পৃষ্ঠা:New Testament in Assamese.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্যায়। ১৭৫ ৪ ৩ নহয়, মোক পচা জনৰ বাঞ্চা পূৰ কৰিবলৈহে স্বৰ্গৰ পৰা নামি আহিছে। ৩৯ তেওঁ যিবিলাকক মোক দিছে, সিবিলাকৰ এজনকে। নেহেৰুয়াই, শেষ দিন। আটাইকে যেন তুলিম, মোক পচা পিতৃৰ বঞ্চি। এই। ৪০ আৰু যি কোনো মানুহৰ পুত্ৰক দেখি বিশ্বাস কৰে, শেষৰ দিনা মই যেন তাক তুলিম, আৰু সি যেন অনন্ত আয়ুস পাব, মোক পচা জনৰ বঞ্চিএই। ৪১ তেতিয়া স্বৰ্গৰ পৰা যি অহাৰ নামিছে, সেই অহাৰ ময়েই, য়িহু- দিবিলকে তেওঁৰ এই কথাত তেওঁৰ অহিতে বেলি মাত কৰি বুলিলে, ৪২ যোচেফৰ পুতেক যীশু, যাৰ মাক বাপেকক জানে, এওঁ সেই জন নহয় নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছোঁ, এই কথা কেনেকৈ বোলে? তিয়া যীশু সিহঁতক উত্তৰ কৰিলে, ইটে সিটে বোল মত নকৰিবা। ৪৪ মোক পঁচা পিতৃএ নানিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; সেই অনী জনক শেষৰ দিনা তুলিম। ৪৫ সিবিলকি সকলো ঈশ্বৰৰ পৰা শিক্ষ। পোৱা হব, ভবিষ্যত বাবিলাকৰ পুথিত এনে লিখা আছে; এই দৰে যি কোনোএ পিতৃৰ পৰা শুনি শিকে, সেই সকলো মোৰ ওচৰলৈ ৪৬ যি জন ঈশ্বৰৰ পৰা হয়, তেওঁত বাঝে কোনো মানুহে পিতৃক দেখিলে, এনে নহয়, কেৱল তেৱেই পিতৃক দেখিলে। ৪৭ মই তোমেলি- কত অতি স্বৰূপকৈ কৈছে, যি কোনোএ মোত বিশ্বাস কৰে, সেয়ে অনন্ত অয়স পাই। ৪৮ জীৱন দিয়া আহাৰ ময়েই। ৪৯ তোমোলাকৰ ওপৰ পিতৃ- বিলাকে অৰণ্যত মানা খীয়ো মলি; ৫০ মানুহে যিহকে খাই নমৰে, সুৰ্গৰ পৰা অহা এনে অহাৰ এই। ৫১ যি অহাৰ স্বৰ্গৰ পৰা নামিছে, সেই জীৱন দিয়া অহাৰ মই; এই আহাৰ যি কোনো খাই, সি সদায় জীব; আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিওঁ, সেয়ে মোৰ আহে! মঙ্গই। ৫২ তেতিয়া য়িহুদিবিলাকে ইটে সিটে বাদ বিচাৰ কৰি কলে, এই মানুহে খাবৰ নিমিত্তে আপোনাৰ মঙ্গহ অমাক কেনেকৈ দিব পাৰে? ৫৩ তাতে ৰীশএ সিহঁতত কলে, মই তোমোলাকত অতি স্বৰূপকৈ কৈছে, মানুহৰ পূৰ্বৰ মঙ্গহ নেখালে, আৰু তেওঁৰ তেজ পান নকৰিলে, তোমোলাকৰ মা- ঝত একো জীৱন নাই। ৫৪ যি কোনো মোৰ মঙ্গহ খাই, আৰু মোৰ তেজ পনি কৰে, সি অনন্ত আয়ুস পবি; আৰু শেষৰ দিনা মই তাক তুলিম। ৫৫ কিয়নো মোৰ মঙ্গহ স্বৰূপ অহাৰ, অৰু মোৰ তেজ স্বৰূপ পান হৈছে। ৫৬ যি কোনো মোৰ মঙ্গহ খাই, আৰু মোৰ তেজ পান কৰে, সি মোত নিবাস কৰে, ময়ো তীত নিবাস কৰে॥ ৫৭ মোক পঁচা অমৰ পিতৃৰ দ্বাৰাই যেনেকৈ মই জীয়াই থাকোঁ, তেনেকৈ যি কোনো মোক খাই, সিও মোৰ দ্বাৰাই জীয়াই থাকিব। ৫৮ স্বৰ্গৰ পৰা যি আহাৰ আহিছে, সেয়ে এই; তোমোলাকৰ ওপৰ পিতৃবিলাকে যি মানা খাই মৰি গৈছে, তাৰ