পৃষ্ঠা:New Testament in Assamese.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। 8 অগিত জুইৰ নিচিনা জিবা ওলাই বেলেগ বেলেগ হৈ প্ৰতি জনৰ ওপৰত ৰৈ থাকিল। তাতে সিবিলাক সকলো পবিত্ৰ আত্মাৰে পূৰ হৈ, অত্মািই হবলৈ দিয়াৰ দৰে অনি অন ভাষাৰে কথা কবলৈ ধৰিলে। ৫ সেই কা- লত আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মী য়িহুদি লোক- বিলাক য়িছালমত প্ৰবাস কৰি আছিল। ৬ সেই কথা কোৱাকুই কৰি- লত, সমূহ লোকে গোট খাই, প্ৰতি জনে আপোন আপোন ভাষাৰে সিবি- লাকক কথা কবৰ শুনি বিচুত্তি হল; - অৰু সকলোএ আশ্চিৰিত বিস্ময় মানি, ইটে সিটে কলে, দেখা, যিবিলাকে কথা কৈছে, এই সকলোবোৰ গালীলৰ মানুহ মহয় নে? ৮ তেনে হলে আমি প্ৰতি জনে আপোন অ- পোন জন্ম দেশৰ ভাষাৰে ইবিলাকৰ কথা শুনিছে, এই নো কেনেকুয়া? ১ পাৰ্থিয়া, মাদিয়া, এলাম, মেচপতামিয়া, য়িহুদা, কাপদকিয়া, পন্ত, অচিয়া, ১০ ফিগিয়া, পামফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ, আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমতি থকাবিলাক, ৰোম নগৰৰ পৰা অহা য়িহুদিবিলাক, আৰু য়িহুদি ধৰম লোৱা বিদেশী লেকি, ১১ ক্ৰীত অৰুি আৰব দেশৰ মানুহ যি আমি, আমাৰ আপোন আপোন মাতেৰে ইবিলাকে ঈশ্বৰৰ মহত কৰমৰ কথা কবৰ শুনি আছে। ১২ এই ৰূপে সকলো এ বিস্ময় মানি, সংশয় মনেৰে আক তাক বুলিলে, ইয়াৰ কি অৰ্থ? ১৩ অন আন কোনো বিগতি কৰি কলে, এইবোৰ মানুহ ন লতা পনি- য়লিৰ ৰসেৰে মতলিয়া হৈছে। ১৪ তেতিয়া পিতৰে অঘেৰে জনে সৈতে থিয় হৈ বৰকৈ মাত লগাই সিবিলাকত কলে, হে য়িহুদিবিলাক, হে য়িৰুছালমত থকা মানুহ সকল, তোমোলাকে মোৰ কথা শুনি ইয়াক বুঝা। ১৫ তোমোলাকে যেনে ভা- বিছা, ইবিলাক তেনে মতলিয়া নহয়, কিয়নো এতিয়া এপৰ বেলি মাথোন হৈছে। ১৬ কিন্তু য়োএল ভবিষ্যত বক্তাই যি কথা কৈছিল, তাক ইয়াৰ অৰ্থে কলে, বোলে, ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ অত্মাি বাকি দিম। ১৭ তাতে তোমোলাকৰ পোৱা জিয়াবিলাকে ভবিষ্যত বাক্য কব, তোমোলাকৰ ডেকা মানুহে দৰ্শন পাব, তোমোলাকৰ বুৰা লোকে সপোন দেখিব। ১৮ আৰু সেই কালত মই আপোনাৰ বন্দী বেটীৰ ওপৰত মোৰ আত্মা বাকিম, তাতে সিবিলাকে ভবিষ্যত কথা কব। ১৯ অৰু ওপৰৰ আকাশত অশ্চিৰিত কম, তলৰ পৃথিবীতে তেজ, জুই, আৰু ধূয়াৰে মেঘ, এনেবিলকি চিন দেখুয়াম। ২° অৰুি প্ৰভুৰ বৰ অৰুি ভয়ঙ্কৰ দিন নৌ হওঁতেই সূৰ্য্য এন্ধাৰ, চন্দ্ৰ তেজ হৈ যাব। ২১ কিন্তু যি কোনো প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব। ২২ হে ইসএল মানুহবিলকি, এই কথা শুনা; নাচৰীয়। যীশু যে ঈশ্বৰৰ মনোনীত জন হয়, ইয়াৰ প্ৰমাণে ঈশ্বৰে তেওঁৰ হতুয়াই আশ্চৰিত আৰু অদ্ভুত কম