পৃষ্ঠা:New Testament in Assamese.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অষয়। - ১৫ 1 ৬ এই পটন্তৰ কথা যীশু সিহঁতত কলে, কিন্তু তেও কোৱা কথাৰ অৰ্থ সিহঁতে নুবুঝিলে। ' এই হেতুকে শুএ অকিও কলে, মই তোমো- লকিত অতি স্বৰূপকৈ কৈছো, মেৰ সোমোৱ। দুৱাৰ ময়েই। ৮ যিবোৰে মোৰ অগৈ এ আহিল, সেইবোৰ চোৰ আৰু ডকাইত, কিন্তু মেৰবিলাকে সিহঁ. তৰ কথা নুশুনিলে। ৯ ময়েই দুৱাৰ; ময়েই দি যি কোনে এ সোমাই, সি ৰক্ষা পাব, আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰি চৰি পাব। ১০ যিটো চোৰ, সি কেৱল চূৰ আৰু বধ বিনাশ কৰিবলৈহে আহে; কিন্তু সিবিলাকে পৰম আয়ুস আৰু তাক অধিককৈ যেন পাই, এই নিমিত্তে মই আহিলে॥ ১১ ময়েই মেৰৰ সজ ৰখীয়া; সজ ৰখীয়াই মেৰৰ নিমিত্তে আপোনাৰ প্ৰাণকে। দিএ। ১২ কিন্তু যি জন ৰখীয়া নহয়, অৰ্থাত যাৰ আপোনাৰ মেৰ নহয়, এনে বেচ খোৱাই ৰাঙ্গ কুকুৰ আহিবৰ দেখি, মে ঝাক এৰি পলাই যাই; তাতে ৰঙ্গি কুকুৰে যকিক ধৰি মেৰবো- ৰক গোট গোট কৰে। ১৩ বেচ খোৱা যে পলাই, তাৰ হেতু এই, সি বেচ খোৱা হৈ মেৰলৈ একো চিন্তা নকৰে। ১৪ ময়েই মেৰৰ সজ ৰখীয়া? পিতৃ মোক যেনেকৈ জানে, অৰুি ময়ো যেনেকৈ পিতৃক জনো, তে- নেকৈ মই আপোন ৰ মেৰবিলাককে জানে, মেৰবিলাকেও মোক জানে; আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকে দিও। ১৬ তাৰু এই গৰালৰ নোহোৱ। মোৰ আৰু মেৰ আছে; মই সেইবোৰকো আনিব লাগে, আৰু সিবিলা- কে মেৰি মাত শুনিব; তাতে একে গৰাল, একেটা ৰখীয়া হব। মই প্ৰাণ এৰিও পুনৰবাৰ তাক লম, এই হেতুকে মোৰ পিতৃ মোক প্ৰেম কৰে। ১৮ কোনোএ মোৰ প্ৰাণ কাহি নিএ, এনে নহয়; মই অপু- নিএই তাক দিম। তাক দিবলৈ অৰু পুনৰ বৰ লবলৈকো মোৰ শক্তি আছে; এই অজ্ঞা মোৰ পিতৃৰ পৰা প'লো। ১৯ তেওঁৰ এই কথাৰ নিমিত্তে য়িহুদিবি লাক আকও দুভাগ হল ২° কেতবোৰে কলে, ভূতে পোৱা আৰু বলিয়া; ইয়াৰ কথা কিয় শুনা; ২১ অনিবিলাকে বুলিলে, এনে কথা ভূতে পোৱা জনৰ নহয়; ভূতে কণক চকুএ দেখা কৰিব পাৰে নে? ২২ পাছে ঝীৰ কালি হলত য়িছালমত মন্দিৰ উচৰগ কৰাৰ পৰ্ব হৈ ছিল। ২৩ তাতে যীশুএ মন্দিৰৰ চিলোমোনৰ পিৰালিত অহা যোৱা কৰিছিলে। এনে কালত য়িহুদিবিলাকে তেওঁক বেৰি ধৰি কলে, অৰুি কেতে দিন তুমি আমাৰ সংশয় কাবা? যদি খ্ৰীষ্ট হোৱা, তাক পোনে পোনে কোৱা। ২৫ তেতিয়া যীশুএ উত্তৰ কৰিলে, মই কলে। কিন্তু তোমোলাকে নপতিয়ালা; মোৰ পিতৃৰ নামেৰে যি যি কৰম কৰি- ছে, সেই কৰমেই মোৰ অৰ্থে সাক্ষী আছে। ২৬ কিন্তু তোমোলাক মোৰ মেৰ নোহোৱা, এই হেতুকে বিশ্বাস না। ২৭ মই আগেয়ে ১৭ অভি ২৪