঘৰে ঘৰে ফুৰি মুনিহ তিৰোতকি বলেৰে ধৰি অনি বন্দীশালত থৈ মণ্ডলীৰ উপতি কৰিলে। কিন্তু যিবিলাক গোট গোট হল, সিবিলাকে সকলো ঠাইতে ফুৰি শুভ বত্তি। কীৰ্ত্তন কৰিলে। ৫ তেতিয়া ফিলিপে চৌমিৰোণ নগৰলৈ গৈ খ্ৰীষ্টৰ কথা কবলৈ ধৰিলে। তাতে তেওঁ যি আশ্চিৰিত কৰ্ম কৰিলে, সেই কৰ্ম দেখি শুনি, মানুহবিলাকে একে মন হৈ ফিলিপৰ কথা মানিলে। ৭ কিয়নো অশুচি ভূতে পোৱা অনেক মানুহৰ পৰা ভূতবেৰি এটাহ পাৰি ওলীয় গল, অৰুি বহু জঠৰ ৰুগীয়1 আৰু খোৰবিলাকক স্বস্থ কৰা হল। ৮ তীতে সেই নগৰত বৰ অনিন্দ পালে। ১ কিন্তু ইয়াৰ আগৈএ সেই নগৰত চিমোন নামেৰে এটা মানুহে মায়া কৰ্ম কৰি আপোনাকে বৰ এজন বুলি চোমিৰোণৰ মানুহক মোহ লগাই- ছিলে। ১০ এই মানুহত ঈশ্বৰ বৰ মহিমা আছে বুলি, বৰ সৰু আটাই মানুহে তাক মান্য কৰিলে। ১১ সি ভালে দিনৰে পৰা মায়া কৰি সিবি- লাকক মোহাৰ কাৰণে তাক মানিলে। ১২ কিন্তু ফিলিপে ঈশ্বৰ ৰাজ্য আৰু যীশু খ্ৰীষ্টৰ নামৰ কথাবিলাক কীৰ্তন কৰাত, সিবিলাকে বিশ্বাস কৰিলত মুনিহকো তিৰোতাকে বুৰ দিওৱা হল। ১৩ তেতিয়া সেই চিমে- নে অপুনিও বিশ্বাস কৰি বুৰ দিওৱা হলত ফিলিপৰ লগত থাকি, যি চিন আৰু আশ্চৰিত কৰম কৰা গল, সেইবিলাক দেখি বিস্ময় মানিলে। ১৪ এই ৰূপে চোমিৰেণিৰ মানুহবিলাকে ঈশ্বৰৰ কথা গ্ৰহণ কৰিলে, ইয়াকে শুনি য়িৰুছালমত থকা পাচনিবিলাকে পিতৰ আৰু মোহনক সি- বিলাকৰ তলৈ পঠিয়ালে। ১৫ সিবিলাকে তালৈ আহি সেই মানুহবিলাকে যেন পবিত্ৰ আত্মা পাই, ইয়াকে প্ৰাৰ্থনা কৰিলে। ১৬ কিয়নো তেতিয়া- লৈকে সিবিলাকৰ কাৰো ওপৰত পবিত্ৰ আত্মা নপৰিল, কিন্তু প্ৰভূ যীশুৰ নমিতে সিবিলাকক বুৰ দিওৱা মাথোন হল। ১৭ পাচনিবিলাকে সিবি লা- কৰ গাত হাত দিলতে পবিত্ৰ আত্মা পালে। ১৮ এই ৰূপে পঁাচনিএ হাত দিয়তি মানুহে পবিত্ৰ আত্মা পবিৰ দেখি, চিমোনে সিবিলাকৰ আগত