পৃষ্ঠা:New Testament in Assamese.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম বটি মনি দূৰৈ যি য়িছলিম নগৰ, তালৈ উভতি আহিল। ১৩ পাছে সি- বিলাকে নগৰ' সোমাই, পিত, য়াকোব, য়োহান, আন্দ্ৰিয়া, ফিলিপ, থোমা, বৰ্থিলমাই, মাথি, হলফইৰ পুতেক য়াকোব, চিমোন জিলেতি, অৰু য়াকে। বৰ ভায়েক য়িহুদা, এই সকল যি ঠাইত থাকিছিল, সেই ওপৰৰ খোটলি- লৈ গল। ১৪ সিবিলাক আৰু তিৰোতাবোৰ, গীশুৰ মাক মাৰিয়াম, অন্ডি তেওঁৰ ভায়েকবিলাক,এই সকলো একে মন হৈ মিনতি প্ৰাৰ্থনা কৰি থাকিল। ১৫ সেই কালত তাতে থকা শিষ্যৰ নাম মুঠে এশ একুৰি মনি হোৱতি, সিবিলাকৰ মাঝত পিতবে উঠি কলে, ১৩ হে ভাই সকল, যীশুক ধৰাবোৰক বাট দেখুউয়া যি য়িহুদা, তাৰ অৰ্থে পবিত্ৰ আত্মাই দাৰিদৰ মুখে ৰি কথা অগৈএ কোৱাইছিল, সেই কথা সম্পূৰ্ণ হব লগা আছিল মানুহ আমাৰ মাঝত লেখা হৈ, এই সেৱাৰ ভাগ পালে। দুঙ্কমৰ বেচৰ ধনেৰে মাটী এডোখৰ কিনিলে, পাছে তললৈ মুকৈ পৰি তাৰ পেট ফাটি নাৰী ভঁৰু সকলো ওলাল। ১৯ এই কথা ৰিছলিমত থকা আটাই মানুহে জানিলে, অৰুি আপোন ভাষাতে সেই মাটীৰ নাম হাকামা, অৰ্থাত তেজৰ মাটী বোলে। ২০ আৰু গীতৰ পুথিত লিখা আছে, তাৰ থকা ঠাই নিজান হওক, তাত কোনো মানুহ নেথাকেকি; অৰুি অনি মানুহে তাৰ বিষয় লওক। ২১ এই নিমিত্তে য়োহানে বুৰ দিওৱাৰে পৰ। ঘি দিন। আমাৰ পৰা প্ৰভু যীশুক স্বৰ্গলৈ নিয়া হৈছিল, তেতিয়ালৈকে যেতে দিন তেওঁ আমাৰ মাঝত অহা যোৱা কৰিলে, তেতে দিন যি যি মানুহ আমাৰ লগত আছিল, ২২ সেই মানুহৰ মাঝৰ এজনক অমৰে সৈতে তেওঁৰ উঠানৰ সাক্ষী হবলৈ নিযোজন কৰিব লগা উচিত। ২৩ তেতিয়া জুম্ভ নামেৰে খ্যাতি হোৱা যি জনক বচ্ছিবিও বেলে, সেই য়োচেফ আৰু মাথিয়া, এই দুজনক অতৰাই থৈ প্ৰাৰ্থনা কৰি কলে, ২৪ হে সকলোৰে অন্তৰ্যামী প্ৰভু, য়িহুদাই আপোনাৰ ঠাইলৈ যাবলৈ দোষ কৰি, এই যি সেৱা আৰু পাচনিৰ বাৰৰ পৰা গুছিল, ২৫ সেই বাবৰ ভাগ পাবলৈ এই দুজনৰ মাঝৰ তুমি কোন জনক মনোনীত কৰিছা, তীক অমাক দেখাই দিয়া। ২৬ পাছে সিবিলাকে গুটি বুঝয়া বুঝি কত, মাথিয়াৰ নামত গটি পলি; তাতে তেওঁক অঘেৰে জন পাঁচনিৰ মাঝত লেখা হল। od ২ অধ্যায়। পঞ্চাশ দিনৰ মুৰৰ পৰ্ব্ব পূৰ হলত, সিবিলাক সকলো একে মনেৰে এঠা- ইত গোট খাই আছিল। ২ সেই কালত অতিশয় বেগে যোৱা বৰ বতা- হৰ নিচিনা এটা শবদ আকাশৰ পৰা অকস্মিতে আহি, যি ঘৰত সিবি- লাক বহি আছিল, সেই গোটেই ঘৰ জুৰিলে। ৩ তেতিয়া সিবিলাকৰ