পৃষ্ঠা:New Testament in Assamese.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৪ পাঁচনিৰ কৰম। ২৯ অৰুি চিন তোমোলাকৰ অগিত দেখালে, ইয়াকে তোমোলাকেও জানি অছি॥ ২৩ সেই যীশু ঈশ্বৰ নিশ্চয় অলিচ অৰুি পূৰ্বৰ জ্ঞানেৰে দিয়া হলত, তোমোলাকে ধৰি দুষ্টৰ হাতৰ দ্বাৰাই পেতেঙ্গণিত তুলি মাৰিল॥ ২৪ কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনীৰ পৰা মুকুত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য। ২৫ তেওঁৰ অৰ্থে দাৱিদে কৈছিলে, বোলে, মই সদাই প্ৰভূক আপোনাৰ মুখৰ আগত ৰাখো; মই নলিবলৈ মোৰ সে ফালে তেওঁ থাকে; ২৬ এই হেতুকে মোৰ মন অনিন্দিত হৈছে, মোৰ জিবাই ৰঙ্গ কৰিছে, আৰু মোৰ শৰীলে। আশা কৰি শুব; ২৭ কিয়নো তুমি পৰলোকত মোৰ আত্মক নেৰিবা, অৰু আপোনাৰ ধৰ্মী জনক ক্ষয় হবলৈ নিদিবা; ২৮ তুমি মোক জীৱনৰ পথ দেখবি, আৰু আপোনাৰ সমখে যি অনিন্দ, তাৰে মোক পূৰ কৰিবা। হে ভাইবিলাক, উপৰি পুৰুষ দাৱিদৰ কথা মেকি প্ৰকাশ ৰূপে কবলৈ দিয়া। প্ৰাণ এৰিলত তেওঁক মৈদামত থোৱা হল, সেই মৈদাম এতিয়ালৈকে অমৰি ইয়াত আছে। কিন্তু তেওঁৰ বঙ্গহৰ পৰা খ্ৰীষ্টক [ মানুহৰ ভাৱেৰে জন্ম দিয়াই] তেওঁৰ সিংহাসনত তুলি বহুয়াবলৈ প্ৰভুএ শপত কৰি তেওঁৰ অগিত অঙ্গীকাৰ কৰিছিল, ইয়াকে দাৱিদ ভবিষ্যত বক্তা হৈ জানিলে। ৩১ ইয়াক আগৈ এ বুঝি, তেওঁৰ অত্মিক পৰলোকিত নেৰিব, অৰু তেওঁৰ শৰীল ক্ষয় নহব, তেওঁ খ্ৰীষ্টৰ উঠানৰ অৰ্থে এই কথা কলে। ৩২ সেই যীশুকে ঈশ্বৰে মৈদামৰ পৰা তুলিলে, তাৰ সাক্ষী আমি সকলো আছে॥ হাতে ঐশ্বৰ্য্য পোৱা হৈ, পবিত্ৰ আত্মাৰ অৰ্থে পিতৃএ যি অঙ্গীকাৰ কৰিলে তাক পাই, তোমোলাকে যিহকে দেখি শুনি অছ, তাকে তেওঁ বাকি দিলে। ৩৪ দাদি হলে স্বৰ্গত উঠা নাই, কিন্তু তেওঁ আপুনি এই কথা কলে, প্ৰভুএ মোৰ প্ৰতুক বুলিলে, ৩৫ যেতিয়ালৈকে তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰিৰ পিৰ নকৰে, তেতিয়ালৈকে মেৰি সো ফালে থাকা। যি যীশুকে তোমোলাকে পেতেঙ্গণিত তুলি মাৰিলা, তেওঁক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে, ইসালৰ সকলো মানুহে ইয়াক নিশ্চয় কৰি জানোক। ৩৭ এই কথা শুনি সিবিলাকৰ হৃদয় বিন্ধাত, পিতৰ অৰুি আন পাঁচনি- বিলকিত কলে, হে ভাই সকল, আমি কি কৰিম? ৩৮ তীতে পিতবে সিবি- লকিত কলে, তোমোলাকে গাই পতি আপোন আপোন মন পলিটোৱা, আৰু পাপ খেমিবৰ কাৰণে যীশু খ্ৰীষ্টৰ নামেৰে বুৰ দিওৱা হোৱা, তেহে তোমোলাকে পবিত্ৰ আত্মা দান পাবা। ৩৯ কিয়নো তোমোলাকলৈ আৰু তোমোলাকৰ সন্তানলৈ আৰু দূৰৈত থকা যি যি মানুহক আমাৰ প্ৰভু পৰম ঈশ্বৰে নিমন্ত্ৰণ কৰিব, সেইবিলাকলৈকো এই অঙ্গীকাৰ আছে। ৪০ ইয়্যত বাঝেও তেওঁ ভালেমান কথাৰে সৈতে প্ৰমাণ আৰু উপদেশ দি কলে, এই অপথে যোৱা মানুহবোৰ পৰা তোমোলাকে আপোনাক ৰক্ষা কৰা। ৩৬ এই হেতুকে