পৃষ্ঠা:New Testament in Assamese.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ আস। ১ ৫ কৰে। গিয়াত কলে, হে বুপাই, থিৰ হে আ, তোমাৰ পাপ গেম হল। ৩ তেতিয়া দেখা, কেতবিলাক অধ্যাপকে মনতে বুলিলে, এই মানুহে (ইম্বক) নিন্দা ৪ তাতে য়িচুএ সিহঁতৰ ভাবনা জানি সিহঁতক বুলিলে, তোমো- লীকে মনত কিয় কুচিত ভাবনা কাহঁক? ৫ তোমাৰ পাপ খেমা হল, নাইবা উঠি ফুৰা, এই দুইবে। কোনটো বুলিবলৈ ঢিল? ৬ কিন্তু প্ৰিথিবিত পাপ থেমিবলৈ মানুহৰ পুত্ৰৰ সক্তি অচে, ইয়াক তোমোলাকে জানিবৰ নিমিতে, তেতিয়া তেঁও জঠৰ ৰুগিয়াত কলে, উঠা, তোমাৰ সজ্য। তুলি ঘৰলৈ জোআ। ৭ তাতে সি উঠি আপোনাৰ ঘৰলৈ গল। ৮ তেতিয়া মানুহ সমুহে ইয়াকে দেখি বিস্মই মানিলে, আৰু মানুহক এনে সক্তি দিয়া ইস্বৰক শুতি কৰিলে। য়িচুএ তাৰ পৰা জাওতে মাথি নামেৰে এজন মানুহক কৰ লেঅ চৰতি বহি থাকিবৰ দেখি তাত কলে, মোৰ পাচত আঁহা। তাতে সি উঠি তেঁওৰ পাচত গল। ১০ পাচে জেতিয়া য়িচুএ তাৰ ঘৰত ভোজন কৰিবলৈ আউজিলে, তেতিয়া অনেক কৰ তোলা মানুহ আৰু পাপিবিলাক তেঁওৰে আৰু তেঁওৰ সিস্যবিলাকৰে লগত অউজিলে। ১১ ফিৰুচিবিলাকে ইয়াকে দেখি তেঁওৰ সিদ্যবিলাকত কলে, তোমোলাকৰ গুৰুএ কব তোলা আৰু পাপি লোকে সৈতে কিয় ভোজন পান কৰে? ১২ খ্ৰিচুএ তাকে সুনি সিহঁতক বুলিলে, নিৰুগি মানুহৰ বেজ সকাম নাই, কিন্তু ৰুগিয়া মানুহৰহে সকাম আচে। ১৩ এই হেতুকে তোমোলাকে জোআ, মই বলিদান নোখোজেঁ, দায়াহে খোজে, এই কথাৰ অৰ্থ সিকাগৈ; কিয়নো মই ৰমি লোকক নিমন্ত্ৰন কৰিবলৈ অহা নাই, কিন্তু পাপি লোককহে। ১৪ পাচে য়োহানৰ সিদ্যবিলাকে তেঁওৰ ওচৰলৈ আহি কলে, আমি অৰু ফিচিবিলাকেও বাৰে বাৰে লঘোন কৰো, কিন্তু তোমাৰ সিদ্যবিলাকে লম্বোন নকৰে, ইয়াৰ কাৰন কি? ১৫ তেতিয়া ৰিচুএ সিবিলাকত কলে, জেতে দিন সখিবিলাকৰ লগত দৰা থাকে, তেতে দিনলৈ সিবিলাকে লঘোন কৰিৰ পাৰেনে? কিন্তু জেতিয়া সিবিলাকৰ লগৰ পৰা দৰাক নিয়া হব, এনে কাল পাবহি; তেতিয়া লঘোন কৰিব। ১৬ পুৰনি বস্ত্ৰত ন কাপৰৰ তপিলি কোনেও নেমাৰে; কিয়নো জি ডোখৰ তাপলি মাৰে, তাৰে মুল বস্ত্ৰ ফল। জাই, তাতে ফটা সৰহহে হই। ১৭ আৰু লোকবিলাকে লতাপনিয়ালৰ ন ৰস পুৰনি চলিৰ মোটত নথই; তেনে কৰিলে মোটবোৰ ফাৰ্টি জাই, আৰু ৰসে। বৈ ঢুকাই, মোটো নষ্ট হই; কিন্তু পনিয়ালৰ ন স ন মোটতহে থই, তেহে দুইৰে। ৰখ)1 হই। ১৮ তেঁও সিবিলাকত এইবিলাক কথা কওতেই, দেখা, এজন অধিকাৰ আহি তেঁওক সেৱা কৰি কলে, মোৰ জিটি এতিয়াই মবিটে; কিন্তু আপনি আহি তাইৰ গাত হাত দিয়োক, তাতে তাই জিব। ১৯ তেতিয়া চুিএ উঠি